বিজ্ঞানী ড° ৰোহিণীকান্ত বৰুৱা
১। ৰোহিণীকান্ত বৰুৱাৰ কিমান চনত জন্ম হৈছিল ?
1) ১৯১০ চনত
2) ১৮১০ চনত
3) এটাও নহয়
Ans: ১৯১০ চনত
২। দেউতাকৰ মৃত্য়ুৰ পাছত ৰোহিণীকান্তৰ পৰিয়ালটো কলৈ গৈছিল ?
1) ডিব্ৰুগড়লৈ
2) শিৱসাগৰলৈ
3) এটাও নহয়
Ans: শিৱসাগৰলৈ
৩। কিমান চনত ড° ৰোহিণীকান্ত বৰুৱা অসমলৈ উভতি আহিল ?
1) ১৯৮৪ চনত
2) ১৯৪৮ চনত
3) এটাও নহয়
Ans: ১৯৪৮ চনত
৪। তেওঁৰ দেউতাকৰ নাম কি আছিল ?
1) কেশৱকান্ত বৰুৱা
2) ক্ষীৰধৰ বৰুৱা
3) এটাও নহয়
Ans: কেশৱকান্ত বৰুৱা
৫। কোন স্কুলৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ?
1) তেজপুৰ চৰকাৰী হাইস্কুল
2) শিৱসাগৰ চৰকাৰী হাইস্কুল
3) এটাও নহয়
Ans: শিৱসাগৰ চৰকাৰী হাইস্কুল
৬। তেওঁৰ প্ৰিয় বিষয় কি ?
1) গণিত
2) বিজ্ঞান
3) এটাও নহয়
Ans: এটাও নহয়
৭। তেওঁ কটন কলেজৰ পৰা কি পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?
1) আই.এছ.ছি.
2) বি.এছ.ছি.
3) এটাও নহয়
Ans: আই.এছ.ছি.
৮। ৰোহিণীকান্ত কলকাতালৈ গৈ কি কলেজত ভৰ্ত্তি হয় ?
1) কলিকতা বিশ্ৱবিদ্য়ালয়
2) প্ৰেছিডেন্সি
3) এটাও নহয়
Ans: প্ৰেছিডেন্সি
৯। ৰসায়ন বিজ্ঞানৰ লগে লগে ৰোহিণীকান্তই কি বিষয়টোও অধ্য়য়ন কৰিছিল ?
1) আইন
2) গণিত
3) এটাও নহয়
Ans: আইন
১০। তেওঁ কিমান চনত ইংলণ্ডলৈ যাত্ৰা কৰে ?
1) ১৯৬৪ চনত
2) ১৯৬০ চনত
3) এটাও নহয়
Ans: এটাও নহয়
১১। গাজৰ,অমিতা আদিত কি পদাৰ্থ থাকে ?
1) ভিটামিন-এ
2) কেৰ'টিনইড
3) এটাও নহয়
Ans: কেৰ'টিনইড
১২। তেওঁ কি পুথিৰ বাবে অসম সাহিত্য় সভাৰ বঁটা লাভ কৰিছিল ?
1) বিজ্ঞানৰ সাধু
2) অকণ
3) এটাও নহয়
Ans: বিজ্ঞানৰ সাধু
১৩। ড° বৰুৱাৰ কিমান চনত মৃত্য়ু হৈছিল ?
1) ১৯৮৬ চনৰ ৭ জুলাইত
2) ১৯৬৮ চনৰ ৭ ডিচেম্বৰত
3) এটাও নহয়
Ans: এটাও নহয়
১৪। ড° বৰুৱাৰ কেনেকৈ মৃত্য়ু হৈছিল ?
1) হৃদযন্ত্ৰক ক্ৰিয়া বন্ধ হৈ
2) ৰক্তবিহিন হৈ
3) এটাও নহয়
Ans: হৃদযন্ত্ৰক ক্ৰিয়া বন্ধ হৈ
১৫। ড° ৰোহিণীকান্ত বৰুৱাৰ ক'ত জন্ম হৈছিল ?
1) শিৱসাগৰত
2) শদিয়াত
3) এটাও নহয়
Ans: শদিয়াত
১৬। ১৯৩৮ চনত ৰোহিণীকান্তই কোন কলেজত অধ্য়াপক হিচাপে যোগদান কৰে ?
1) কটন কলেজত
2) প্ৰেছিডেন্সি কলেজত
3) এটাও নহয়
Ans: কটন কলেজত
১৭। তেওঁ কিমান চনত ডক্টৰেট উপাধি লাভ কৰে ?
1) ১৯৪৮ চনত
2) ১৯৪৬ চনত
3) এটাও নহয়
Ans: ১৯৪৮ চনত
১৮। তেখেতে কোন কলেজত জৈৱ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হৈছিল ?
1) কটন কলেজত
2) অসম চিকিৎসা মহাবিদ্য়ালয়ত
3) এটাও নহয়
Ans: অসম চিকিৎসা মহাবিদ্য়ালয়ত
১৯। তেওঁৰ ক'ত মৃত্য়ু হৈছিল ?
1) কলকাতাত
2) শদিয়াত
3) এটাও নহয়
Ans: কলকাতাত
২০। জলপানি শব্দৰ অৰ্থ কি ?
1) পঢ়া-শুনাৰ মাজেৰে লাভ কৰা জ্ঞান
2) পঢ়া-শুনাৰ খৰচৰ বাবে পোৱা আৰ্থিক সাহায্য়
3) এটাও নহয়
0 Comments