মানুহে মানুহৰ বাবে
১। কবিতাটোৰ কবিৰ নাম কি?
1) ড° ভূপেন হাজৰিকা
2) সত্যনাথ বৰা
3) ওপৰৰ এটাও নহয়
Ans: ড° ভূপেন হাজৰিকা
২। কবিৰ জন্ম কিমান চনত হৈছিল ?
1) ১৯২৬
2) ১৯৮৭
3) ২০০১
Ans: ১৯২৬
৩। কবি কিমান চনত পদ্মশ্ৰী উপাধিৰে বিভূষিত হয়?
1) ২০০০
2) ২০০৮
3) ১৯৭৭
Ans: ১৯৭৭
৪। ১৯৮৭ চনত কবিয়ে কি বঁটা পাইছিল?
1) পদ্মশ্ৰী
2) শ্ৰীমন্ত শংকৰদেৱ
3) ওপৰৰ দুয়োটাই হয়
Ans: শ্ৰীমন্ত শংকৰদেৱ
৫। কবিয়ে কিমান চনত পদ্মভূষণ সন্মান লাভ কৰে?
1) ২০০১
2) ২০০৯
3) ২০০৪
Ans: ২০০১
৬। কবিৰ কিমান চনত মৃত্যু হৈছিল?
1) ১৯৭৬
2) ২০১১
3) ২০০৯
Ans: ২০১১
৭। যিয়ে আনক অন্যায় কৰে।
1) মানুহ
2) দানৱ
3) জন্তু
Ans: দানৱ
৮। কাহানি শব্দৰ অৰ্থ কি?
1) যেতিয়া
2) কেতিয়া
3) ওপৰৰ দুয়োটাই হয়
Ans: কেতিয়া
৯। একোটা কথা পুনৰায় কোৱা।
1) দৰা
2) দোহৰা
3) ওপৰৰ দয়োটাই হয়
Ans: দোহৰা
১০। কোবাল শব্দৰ অৰ্থ কি?
1) অতিবেগী
2) তীৰ গতি
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
Type Susmita Kakati