ভগিনী নিৱেদিতা


১। কিহেৰে এগৰাকী পূৰ্ণযৌৱনা নাৰী?

1) একোছা সোণালী চুনিৰে

2) দুটা চকুৰে

3) দুখন ভৰিৰে

Ans: একোছা সোণালী চুনিৰে


২।  ভগিনী নিৱেদিতা বৃত্তিত এগৰাকী কি?

1) ছাত্ৰ

2) শিক্ষয়িত্ৰী

3) ওপৰৰ এটাও নহয়

Ans: শিক্ষয়িত্ৰী


৩। এদিনাখন ভগিনী নিৱেদিতাই কি শুনিবলৈ পালে?

1) গান

2) সাধু এজন আহিব বুলি

3) কবিতা

Ans: সাধু এজন আহিব বুলি


৪। শিক্ষয়িত্ৰী গৰাকীয়ে কত যোগ দিলে?

1) ধৰ্মসভাত

2) অধৰ্মসভাত

3) ওপৰৰ এটাও নহয়

Ans: ধৰ্মসভাত


৫। কাৰোবাৰ গুণৰ কথা জানি ভোল যোৱা বোৰক কি বোলে ?

1) গুণমুগ্ধ

2) অগুণমুগ্ধ

3) ওপৰৰ দুয়োটাই হয়

Ans: গুণমুগ্ধ


৬। মনোকষ্ট শব্দৰ অৰ্থ কি?

1) মন ভাল লগা

2) মন বেয়া লগা

3) মনত পোৱা কষ্ট

Ans: মনত পোৱা কষ্ট


৭। দুৰৱস্থা শব্দৰ অৰ্থ কি?

1) বৰ ভাল অৱস্থা

2) বৰ বেয়া অৱস্থা

3) ওপৰৰ এটাও নহয়

Ans: বৰ বেয়া অৱস্থা


৮। বুদ্ধিদীপ্ত শব্দৰ অৰ্থ কি?

1) জ্ঞান

2) জ্ঞানেৰে উজলি থকা

3) ওপৰৰ দুয়োটাই হয়

Ans: জ্ঞানেৰে উজলি থকা


৯। পূৰ্ণ যৌৱনা শব্দৰ অৰ্থ কি?

1) গাভৰু

2) ডেকা

3) বুঢ়া

Ans: গাভৰু


১০। দৃষ্টান্ত শব্দৰ অৰ্থ কি?

1) গাভৰু

2) বুঢ়া

3) উদাহৰণ

Ans: উদাহৰণ


১১। গুৰু দক্ষিণা শব্দৰ অৰ্থ কি?

1) গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি

2) গুৰুৰ পৰা শিক্ষা লৱলৈ যোৱা

3) ওপৰৰ এটাও নহয়

Ans: গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি


১২। ভগিনী নিৱেদিতাৰ কিমান চনত মৃত্যু হৈছিল?

1) ১৯১১

2) ১৮৬৭

3) ১৯৫৪

Ans: ১৯১১


১৩। মাৰ্গাৰেট এলিজাবেথ মবোলৰ জন্ম কিমান চনত হৈছিল?

1) ১৯১১

2) ১৮৬৭

3) ১৯৫৪

Ans: ১৮৬৭


১৪। মাৰ্গাৰেট এলিজাবেথৰ পিতৃৰ নাম কি আছিল?

1) সত্যনাথ বৰা

2) কমল কাকতি

3) ৰেভাৰেণ্ড ছেমুৱেল নবোল

Ans: ৰেভাৰেণ্ড ছেমুৱেল নবোল


১৫। মাৰ্গাৰেট এলিজাবথৰ মাতৃৰ নাম কি আছিল?

1) মেৰী হেমিণ্টন

2) কমলা কাকতি

3) ওপৰৰ এটাও নহয়

Ans: মেৰী হেমিণ্টন


১৬। সৰুৰে পৰা মাৰ্গাৰেট কি ছোৱালী আছিল?

1) কথোৰ মনৰ

2) কোমল মনৰ

3) ওপৰৰ দুয়োটাই হয়

Ans: কোমল মনৰ


১৭। মাৰ্গাৰেট কিমান তাৰিখে জন্ম হৈছিল?

1) ২৮ অক্টোবৰ

2) ২৪ অক্টোবৰ

3)৩১ অক্টোবৰ

Ans: ২৮ অক্টোবৰ


১৮। ভগিনী নিৱেদিতাৰ কিমান তাৰিখে মৃত্যু হৈছিল?

1) ১৮ অক্টোবৰ

2) ১৩ অক্টোবৰ

3) ১৭ অক্টোবৰ

Ans: ১৩ অক্টোবৰ


১৯। কোনো লোকৰ চৰিত্ৰৰ লক্ষণ লোৱা বোৰক কি বোলে?

1) ব্যত্তিত্ব

2) পূৰ্ণ যৌৱনা

3) ওপৰৰ এটাও নহয়

Ans: ব্যত্তিত্ব


২০। কিহৰ মাজেৰে ভগিনী নিৱেদিতাই সমাজসেৱাৰ উজ্জ্বল দৃষ্টান্ত দেখুৱাই থৈ গ'ল?

1) ধন আৰু সোণৰ মাজেৰে

2) ত্যাগ আৰু সমপৰ্ণৰ মাজেৰে

3) ওপৰৰ দুয়োটাই হয়

Ans: ত্যাগ আৰু সমপৰ্ণৰ মাজেৰে

Type Susmita Kakati