আঘোণৰ পূৰ্ণিমা


১। কাৰ মনত আজি বৰ ৰং?

1) সত্যনাথ বৰাৰ

2) মহীধৰ পণ্ডিতৰ

3) ওপৰৰ এটাও নহয়

Ans: মহীধৰ পণ্ডিতৰ


২। পণ্ডিতৰ গাত আজি কি নাই?

1) ৰং

2) তৎ

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


৩। পণ্ডিতৰ ছোৱালীজনিৰ নাম কি?

1) কমলা

2) বিমলা

3) পাপৰি

Ans: পাপৰি


৪। পণ্ডিতজন কত থাকে?

1) শিৱসাগৰত

2) গুৱাহাতীত

3) নগাঁওত

Ans: শিৱসাগৰত


৫। কণমইনাই কি শ্ৰেণীত পঢ়ে?

1) সপ্তম

2) ষষ্ঠ

3) ওপৰৰ এটও নহয়

Ans: ষষ্ঠ


৬। কণমইনা আৰু মাজনী কাৰ সৈতে চোতালত বহি আছে ?

1) আইতাকৰ লগত

2) ককাকৰ লগত

3) মাকৰ লগত

Ans: ককাকৰ লগত


৭। কণমককাকৰ লগতইনাই ককাকক কিহৰ সাধু কবলৈ কৈছে?

1) বান্দৰৰ সাধু

2) কুকুৰৰ সাধু

3) ভূতৰ সাধু

Ans: ভূতৰ সাধু


৮। নুন শব্দৰ অৰ্থ কি?

1) লোণ

2) সোণ

3) তাম

Ans: লোণ


৯। টেপোল শব্দৰ অৰ্থ কি?

1) টেপৰ

2) টেঙা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১০। নাঙাল শব্দৰ অৰ্থ কি?

1) নাঙল

2) ঢোল

3) ওপৰৰ এটাও নহয়

Ans: নাঙল


১১। নেদি শব্দৰ অৰ্থ কি?

1) সেদি

2) নিদি

3) ওপৰৰ এটাও নহয়

Ans: নিদি


১২। দিবাক লাগি শব্দৰ অৰ্থ কি?

1) নিদিবলৈ

2) দিবলৈ

3) ওপৰৰ দুয়োটাই হয়

Ans: নিদিবলৈ


১৩। খু-দুৱনি শব্দৰ অৰ্থ কি?

1) উগুল-থুগুল

2) নজনা-নুশুনা

3) ওপৰৰ এটাও নহয়

Ans: উগুল-থুগুল


১৪। আচহুৱা শব্দৰ অৰ্থ কি?

1) মোনা

2) নজনা -নুশুনা

3) উগুল-থুগুল

Ans: নজনা -নুশুনা


১৫। ৰেহ-ৰূপ শব্দৰ অৰ্থ কি?

1) গয়-গতি

2) গতিগোত্ৰ

3) আলেখলেখ

4) ওপৰৰ তিনিটাই হয়

Ans: ওপৰৰ তিনিটাই হয়


১৬। মহোহো গীত গোৱা দলটোত কিমান সদস্য আছিল?

1) তিনি-চাৰি

2) সাত-আঠ

3) দুই-তিনি

Ans: সাত-আঠ


১৭। মহোহো গীতটো কি ভাষাত ৰচিত?

1) লিথিত

2) কথিত

3) ওপৰৰ এটাও নহয়

Ans: কথিত


১৮। পিৰালি শব্দৰ অৰ্থ কি?

1) ঘৰৰ ভেটিৰ বাহিৰৰ অংশ

2) ঘৰৰ বাহিৰৰ অংশ

3) ওপৰৰ এটাও নহয়

Ans: ঘৰৰ ভেটিৰ বাহিৰৰ অংশ


১৯। বেটাই শব্দৰ অৰ্থ কি?

1) পো

2) মহৰ

3) বাঁহৰ

Ans: পো


২০। মহোৰ শব্দৰ অৰ্থ কি?

1) মহৰ

2) বাঁহৰ

3) পো

Ans: মহৰ

Type Susmita Kakati