কুলি

 


১। কুলি কবিতাটোৰ কবিৰ নাম কি?

1) সত্যনাথ বৰা

2) শ্ৰী শ্ৰী শংকৰদেৱ

3) সৰ্বেশ্বৰ কটকী

Ans: সৰ্বেশ্বৰ কটকী


২। কুলিৰ আগমনে কি ঋতুৰ আগজাননী দিয়ে ?

1) শীত

2) বসন্ত

3) ওপৰৰ এটাও নহয়

Ans: বসন্ত 


৩। বসন্ত ঋতুত প্ৰকৃতিয়ে কি ৰূপ লয়?

1) মনোমোহা

2) বেয়া

3) ভাল

Ans: মনোমোহা


৪।কুলিৰ লগতে কাৰ ক'ৰবালৈ উৰি গুচি যাবলৈ মন যায়?

1) কুলিৰ সৰু সৰু পোৱালি কেইটাৰ

2) কবিৰ

3) ওপৰৰ এটাও নহয়

Ans: কবিৰ


৫। বছৰি বছৰি জনাই দিয়াহি বসন্ত আহিল বুলি। এই কথাষাৰ কোনে কৈছে?

1) কুলিয়ে

2) কবিয়ে

3) ওপৰৰ দুয়োটাই হয়

Ans: কবিয়ে


৬। বছৰি বছৰি কোনে জনাই দিয়ে যে বসন্ত আহিল বুলি?

1) কবিয়ে

2) কুলিয়ে

3) মানুহে

Ans: কুলিয়ে


৭। কুলিৰ মাতত কি আছে ?

1) যাদু

2) মৰম

3) চেনেহ

Ans: যাদু


৮। কুলিৰ সুৱদি মাত শুনি কাৰ হেপাহ নপলায়?

1) শ্ৰী শ্ৰী শংকৰদেৱৰ

2) সত্যনাথ বৰাৰ

3) কবিৰ

Ans: কবিৰ


৯। বাৰে বাৰে শুনিবলৈ কবিয়ে কলৈ লৰি যায়?

1) বনলৈ

2) নৈ

3) পথাৰলৈ

Ans: বনলৈ


১০। কুলিৰ বৰণ কি ?

1) হালধীয়া

2) ক'লা

3) মুগা

Ans: ক'লা


১১। কুলিয়ে কি কালত গীত গায় ?

1) বসন্ত

2) শীত

3) শৰৎ

Ans: ক'লা


১২। কবিয়ে ঘৰৰ ফালে কেতিয়া পাহৰে ?

1) নৈ পাৰলৈ গৈ

2) কুলিৰ মাত শুনি

3) ওপৰৰ এটাও নহয়

Ans: কুলিৰ মাত শুনি


১৩। হেঁপাহ শব্দৰ অৰ্থ কি ?

1) পাবলৈ বৰকৈ ইচ্ছা

2) হাবিয়াহ

3) হুতাহ

4) ওপৰৰ তিনিটাই হয়

Ans: ওপৰৰ তিনিটাই হয়


১৪। ভাও শব্দৰ অৰ্থ কি ?

1) অংগি-ভংগি

2) নাচ-গান

3) ওপৰৰ এটাও নহয়

Ans: অংগি-ভংগি


১৫। ভূমূকি শব্দৰ অৰ্থ কি?

1) ভাল

2) বেয়া

3) খন্তেকৰ বাবে দেখা দিয়া

Ans: খন্তেকৰ বাবে দেখা দিয়া


১৬। সুঁৱদি শব্দৰ অৰ্থ কি?

1) সোৱাদ থকা

2) শুনি ভাল লগা

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


১৭। বসন্ত কালত গছ-লতাৰ ৰূপ কেনে হয়?

1) গছ-লতা ভাঙি যায়

2) নতুন ফুল-পাত ধৰে

3) ওপৰৰ এটাও নহয়

Ans: নতুন ফুল-পাত ধৰে


১৮। বাব শব্দৰ অৰ্থ কি ?

1) পদবী

2) কৰবী

3) পুৰবী

Ans: পদবী


১৯। পুথি-পাঁজি শব্দৰ অৰ্থ কি ?

1) বিয়া

2) সভা

3) কিতাপ

Ans:  কিতাপ


২০। সকাম শব্দৰ অৰ্থ কি?

1) সকাম

2) প্ৰয়োজন

3) নিকাম

Ans: প্ৰয়োজন

Type Susmita Kakati