কী-বৰ্ড আৰু কী সমূহ
১। ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ----
1) হয়
2) নহয়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: হয়
২। মনিষাই কি পৃষ্ঠাৰ এটা টোকা তেওঁ এজন সহপাঠীজনে লিখিব ললে ?
1) ২৭ পৃষ্ঠাৰত
2) ২৫ পৃষ্ঠাৰত
3) ২৮ পৃষ্ঠাৰত
Ans: ২৫ পৃষ্ঠাৰত
৩। মনিষাই লিখিব দিয়া সহপাঠীখনৰ কামটো কিহৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত লৈছিল ?
1) মবা'ইল ত
2) কম্পিউটাৰত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: কম্পিউটাৰত
৪। চেকেণ্ডেৰী মেমৰী লিখা সকলো তথ্য বা নিৰ্দেশাৱলী বোৰ কি দৰে জমা হৈ থাকে ?
1) save হৈ থাকে
2) স্থায়ীভাৱে হৈ থাকে
3) ইয়াৰ ভািতৰত এটাও নহয়
Ans: স্থায়ীভাৱে হৈ থাকে
৫। কী -বোৰ্ডৰকী সমূহ আখৰ শঁখ্যা আৰু চিহ্নঅনুসতাৰে বেলেগ বেলেগ ভাগ কেইটা ?
1) ৫ টা
2) ৬ টা
3) ৪ টা
Ans: ৪ টা
৬। এই কী- বোৰ্ডৰ আখৰ সংখ্যা আৰু কেত বোৰ চিহ্ন কী থাকে ই সাধাৰণতে কেই প্ৰকাৰৰ ?
1) ৩ প্ৰকাৰৰ
2) ২ প্ৰকাৰৰ
3) ৪ প্ৰকাৰৰ
Ans: ২ প্ৰকাৰৰ
৭। ইংৰাজী বৰ্ণমালাৰ বৰ্ণসমূহ এই শ্ৰেণীৰ অন্তৰ্গত ইয়াৰ সৰ্বমুঠ কেইটা ?
1) ৪৫ টা
2) ৫২ টা
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ৫২ টা
৮। চফটৱেৰভেদে ইয়াৰ কাম বেলেগ বেলেগ ই সহায়ত কী বুলি জনা যায় ?
1) (খ) Alternate key
2) (গ) Back s pace key
3) ওপৰৰ এটাও নহয়
Ans: (খ) Alternate key
৯। Backspace কি কামত ব্যৱহাৰ কৰা হয় ?
1) আখৰ মচিবলৈ
2) আখৰ ৰং কৰিবলৈ
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: আখৰ মচিবলৈ
১০। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?
1) বিভিন্ন কামত
2) এটা কামত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: বিভিন্ন কামত
১১। কী-বোৰ্ড খন কি ডিভাইচ ?
1) ইনপুত ডিভাইচ
2) আউটপুত ডিভাইচ
3) ওপৰৰ দুয়োটা
Ans: ইনপুত ডিভাইচ
১২। আমি কিহৰ যোগেদি কম্পিউটাৰত প্ৰয়োজনীয় তথ্য় যোগান ধৰিব পাৰোঁ।
1) মনিটৰৰ যোগেদি
2) চি.পি.ইউ
3) কী-বোৰ্ড
Ans: কী-বোৰ্ড
১৩। সৰ্বসাধাৰণৰ বাবে নিৰ্মিত আৰু ব্য়ৱহাৰযোগ্য় কী-বোৰ্ডৰ ভাগ কেইটা ?
1) দুটা
2) তিনিটা
3) চাৰিটা
Ans: চাৰিটা
১৪। এলফাবেট কীত কেইটা কী থাকে ?
1) ৩০ টা
2) ৫২ টা
3) ৫৪ টা
Ans: ৫২ টা
১৫। কী বোৰ্ডৰ কীসমূহৰ ভিতৰত প্ৰধান কী কোনটো ?
1) Enter Key
2) Shift
3) Ctrl
Ans: Enter Key
১৬। Ctrl কীক আৰু কি বুলি কোৱা হয় ?
1) Space Bar
2) সহায়ক কী
3) Tab Key
Ans: সহায়ক কী
১৭। Esc Key, কী বোৰ্ডৰ ক'ত থাকে ?
1) মাজত
2) শেষত
3) প্ৰথমত
Ans: প্ৰথমত
১৮। কী-বোৰ্ডত Delete কী কেইটা থাকে ?
1) দুটা
2) তিনিটা
3) এটাও পোৱা নাযায়
Ans: দুটা
১৯। কী-বোৰ্ডত Arrorw Key সৰ্বমুঠ কেইটা থাকে ?
1) তিনিটা
2) দুটা
3) চাৰিটা
Ans: চাৰিটা
২০। F1, F2 আদি কি কী (key) বুলি জনা যায় ?
1) কী বুলি
2) ফাংকশ্বন কী
3) ওপৰৰ এটাও নহয়
0 Comments