মাই কম্পিউটাৰ (My computer)
১। মাই কম্পিউটাৰ পৰ্দাখনত কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহ দেখিবলৈ পোৱা ?
1) নাযায়
2) যায়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: যায়
২। কি এখঝন ভৰাই মাই কম্পিউটাৰৰ জৰিয়তে চলাব পৰা যায় ?
1) CD - ROM ত CD
2) C Drive ত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: CD - ROM ত CD
৩। ডিস্ক কেই প্ৰকাৰৰ ?
1) ৩ প্ৰকাৰৰ
2) ২ প্ৰকাৰৰ
3) ১ প্ৰকাৰৰ
Ans: ২ প্ৰকাৰৰ
৪। ডিস্কৰ প্ৰথম অৱস্থাত বহু পৰিমানে ব্যৱহাৰ হৈছিল কিন্তু অত্যাধুনিক তথ্য সংৰক্ষণ বোৰ কি হৈ গৈছিল ?
1) নোহোৱা হৈ গৈছিল
2) ভাল হৈ গৈছিল
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ভাল হৈ গৈছিল
৫। (CD) কেই প্ৰকাৰৰ ?
1) ৩ প্ৰকাৰৰ
2) ৪ প্ৰকাৰৰ
3) ২ প্ৰকাৰৰ
Ans: ২ প্ৰকাৰৰ
৬। কি মূল্য তুলনামূলকভাৱে যথেষ্ট কম আৰু সহজতে নষ্ট হৈ নাযাই ?
1) তথ্য সংৰক্ষণ
2) ফ্লপি ডিস্ক
3) ফ্লাশ মেমৰী
Ans: ফ্লাশ মেমৰী
৭। মাই কম্পিউটাৰ হ'ল কম্পিউটাৰ মুখ্য Folder ?
1) হয়
2) নহয়
3) ইউয়াৰ ভিতৰত এটাও নহয়
Ans: হয়
৮। ডি. ভি. ডি . সম্পূৰ্ণ নাম টো কি ?
1) Digital versatile Disk
2) Hard Disk
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Digital versatile Disk
৯। এবিধ সঁজুলি যি আজি কালি ব্যৱহাৰ হোৱা দেখা যায় ?
1) ডি. ভি . ডি
2) পেন- ড্ৰাইভ
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: পেন- ড্ৰাইভ
১০। (CD) এখন মাই কম্পিউটাৰ জৰিয়তে চলাব ?
1) নোৱাৰি
2) পাৰি
3) ইয়াৰ ভিতচৰত এটাও নহয়
Ans: পাৰি
১১। মাই কম্পিউটাৰত কি কৰিব পাৰি ?
1) ছবি আঁকিব পাৰি
2) তথ্য় জমা কৰি ৰাখিব পাৰি
3) সকলো কৰিব পাৰি
Ans: তথ্য় জমা কৰি ৰাখিব পাৰি
১২। মাই কম্পিউটাৰত ফাইল মচিব পাৰি নে ?
1) পাৰি
2) নোৱাৰি
3) ওপৰৰ এটাও নহয়
Ans: পাৰি
১৩। মাই কম্পিউটাৰৰ Drive ৰ C Drive টোৱে কি বুজাই ?
1) ৰেম
2) মেমৰী
3) হাৰ্ড ডিক্স
Ans: হাৰ্ড ডিক্স
১৪। কম্পিউটাৰৰ হাৰ্ড ডিক্সৰ ভাগ কি ?
1) C Drive
2) D Drive
3) ওপৰৰ দুয়োটা
Ans: ওপৰৰ দুয়োটা
১৫। ফ্লপি ডিস্ক কেই প্ৰকাৰৰ ব্য়ৱহাৰ বেছি ?
1) তিনি প্ৰকাৰৰ
2) পাঁচ প্ৰকাৰৰ
3) দুই প্ৰকাৰৰ
Ans; দুই প্ৰকাৰৰ
১৬। তথ্য় সংৰক্ষণ সঁজুলিত কম্পিউটাৰৰ তথ্য়সমূহ কি কৰি ৰাখিব পাৰি ?
1) ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি
2) সংৰক্ষণ কৰি
3) সংৰক্ষণ কৰিব নোৱাৰি
Ans: ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি
১৭। CD Drive দেখাত কেনেকুৱা ?
1) চৰ্তুভূজৰ নিচিনা
2) বৃত্তৰ নিচিনা
3) বৰ্গৰ নিচিনা
Ans: বৃত্তৰ নিচিনা
১৮। CD কেইধৰণৰ আছে ?
1) দুই ধৰণৰ
2) সাত ধৰণৰ
3) পাঁচ ধৰণৰ
Ans: দুই ধৰণৰ
১৯। CD এখন মাই কম্পিউটাৰৰ জৰিয়তে চলাব পাৰিনে ?
1) পাৰি
2) নোৱাৰি
3) ওপৰৰ এটাও নহয়
Ans: পাৰি
২০। মাই কম্পিউটাৰ হ'ল কম্পিউটাৰৰ মুখ্য় Folder। হয়নে নহয়
1) হয়
2) নহয়
3) ওপৰৰ এটাও নহয়
0 Comments