কী-বৰ্ড আৰু কী সমূহ 


১। ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ----

1) হয়

2) নহয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: হয়


২। মনিষাই কি  পৃষ্ঠাৰ এটা টোকা তেওঁ এজন সহপাঠীজনে লিখিব  ললে ?

1) ২৭ পৃষ্ঠাৰত

2) ২৫ পৃষ্ঠাৰত

3) ২৮ পৃষ্ঠাৰত

Ans: ২৫ পৃষ্ঠাৰত


৩। মনিষাই লিখিব দিয়া সহপাঠীখনৰ কামটো কিহৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত লৈছিল ?

1) মবা'ইল ত

2) কম্পিউটাৰত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কম্পিউটাৰত


৪। চেকেণ্ডেৰী মেমৰী লিখা সকলো তথ্য বা নিৰ্দেশাৱলী বোৰ কি দৰে জমা হৈ থাকে ?

1) save হৈ থাকে

2) স্থায়ীভাৱে হৈ থাকে

3) ইয়াৰ ভািতৰত এটাও নহয়

Ans: স্থায়ীভাৱে হৈ থাকে


৫। কী -বোৰ্ডৰকী সমূহ আখৰ শঁখ্যা আৰু চিহ্নঅনুসতাৰে বেলেগ বেলেগ ভাগ কেইটা ?

1) ৫ টা

2) ৬ টা

3) ৪ টা

Ans: ৪ টা


৬। এই কী- বোৰ্ডৰ আখৰ সংখ্যা আৰু কেত বোৰ চিহ্ন কী থাকে  ই সাধাৰণতে কেই প্ৰকাৰৰ  ?

1) ৩ প্ৰকাৰৰ

2) ২ প্ৰকাৰৰ

3) ৪ প্ৰকাৰৰ

Ans: ২ প্ৰকাৰৰ


৭।  ইংৰাজী বৰ্ণমালাৰ বৰ্ণসমূহ এই শ্ৰেণীৰ অন্তৰ্গত ইয়াৰ সৰ্বমুঠ কেইটা ?

1) ৪৫ টা

2) ৫২ টা

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ৫২ টা


৮। চফটৱেৰভেদে ইয়াৰ কাম বেলেগ বেলেগ ই  সহায়ত কী বুলি জনা যায় ?

1) (খ) Alternate key

2) (গ) Back s pace key

3) ওপৰৰ এটাও নহয়

Ans: (খ) Alternate key


৯। Backspace কি কামত ব্যৱহাৰ কৰা হয় ?

1) আখৰ মচিবলৈ

2) আখৰ ৰং কৰিবলৈ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: আখৰ মচিবলৈ


১০। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?

1) বিভিন্ন কামত

2) এটা কামত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বিভিন্ন কামত


১১। কী-বোৰ্ড খন কি ডিভাইচ ?

1) ইনপুত ডিভাইচ

2) আউটপুত ডিভাইচ

3) ওপৰৰ দুয়োটা

Ans: ইনপুত ডিভাইচ


১২। আমি কিহৰ যোগেদি কম্পিউটাৰত প্ৰয়োজনীয় তথ্য় যোগান ধৰিব পাৰোঁ।

1) মনিটৰৰ যোগেদি

2) চি.পি.ইউ

3) কী-বোৰ্ড

Ans: কী-বোৰ্ড


১৩। সৰ্বসাধাৰণৰ বাবে নিৰ্মিত আৰু ব্য়ৱহাৰযোগ্য় কী-বোৰ্ডৰ ভাগ কেইটা ?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: চাৰিটা


১৪। এলফাবেট কীত কেইটা কী থাকে ?

1) ৩০ টা

2) ৫২ টা

3) ৫৪ টা

Ans: ৫২ টা


১৫। কী বোৰ্ডৰ কীসমূহৰ ভিতৰত প্ৰধান কী কোনটো ?

1) Enter Key

2) Shift

3) Ctrl

Ans: Enter Key


১৬। Ctrl কীক আৰু কি বুলি কোৱা হয় ?

1) Space Bar

2) সহায়ক কী

3) Tab Key

Ans: সহায়ক কী


১৭। Esc Key,  কী বোৰ্ডৰ ক'ত থাকে ?

1) মাজত

2) শেষত

3) প্ৰথমত

Ans: প্ৰথমত


১৮। কী-বোৰ্ডত Delete কী কেইটা থাকে ?

1) দুটা

2) তিনিটা

3) এটাও পোৱা নাযায়

Ans: দুটা


১৯। কী-বোৰ্ডত Arrorw Key সৰ্বমুঠ কেইটা থাকে ?

1) তিনিটা

2) দুটা

3) চাৰিটা

Ans: চাৰিটা


২০।  F1, F2 আদি কি কী (key) বুলি জনা যায় ? 

1) কী বুলি

2) ফাংকশ্বন  কী

3) ওপৰৰ এটাও নহয়

Ans: ফাংকশ্বন  কী

Type Susmita Kakati