সন্ধিয়া


১। কবিতাটোৰ কবিৰ নাম কি আছিল?

1) সত্যনাথ বৰা

2) সিংহদত্ত দেৱ অধিকাৰী

3) কমল বৰা

Ans: সিংহদত্ত দেৱ অধিকাৰী


২। কবিৰ জন্ম কিমান চনত হৈছিল?

1) ১৮৮৯

2) ১৯২২

3) ১৯৩২

Ans: ১৮৮৯


৩। কবিৰ পিতৃৰ নাম কি?

1) কমল বৰা

2) ৰমল বৰা

3) মহোদত্ত অধিকাৰী

Ans: মহোদত্ত অধিকাৰী


৪। কবিৰ কবিতা পুথিসমূহ কি কি?

1) ৰেণু

2) মণিমালা

3) ওপৰৰ দুয়োটাই  হয়

Ans: ওপৰৰ দুয়োটাই  হয়


৫। কবিৰ কিমান চনত মৃত্যু হয়?

1) ১৯৩৫

2) ১৯২৫

3) ১৯৬৫

Ans: ১৯২৫


৬। এটা শব্দত প্ৰকাশ কৰা। (১) যিজনে নাও বায় ?

1) নাৱৰীয়া

2) গাৱলীয়া

3) ওপৰৰ দুয়োটাই হয়

Ans: নাৱৰীয়া


৭। বাতেৰে  গৈ থকা মানুহ?

1) হাটৰুৱা

2) বাটৰুৱা

3) ওপৰৰ এটাও নহয়

Ans: বাটৰুৱা


৮। ঘৰমুৱা শব্দৰ অৰ্থ কি?

1) বাতৰ ফালে

2) ঘৰৰ ফালে

3) বনৰ ফালে

Ans: ঘৰৰ ফালে


৯। জেউতি শব্দৰ অৰ্থ কি?

1) পোহৰ

2) এন্ধাৰ

3) ওপৰৰ দুয়োটাই হয়

Ans: পোহৰ


১০। ভুঞ্জা শব্দৰ অৰ্থ কি?

1) ভোগ কৰা

2) ভোজন কৰা

3) পোহৰ

Ans: পোহৰ

Type Susmita Kakati