মানুহে মানুহৰ বাবে


১। কবিতাটোৰ কবিৰ নাম কি?

1) ড° ভূপেন হাজৰিকা

2) সত্যনাথ বৰা

3) ওপৰৰ এটাও নহয়

Ans: ড° ভূপেন হাজৰিকা


২। কবিৰ জন্ম কিমান চনত  হৈছিল ?

1) ১৯২৬

2) ১৯৮৭

3) ২০০১

Ans: ১৯২৬


৩। কবি কিমান চনত পদ্মশ্ৰী উপাধিৰে বিভূষিত হয়?

1) ২০০০

2) ২০০৮

3) ১৯৭৭

Ans: ১৯৭৭


৪। ১৯৮৭ চনত কবিয়ে কি বঁটা পাইছিল?

1) পদ্মশ্ৰী

2) শ্ৰীমন্ত শংকৰদেৱ

3) ওপৰৰ দুয়োটাই হয়

Ans: শ্ৰীমন্ত শংকৰদেৱ


৫। কবিয়ে কিমান চনত পদ্মভূষণ সন্মান লাভ কৰে?

1) ২০০১

2) ২০০৯

3) ২০০৪

Ans: ২০০১


৬। কবিৰ কিমান চনত  মৃত্যু হৈছিল?

1) ১৯৭৬

2) ২০১১

3) ২০০৯

Ans: ২০১১


৭। যিয়ে আনক অন্যায় কৰে।

1) মানুহ

2) দানৱ

3) জন্তু

Ans: দানৱ


৮। কাহানি শব্দৰ অৰ্থ কি?

1) যেতিয়া

2) কেতিয়া

3) ওপৰৰ দুয়োটাই হয়

Ans: কেতিয়া


৯। একোটা কথা পুনৰায় কোৱা।

1) দৰা

2) দোহৰা

3) ওপৰৰ দয়োটাই হয়

Ans: দোহৰা


১০। কোবাল শব্দৰ অৰ্থ কি?

1) অতিবেগী

2) তীৰ গতি

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়

Type Susmita Kakati