১) তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা ?

a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা

b) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা

c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আত্ৰুান্ত হয় ?

Ans: c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আত্ৰুান্ত হয় ?


২) শৰীৰত কি বেমাৰ ৰোগ বেলেগ বেলেগ হয়  ?

a) ইনফ্লয়েনজা আৰু ডেংগো

b) যক্ষ্মা আৰু বেক্টেৰিয়া

c) একিউট আৰু ক্ৰনিক

Ans: c) একিউট আৰু ক্ৰনিক


৩) জীৱৰ দেহ কি কলাৰ সমষ্টি ?

a) অসংখ্য

b) অংগতন্ত্ৰ

c) এটাও নহয়

Ans: a) অসংখ্য


৪) ৰোগ সৃষ্টি কৰা জীৱসমূহৰ ওপৰত নিৰ্ভৰ কৰি কি ব্যৱস্থা কৰা হয় ?

a) নিবাচন

b) চিকিতসালয়

c) জনস্বাস্থ

Ans: b) চিকিতসালয়


৫) ৰোগৰ সৰ্বব্যাপিৰ ওপৰত নিৰ্ভৰ কৰি কি ৰোগত শ্ৰেণীবিভাজন কৰা হৈছে ?

a) ডেংগো আৰু জ্বৰ

b) ডিপথেৰিয়া আৰু সৰু আই

c) একিউট্ আৰু ক্ৰ'নিক

Ans: c) একিউট্ আৰু ক্ৰ'নিক


৬) ৰোগৰ নিৰ্মূলকৰণতকৈ কি বেছি প্ৰয়োজন ?

a) নিবাচন

b) সভা

c) চিকিতসালয়

Ans: a) নিবাচন


৭) কেতিয়াবা ৰোগক কি হিচাপে ভাগ কৰা হয় ?

a) অসংখ্যা আৰু সংখ্যা

b) সংক্ৰামক আৰু অসংক্ৰামক

c) এটাও নহয়

Ans:  b) সংক্ৰামক আৰু অসংক্ৰামক


৮) সংক্ৰামক ৰোগসমূহ কিহৰ  দ্বাৰা নিৰ্মূল কৰিব পাৰি ?

a) পলিয় দ্বাৰা

b) ছিটাকৰণৰ দ্বাৰা

c) বেজিৰ দ্বাৰাৰ

Ans: b) ছিটাকৰণৰ দ্বাৰা


৯) বলিয়া কুকুৰ নাইবা আন প্ৰাণীয়ে কামূৰিলে কি ভাইৰাজ বিয়পে ?

a) একিউট্  ভাইৰাজ

b) ক্ৰ'নিক ভাইৰাজ

c) ৰেবিছ ভাইৰাজ

Ans: c) ৰেবিছ ভাইৰাজ


১০) সংক্ৰামক অভিকৰ্তাবোৰ জনস্বাস্থ্যবিধিৰদ্বাৰা নাইকিয়া কৰি কি ৰোগ নিবাৰণ কৰিব পাৰি ?

a) সংক্ৰামক ৰোগ

b) অসংক্ৰামক ৰোগ

c) এটাও নহয়

Ans: a) সংক্ৰামক ৰোগ


১১) কিছুমান হেপাটাইটিছ ভাইৰাছে পানীৰদ্বাৰা কি ৰোগ সৃষ্টি কৰে ?

a) ৰেবিছ ৰোগ

b) সংক্ৰামক ৰোগ

c) জন্দিছ ৰোগ

Ans: c) জন্দিছ ৰোগ


১২) ভেক্চিন শব্দটো কোনে প্ৰৱৰ্ত্তন কৰিছিল ?

a) এডৱাৰ্ড জেন

b) এলবাৰ্ট আইনষ্টাইন

c) ছাৰ আইজাক নিউটন

Ans: a) এডৱাৰ্ড জেন


১৩) ভেকচিন লেটিন শব্দ কিহৰ পৰা আহিছে ? 

a) ছেতি

b) ভেকা

c) এটাও নহয়

Ans: b) ভেকা


১৪) কোনো অণুজীৱ নাইবা ছিটাৰ দ্বাৰা প্ৰাণীদেহ আক্ৰান্ত হ'লে কি সৃষ্টি হয় ?

a) সংক্ৰামক

b) সৰু আই

c) অসংক্ৰাম্যতাৰ

Ans: c) অসংক্ৰাম্যতাৰ


১৫) পৰৱৰ্তী আক্ৰমণৰ সময়ত সঞ্চিত কোষবোৰে কিহৰ বীজাণুসমুহ ধ্বংস কৰে ?

a) আক্ৰমণকাৰী

b) সংক্ৰামক

c) অসংক্ৰামক

Ans: a) আক্ৰমণকাৰী


১৬) কেনো এজন ব্যক্তিয়ে তেওঁৰ জীৱন কালত কি লাভ কৰে?

a) সংক্ৰাম্যতা

b) অসংক্ৰাম্যতা

c) টিটেনাছ

Ans: b) অসংক্ৰাম্যতা


১৭) সংক্ৰামক ৰোগ নিবাৰণৰ ক্ষেত্ৰত কেই প্ৰকাৰৰ সীমাবদ্ধতা আছে ?

a) এক প্ৰকাৰৰ

b) দুই প্ৰকাৰৰ

c) তিনি প্ৰকাৰৰ

Ans: c) তিনি প্ৰকাৰৰ


১৮) কি জাতীয় জীৱবোৰে দ্ৰুতগতিত বংশবৃদ্ধি কৰে ?

a) ভাইৰাজ

b) বেক্টেৰিয়া

c) ভেকুঁৰ

d) ওপৰৰ তিনিওটাই শুদ্ধ

Ans: d) ওপৰৰ তিনিওটাই শুদ্ধ


১৯) ৰবিন ৱাৰেনৰ জন্ম কিমান চনত হৈছিল ?

a) ১৯৩৫ চনত

b) ১৯৩৬ চনত

c) ১৯৩৭ চনত

 Ans: c) ১৯৩৭ চনত


২০) বেৰী মাৰ্চেলৰ কিমান চনত জন্ম হৈছিল ?

a) ১৯৫১ চনত

b) ১৯৫২ চনত

c) ১৯৫৩ চনত

 Ans: a) ১৯৫১ চনত