বাঘ খোৱা শিয়াল


১। পাঠটোৰ ৰচক কোন ?

1) সত্যনাথ বৰা

2) শ্ৰী শ্ৰী শংকৰদেৱ

3) অতুলানন্দ গোস্বামী

Ans: অতুলানন্দ গোস্বামী


২। শিয়ালে কেতিয়া হুৱা দিয়ে ?

1) পুৱা

2) ৰাতি

3) গধূলি

Ans: গধূলি


৩। শিয়ালে কলৈ চাই হুৱা হুৱা চিঞৰে ?

1) মাতিলৈ চাই

2) আকাশলৈ চাই

3) ওপৰৰ এটাও নহয়

Ans: আকাশলৈ চাই


৪। জোনাক ৰাতি কলৈ চাই চিঞৰে ?

1) আকাশলৈ চাই

2) জোনটোলৈ চাই

3) মাতিলৈ চাই

Ans: জোনটোলৈ চাই


৫। কাৰ পোৱালি কেইটাই থেন থেন-মেন মেন আৰাম্ভ কৰে?

1) বাঘৰ

2) কুকুৰৰ

3) শিয়ালৰ

Ans: শিয়ালৰ


৬। শিয়ালক দেখি কোনে খেদা নামাৰে?

1) বাঘে

2) শিয়ালে

3) হাতীয়ে

Ans: বাঘে


৭। বাঘ আৰু শিয়ালৰ কাণ্ডটো কোনে চাই আছিল?

1) কুকুৰে

2) বান্দৰে

3) হাতীয়ে

Ans: বান্দৰে


৮। শিয়ালৰ কেইটা পোৱালি আছে?

1) এটা

2) দুটা

3) তিনিটা

Ans: তিনিটা


৯। বাঘৰ পিঠিত কোন উঠিল?

1) বান্দৰ

2) শিয়াল

3) হাতী

Ans: বান্দৰ


১০। বান্দৰে অলপ দূৰ গ'লেই কি দেখিব বুলি কৈছে?

1) সৰু ঢাপ

2) বিশাল ঢাপ

3) ওপৰৰ এটাও নহয়

Ans: বিশাল ঢাপ


১১। বিশাল ঢাপটোত কি আছে?

1) ফুটুকা এডৰা

2) মাতি এডৰা

3) ওপৰৰ এটাও নহয়

Ans: ফুটুকা এডৰা


১২। শিয়ালৰ কথা শুনি বাঘৰ কি হল?

1) ভয় খালে

2) জীৱ বাহিৰ হ'ল

3) ওপৰৰ দুয়োটাই হয়

Ans: জীৱ বাহিৰ হ'ল


১৩। তাল-ফাল শব্দৰ অৰ্থ কি ?

1) অসহ্য শব্দ

2) হুলস্থূল

3) ওপৰৰ দুয়োটাই হয়

Ans: পৰৰ দুয়োটাই হয়


১৪। নোদোকা শব্দৰ অৰ্থ কি?

1) শকত-আৱত

2) সৰু

3) ডাঙৰ

Ans: শকত-আৱত


১৫। এমা-ডিমা শব্দৰ অৰ্থ কি?

1) সাৱধান

2) নিচেই সৰু

3) ধূৰ্ত

Ans: নিচেই সৰু


১৬। সতকাই শব্দৰ অৰ্থ কি?

1) সহজে

2) আজি

3) ওপৰৰ এটাও নহয়

Ans: সহজে


১৭। হৰিণ শব্দৰ বিপৰীত লিঙ্গ কি?

1) হৰিণী

2) মাখুন্দী

3) ওপৰৰ দুয়োটাই হয়

Ans: হৰিণী


১৮। কুকুৰ শব্দৰ বিপৰীত লিঙ্গ কি ?

1) কুকুৰণী

2) কুকুৰী

3) ওপৰৰ দুয়োটাই হয়

 Ans: ওপৰৰ দুয়োটাই হয়


১৯। গাধ শব্দৰ বিপৰীত লিঙ্গ কি?

1) গাধ

2) গাধী

3) ওপৰৰ এটাও নহয়

Ans: গাধী


২০। মখনা বিপৰীত লিঙ্গ কি?

1) মাখুন্দী

2) মাখুন্দ

3) ওপৰৰ এটাও নহয়

Ans: মাখুন্দী

Type Susmita Kakati