১) কৰ্ক হ'ল-

a) গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান

b) এবিধ ৰাসায়নিক বিক্ৰিয়া

c) এবিধ ডাঙৰ ৰোগ

Ans: b) এবিধ ৰাসায়নিক বিক্ৰিয়া


২) কোষ কোনে আৱিস্কাৰ  কৰিছিল?

a) নীল আৰ্মষ্ট্ৰং

b) এলবাৰ্ট আইনষ্টাইন

c) এজনো নহয়

Ans: c) এজনো নহয়


৩) লেটিন শব্দ "Cell" ৰ অৰ্থ কি?

a) সৰু সৰু খোটাঁলি

b) কোষ

c) এবিধ আয়ুৰ্বেদিক চিকিৎসা

Ans: a) সৰু সৰু খোটাঁলি


৪) কিমান চনত ৰবাৰ্ট হুক এ পোন প্ৰথনে কোষ আৱিষ্কাৰ কৰিছিল ? 

a) 1856 খ্ৰীষ্টাব্দত

b) 1652 খ্ৰীষ্টাব্দত

c) 1665 খ্ৰীষ্টাব্দত

Ans: c) 1665 খ্ৰীষ্টাব্দত


৫) আমি অণুজীৱসমূহ কিহৰ দ্বাৰা দেখা পাব পাৰোঁ?

a) খালী চকুৰ দ্বাৰা

b) পৰিস্কাৰ কাঁচৰ দ্বাৰা

c) অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা

Ans: c) অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা


৬) কিমান খ্ৰীষ্টাব্দত কোষত কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?

a) 1565 খ্ৰীষ্টাব্দত

b) 1831 খ্ৰীষ্টাব্দত

c) 1665 খ্ৰীষ্টাব্দত

Ans: b) 1831 খ্ৰীষ্টাব্দত


৭) কোষত কোনে কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?

a) ৰবাৰ্ট হুকে

b) লিউৱেনহুকে

c) এজনো

Ans: c) এজনো


৮) তলৰ কোনবিধ উপাদান কোষকেন্দ্ৰত থাকে?

a) অক্সিজেন

b) ক্ৰম'জ'ম

c) এটাও নহয়

Ans: b) ক্ৰম'জ'ম


৯) কেমিল' গলজি কিমান চনত জন্ম হৈছিল?

a) 1843 চনত

b) 1563 চনত

c) 1855 চনত

Ans: a) 1843 চনত


১০) কোষকেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কোৱা হয়?

a) কোষপ্ৰৰস

b) চাইট'প্লাজ্ম

c) কোষ কেন্দ্ৰাৱৰণ

Ans: c) কোষ কেন্দ্ৰাৱৰণ


১১) প্লাষ্টিডবিলাক কেৱল কোনটো জীৱৰ দেহত পোৱা যায়?

a) মানৱ জীৱৰ দেহত

b) উদ্ভিদ ৰ দেহত

c) এটাও শুদ্ধ নহয়

Ans: b) উদ্ভিদ ৰ দেহত


১২) প্লাষ্টিড কেইপ্ৰকাৰৰ?

a) এক প্ৰকাৰৰ

b) দুই প্ৰকাৰৰ

c) তিনি প্ৰকাৰৰ

Ans: b) দুই প্ৰকাৰৰ


১৩) কোষ কি?

a) এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক

b)উদ্ভিদ দেহত পোৱা এবিধ অণুজীৱ

c) এটাও নহয়

Ans: a) এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক


১৪) তলৰ কোনবিধ বেক্টেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাবে আখ্য়া দিয়া হয়?

a) কোষপ্ৰৰস

b) মাইট'কন্ড্ৰিয়া

c) লাইছজম

Ans: b) মাইট'কন্ড্ৰিয়া


১৬) লিপিড আৰু প্ৰ'টিনৰ দ্বাৰা গঠিত কোষাৱৰণখনে কোষ একোটাক কি কৰি ৰাখে?

a) ৰাসায়নিক বিক্ৰিয়া

b) কোষকেন্দ্ৰৰ অন্তৰ্ভাগক আৱৰি ৰাখে

c) আবৃত কৰি ৰাখে

Ans: c) আবৃত কৰি ৰাখে


১৭) ভাইৰাচক কিয় জীৱ বুলি আখ্য়া দিয়া নহয়?

a) ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে

b) বতাহত উৰি ফুৰাৰ বাবে

c) সহজে বিয়পে বাবে

Ans: a) ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে


১৮) তলৰ কোন দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত।

a) ৰবাৰ্ট ব্ৰাউন আৰু শ্লেইডেন

b) শ্লেইডেন আৰু স্বোৱান

c) এটাও শুদ্ধ নহয়

Ans: b) শ্লেইডেন আৰু স্বোৱান


১৯) সকলো জীৱৰ দেহ একেধৰণৰ কোষেৰে গঠিত হয়নে?

a) হয়

b) নহয়

c) হবওঁ পাৰে

Ans: b) নহয়


২০) মাইট্ৰ'কণ্ড্ৰিয়াৰ এটা উল্লেখযোগ্য় বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰ হ'ল-

a) ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব'জ'ম থাকে

b) ইহঁতে কোষকেন্দ্ৰক অতি কঠিনভাৱে আৱৰি ৰাখে

c) ইহঁতবোৰ বেক্টেৰিয়া

 Ans: a) ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব'জ'ম থাকে