Chapter 2

              ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

১। সম্ৰাট ঔৰংগজেৱৰ মৃত্য়ু কিমান খ্ৰীষ্টাব্দত হৈছিল?                                                                            

ক) ১৬৬৫ চনত

খ) ১৭১৯ চনত

গ) ১৮৫৭ চনত

ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উঃ ঘ) ওপৰৰ এটাও শুদ্ধ নহয়


২। ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়তৰ ব্য়ৱস্থাৰ সূচনা কেতিয়া হৈছিল?

ক) ১৫৩ খ্ৰীষ্টাব্দত

খ) ১৮৫২ খ্ৰীষ্টাব্দত

গ) ১৮৫০ খ্ৰীষ্টাব্দত

ঘ) ১৬৮৯ খ্ৰীষ্টাব্দত

উঃ ক) ১৫৩ খ্ৰীষ্টাব্দত


৩। ১৮৩৫ খ্ৰীষ্টাব্দত ইংৰাজী ভাষাৰ মাধ্য়মেৰে পশ্চিমীয়া শিক্ষা ব্য়ৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়োৱা ব্য়ক্তিজনৰ নাম কি?

ক) ৰবাৰ্ট ক্লাইব

খ) সম্ৰাট ঔৰংগজেৱ

গ) লৰ্ড মেক'

ঘ) ওপৰত উল্লেখ কৰা এজনো শুদ্ধ নহয়

উঃ গ) লৰ্ড মেক'


৪। স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তোলা ব্য়ক্তিজনৰ নাম কি?

ক) চাৰ্লচ উড

খ) আনন্দৰাম বৰুৱা

গ) ঈশ্বৰচন্দ্ৰ গুপ্ত

উঃ খ) আনন্দৰাম বৰুৱা


৫। আনন্দ মঠ উপন্য়াসৰ ৰচয়িতা কোন?

ক) বঙ্কিমচন্দ্ৰ চট্টোপাধ্য়ায়

খ) মহম্মদ ইকবাল

গ) ওপৰত উল্লেখ কৰা এজনো নহয়

উঃ খ) মহম্মদ ইকবাল


৬। ব্ৰাহ্ম সভা নামৰ অনুষ্ঠানটো কিমান খ্ৰীষ্টাব্দত স্থাপন হৈছিল?

ক) ১৮৩৯ খ্ৰীষ্টাব্দত

খ) ১৮৩৩ খ্ৰীষ্টাব্দত

গ) ১৮২৮ খ্ৰীষ্টাব্দত

উঃ গ) ১৮২৮ খ্ৰীষ্টাব্দত


৭। থিয়'ছফিকেল ছ'চাইটি এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটি কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হয়?

ক) ১৮৯৩ খ্ৰীষ্টাব্দত

খ) ১৮৭৫ খ্ৰীষ্টাব্দত

গ) ১৮১৫ খ্ৰীষ্টাব্দত

ঘ) এটাও শুদ্ধ নহয়.....

উঃ খ) ১৮৭৫ খ্ৰীষ্টাব্দত 


৮। চেণ্ট্ৰেল হিন্দু স্কুল খন কোনে প্ৰতিষ্ঠা কৰিছিল?

 ক) এনি বেছান্ট

খ) হেনৰি অলকট

গ) চাৰ্লচ লিডবিটাৰ

উঃ  ক) এনি বেছান্ট


৯। গৱৰ্ণৰ জেনেৰেল লৰ্ড লিটনে কিমান খ্ৰীষ্টাব্দত "অস্ত্ৰ আইন' জাৰি কৰি ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ' ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰি

ক) ১৮৩৫ খ্ৰীষ্টাব্দত

খ) ১৮৯৮ খ্ৰীষ্টাব্দত

গ) ১৮৭৮ খ্ৰীষ্টাব্দত

উঃ গ) ১৮৭৮ খ্ৰীষ্টাব্দত


১০। ব্ৰিটিছৰ আমোলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছতে কোনে ভাৰতীয় সমাজলৈ প্ৰভুত বৰঙণি আগবঢ়াইছিল?

ক) লালা ৰাজপথ ৰায়

খ) দাদাভাই নৌৰজী

গ) লৰ্ড ডাফৰিন

উঃ খ) দাদাভাই নৌৰজী


১১। "স্য়াৰে জাহাছে আচ্ছা, হিন্দুস্তান হামাৰা" এই জাতীয়বাদৰ গীতটিৰলেখক কোন?

ক)  চাৰ্চল উড

খ) বঙ্কিম চন্দ্ৰ চট্ৰোপাধ্য়ায়

গ) কবি ইকবাল

উঃ গ) কবি ইকবাল


১২) লৰ্ড মেকলৰ জন্ম কিমান চনত হৈছিল?

ক) ১৮৫৯ চনত

খ) ১৮০০ চনত

গ) ১৭৯০ চনত

উঃ ক) ১৮৫৯ চনত


১৩) লৰ্ড মেকলেৰ মৃত্যু কিমান চনত হৈছিল?

ক) ১৮০০ চনত

খ) ১৮৫৯ চনত

গ) ১৮৬০ চনত

উঃ খ) ১৮৫৯ চনত


১৪) লৰ্জ মেকলে নৰ মৃত্যু কোনখন ঠাইত হৈছিল?

ক) লণ্ডন

খ) আমেৰিকা

গ) লিচেষ্টাৰছায়াৰ, ইংলেণ্ড

উঃ ক) লণ্ডন


১৪) গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড কিমান চনত নিৰ্মাণ কৰা হৈছিল?

ক) ১৮০০ চনত

খ) ১৮৯০ চনত

গ) ১৮৩৯ চনত

উঃ গ) ১৮৩৯ চনত

৫) অসমত ৰেল পৰিবহণ ব্যৱস্থা কিমান চনত হয়?

ক) ১৮৫৪ চনত

খ) ১৮৩৯ চনত

গ) ১৮০০ চনত

উঃ ক) ১৮৫৪ চনত


১৬) স্যাৰে জহাঁছে আচ্ছা গীতটো কিমান চনত গোৱা হৈছিল?

ক) ১৯০৪ চনত

খ) ১৯০৫ চনত

গ) ১৯০৮ চনত

উঃ ক) ১৯০৪ চনত


১৮) ব্ৰাহ্ম সভা কিমান চনত স্থাপন কৰা হৈছিল?

ক) ১৯২৮ চনত

খ) ১৮২৮ চনত

গ) ১৯৬৭ চনত

উঃ খ) ১৮২৮ চনত


১৯) আৰ্য সমাজ কত প্ৰতিষ্ঠা কৰা হৈছিল?

ক) ইংলেণ্ড

খ) লণ্ডন

গ) পঞ্জাৱ

উঃ গ) পঞ্জাৱ


২০) দাদাভাই নৌৰভীৰ জন্ম কত হৈছিল?

ক) বোম্বে

খ) ইংলেণ্ড

গ) লণ্ডন

উঃ ক) বোম্বে