জননী


১। জননী কবিতাটোৰ কবিৰ নাম কি ?

1) সত্যনাথ বৰা

2) শ্ৰী শ্ৰী শংকৰদেৱ

3) দুৰ্গেশ্বৰ শৰ্মা

Ans: দুৰ্গেশ্বৰ শৰ্মা


২। কবিৰ জন্ম কিমান চনত হৈছিল ?

1) ১৮৮৫

2) ১৯০৬

3) ১৯১১

Ans: ১৮৮৫


৩। কিমান চনত কবিৰ কোঁচ বিহাৰৰ পৰা এফ.এ.পাছ কৰে ?

1) ১৮৮৫

2) ১৯০৬

3) ১৯০১

Ans: ১৯০১


৪। কবিৰ পিতৃৰ নাম কি আছিল ?

1) দুৰ্গেশ্বৰ শৰ্মা

2) কমলেশ্বৰ শৰ্মা

3) ওপৰৰ এটাও নহয়

Ans: কমলেশ্বৰ শৰ্মা


৫। ১৯০৬ চনত কৰ পৰা আইন বিষয়ত দক্ষতাৰে  উত্তীৰ্ণ হৈ ওকালতিত মনোনিৱেশ কৰে।

1) যোৰহাটৰ

2) কলিকতাৰ

3) গুৱাহাটী

Ans: কলিকতাৰ


৬। কবিৰ প্ৰথম কবিতা ল'ৰা কাল'টো কত প্ৰকাশ পায়?

1) বাতৰি কাকতত

2) জোনাকী কাকতত

3) ওপৰৰ দুয়োটাই হয়

Ans: জোনাকী কাকতত


৭। কবিৰ কবিতাপুথি সমূহ কি কি ?

1) অঞ্জলি

2) নিবেদন

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


৮। পাৰ্থপৰাজয় নাট খন কি ছন্দত লিখা হৈছিল ?

1) চন্দ্ৰাৱলী

2) বালিবধ

3) অমিতাক্ষ

Ans: অমিতাক্ষ


৯। কিমান চনত কবিৰ মৃত্যু হয় ?

1) ১৯৬১

2) ১৯০৬

3) ১৯১১

Ans: ১৯৬১


১০। কবিৰ নাট সমূহৰ নাম কি?

1) পাৰ্থ পৰাজয়

2) চন্দ্ৰাৱলী

3) বালিবধ

4) ওপৰৰ তিনিতাই হয়

Ans: ওপৰৰ তিনিতাই হয়

১১। মাতৃয়ে কাক অশেষ যত্ন লৈছিল ?

1) কবিৰ

2) নিজৰ

3) দেউতাকৰ

Ans: কবিৰ


১২। কবিয়ে  নিবিচৰাকৈয়ে তেওঁক বহুত মৰম কোনে দিছিল?

1) দেউতাকে

2) ককাকে

3) মাকে

Ans: মাকে


১৩। মাতৃৰ ধাৰ এই জনমত শুজিব নোৱাৰি। এই কথাষাৰ কোনে কৈছে?

1) কবিৰ দেউতাকে

2) কবিয়ে

3) কবিৰ মাকে

Ans: কবিয়ে


১৪। কবিয়ে জননীক কাৰ লগত তুলনা কৰিছে ?

1) দেউতাকৰ লগত

2) মাকৰ লগত

3) ককাকৰ লগত

Ans: মাকৰ লগত


১৫। কবিৰ জন্ম কত হৈছিল ?

1) গুৱাহাটী

2) যোৰহাট

3) কলিকতা

Ans: যোৰহাট


১৬। কবিয়ে ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড'ৰ উচ্চ পদবীৰ পৰা কিমান চনত অৱসৰ লয়?

1) ১৯১১

2) ১৯৪০

3) ১৯০৬

Ans: ১৯৪০


১৭। পৰাণ শব্দৰ অৰ্থ কি?

1) প্ৰাণ

2) এই

3) ওপৰৰ এটাও নহয়

Ans: প্ৰাণ


১৮। ইহ শব্দৰ অৰ্থ কি ?

1) এই

2) প্ৰাণ

3) সদায়

Ans: এই


১৯। সততে শব্দৰ অৰ্থ কি ?

1) সদায়

2) সাধাৰণতে

3) ওপৰৰ দুয়োটাই হয়

Ans: ওপৰৰ দুয়োটাই হয়


২০। অযাচিত শব্দৰ অৰ্থ কি?

1) নোখোজাকৈ পোৱা

2) সাধাৰণতে

3) ওপৰৰ এটাও নহয়

Ans: নোখোজাকৈ পোৱা

Type Susmita Kakati