সন্ধিয়া
১। কবিতাটোৰ কবিৰ নাম কি আছিল?
1) সত্যনাথ বৰা
2) সিংহদত্ত দেৱ অধিকাৰী
3) কমল বৰা
Ans: সিংহদত্ত দেৱ অধিকাৰী
২। কবিৰ জন্ম কিমান চনত হৈছিল?
1) ১৮৮৯
2) ১৯২২
3) ১৯৩২
Ans: ১৮৮৯
৩। কবিৰ পিতৃৰ নাম কি?
1) কমল বৰা
2) ৰমল বৰা
3) মহোদত্ত অধিকাৰী
Ans: মহোদত্ত অধিকাৰী
৪। কবিৰ কবিতা পুথিসমূহ কি কি?
1) ৰেণু
2) মণিমালা
3) ওপৰৰ দুয়োটাই হয়
Ans: ওপৰৰ দুয়োটাই হয়
৫। কবিৰ কিমান চনত মৃত্যু হয়?
1) ১৯৩৫
2) ১৯২৫
3) ১৯৬৫
Ans: ১৯২৫
৬। এটা শব্দত প্ৰকাশ কৰা। (১) যিজনে নাও বায় ?
1) নাৱৰীয়া
2) গাৱলীয়া
3) ওপৰৰ দুয়োটাই হয়
Ans: নাৱৰীয়া
৭। বাতেৰে গৈ থকা মানুহ?
1) হাটৰুৱা
2) বাটৰুৱা
3) ওপৰৰ এটাও নহয়
Ans: বাটৰুৱা
৮। ঘৰমুৱা শব্দৰ অৰ্থ কি?
1) বাতৰ ফালে
2) ঘৰৰ ফালে
3) বনৰ ফালে
Ans: ঘৰৰ ফালে
৯। জেউতি শব্দৰ অৰ্থ কি?
1) পোহৰ
2) এন্ধাৰ
3) ওপৰৰ দুয়োটাই হয়
Ans: পোহৰ
১০। ভুঞ্জা শব্দৰ অৰ্থ কি?
1) ভোগ কৰা
2) ভোজন কৰা
3) পোহৰ
Ans: পোহৰ
Type Susmita Kakati