১। কি গঢ়ি উঠিবলৈ অনুকূল পৰিৱেশৰ প্ৰয়োজন ?

(ক) উদ্য়ােগ

(খ) ক্ষুদ্ৰ উদ্য়ােগ

(গ) ঘৰুৱা উদ্য়ােগ

উত্তৰঃ (ক) উদ্য়ােগ


২। আকাৰ অনুযায়ী উদ্য়ােগ প্ৰধানকৈ কেই প্ৰকাৰৰ হ’ব পাৰে ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰ

উত্তৰঃ (গ) তিনি প্ৰকাৰৰ


৩। ব্য়ৱহৃত কেঁচামাল অনুযায়ী উদ্য়ােগসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ? 

(ক) তিনিটা ভাগত

(খ) চাৰিটা ভাগত

(গ) পাঁচটা ভাগত

উত্তৰঃ (গ) পাঁচটা ভাগত


৪। উৎপাদিত দ্ৰব্য়ৰ ভিত্তিত উদ্য়ােগ প্ৰধানকৈ কেই প্ৰকাৰৰ হ’ব পাৰে ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰঃ (খ) দুই প্ৰকাৰৰ


৫। প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্য়ােগ আকৌ কেই প্ৰকাৰৰ হ’ব পাৰে ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ


৬। জাপান, চীন আৰু ভাৰত আদি দেশতো যথেষ্ট সংখ্য়াক কি উদ্য়োগ আছে ?

(ক) কৃষিভিত্তিক উদ্য়ােগ

(খ) মৌলিক উদ্য়ােগ

(গ) বৃহৎ উদ্য়ােগ

উত্তৰঃ (গ) বৃহৎ উদ্য়ােগ


৭। কৃষিজাত শস্য় বা সামগ্ৰীৰ ওপৰত  নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্য়োগক কি উদ্য়ােগ বোলে ?

(ক) মৌলিক উদ্য়ােগ

(খ) খনিজ সম্পদভিত্তিক উদ্য়ােগ

(গ) কৃষিভিত্তিক উদ্য়ােগ

উত্তৰঃ (গ) কৃষিভিত্তিক উদ্য়ােগ


৮। ভাৰতত বতৰ্মানে বছৰি কিমান নিযুত মেট্ৰিক টনৰো অধিক তীখা উৎপাদিত হয় ?

(ক) ২০ নিযুত

(খ) ৩০ নিযুত

(গ) ৪০ নিযুত

উত্তৰঃ (খ) ৩০ নিযুত


৯। ভাৰতৰ প্ৰধান উদ্য়ােগ দুটাৰ নাম কি ?

(ক) লো-তীখাৰ উদ্য়ােগ আৰু কপাহী বয়ন উদ্য়ােগ

(খ) মৌলিক উদ্য়ােগ আৰু বৃহৎ উদ্য়ােগ

(গ) কৃষিভিত্তিক উদ্য়ােগ আৰু খনিজ সম্পদভিত্তিক উদ্য়ােগ

উত্তৰঃ (ক) লো-তীখাৰ উদ্য়ােগ আৰু কপাহী বয়ন উদ্য়ােগ


১০। মহাৰাষ্ট্ৰ, গুজৰাট, মধ্য়প্ৰদেশ, উত্তৰ প্ৰদেশ কৰ্ণাটক আৰু তামিলনাডু ৰাজ্য়ত কি উদ্য়ােগ কেন্দ্ৰীভূত হৈ আছে ? 

(ক) কপাহী বয়ন উদ্য়ােগ

(খ) মৌলিক উদ্য়ােগ

(গ) বৃহৎ উদ্য়ােগ

উত্তৰঃ (ক) কপাহী বয়ন উদ্য়ােগ


১১। উদ্যোগ কেইপ্ৰকাৰৰ?

(ক) তিনি

(খ) চাৰি

(গ) পাঁচ

উত্তৰঃ (ক) তিনি


১২। উদ্যোগৰ প্ৰকাৰবোৰ কি কি ?

(ক) ঘৰুৱা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, বৃহৎ

(খ) ডাঙৰ, সৰু, ঘৰুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ঘৰুৱা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, বৃহৎ


১৩। উদ্য়োগৰ অৱস্থান নিৰ্ণয়কাৰী কাৰক কেইপ্ৰকাৰৰ?

(ক) ৭ প্ৰকাৰৰ

(খ) ৮ প্ৰকাৰৰ

(গ) ৯ প্ৰকাৰৰ

উত্তৰঃ (ক) ৭ প্ৰকাৰৰ


১৪। লো-তীখা উদ্যোগত প্ৰয়োজনীয় কেঁচামাল কোনবোৰ?

(ক) লোৰ আঁকৰ, কয়লা

(খ) মেংগানিজ, চূণশিল

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (গ) ওপৰৰ দুয়োটাই


১৫। দেশৰ প্ৰধান লো-তীখাৰ উদ্যোগ থকা নগৰবোৰ কি কি?

(ক) দুৰ্গাপুৰ, বাৰ্ণপুৰ

(খ) জামছেদপুৰ,আছানশোল

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


১৬। কপাহী উদ্যোগৰ প্ৰধান কেঁচামাল কি?

(ক) কপাহ

(খ) লো

(গ) মাটি

উত্তৰঃ (ক) কপাহ


১৭। আধুনিক যন্ত্ৰচালিত উদ্যোগ কি শিল্পৰ উদাহৰণ?

(ক) ঘৰুৱা শিল্প

(খ) কুটীৰ শিল্প

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) ঘৰুৱা শিল্প


১৮। ভাৰতৰ লো-তীখাৰ উদ্যোগ কত আছে?

(ক) ঝাৰখণ্ড, পশ্চিমবংগ

(খ) ছাট্টিছগড়, বিহাৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


১৯। ভাৰতত কিমান তীখা উৎপাদিত হয়?

(ক) ৩০ নিযুত মেট্ৰিক টন

(খ) ৪০ নিযুত মেট্ৰিক টন

(গ) ৫০ নিযুত মেট্ৰিক টন

উত্তৰঃ (ক) ৩০ নিযুত মেট্ৰিক টন


২০। ভাৰতত কিহৰ খেতি অধিক পৰিমাণে কৰা হয়?

(ক) কঁপাহৰ

(খ) ধানৰ

(গ) মৰাপাট

উত্তৰঃ (ক) কঁপাহৰ

Answer Type By- Purnima Kakati