মাই কম্পিউটাৰ (My computer)


১। মাই কম্পিউটাৰ পৰ্দাখনত কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহ দেখিবলৈ পোৱা ?

1) নাযায়

2) যায়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: যায়


২। কি এখঝন ভৰাই মাই কম্পিউটাৰৰ জৰিয়তে চলাব পৰা যায় ? 

1) CD - ROM ত CD

2) C Drive ত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: CD - ROM ত CD


৩।  ডিস্ক কেই প্ৰকাৰৰ ?

1) ৩ প্ৰকাৰৰ

2) ২ প্ৰকাৰৰ

3) ১ প্ৰকাৰৰ

Ans: ২ প্ৰকাৰৰ


৪। ডিস্কৰ প্ৰথম অৱস্থাত বহু পৰিমানে ব্যৱহাৰ হৈছিল কিন্তু অত্যাধুনিক তথ্য সংৰক্ষণ বোৰ কি হৈ  গৈছিল ?  

1) নোহোৱা হৈ গৈছিল

2) ভাল হৈ গৈছিল

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ভাল হৈ গৈছিল


৫। (CD) কেই প্ৰকাৰৰ ?

1) ৩ প্ৰকাৰৰ

2) ৪ প্ৰকাৰৰ

3) ২ প্ৰকাৰৰ

Ans: ২ প্ৰকাৰৰ


৬। কি মূল্য তুলনামূলকভাৱে যথেষ্ট কম আৰু সহজতে নষ্ট হৈ নাযাই ?

1) তথ্য সংৰক্ষণ

2) ফ্লপি  ডিস্ক

3) ফ্লাশ মেমৰী

Ans: ফ্লাশ মেমৰী


৭। মাই কম্পিউটাৰ হ'ল কম্পিউটাৰ মুখ্য Folder ?

1) হয়

2) নহয়

3) ইউয়াৰ ভিতৰত এটাও নহয়

Ans: হয়


৮।  ডি. ভি. ডি . সম্পূৰ্ণ নাম টো কি ?

1) Digital versatile Disk

2) Hard Disk

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Digital versatile Disk


৯। এবিধ সঁজুলি যি আজি  কালি ব্যৱহাৰ হোৱা দেখা যায় ?

1) ডি. ভি . ডি

2) পেন- ড্ৰাইভ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: পেন- ড্ৰাইভ


১০। (CD) এখন মাই কম্পিউটাৰ জৰিয়তে চলাব ?

1) নোৱাৰি

2) পাৰি

3) ইয়াৰ ভিতচৰত এটাও নহয়

Ans: পাৰি


১১। মাই কম্পিউটাৰত কি কৰিব পাৰি ?

1) ছবি আঁকিব পাৰি

2) তথ্য় জমা কৰি ৰাখিব পাৰি

3) সকলো কৰিব পাৰি

Ans: তথ্য় জমা কৰি ৰাখিব পাৰি


১২। মাই কম্পিউটাৰত ফাইল মচিব পাৰি নে ?

1) পাৰি

2) নোৱাৰি

3) ওপৰৰ এটাও নহয়

Ans: পাৰি


১৩। মাই কম্পিউটাৰৰ Drive ৰ C Drive টোৱে কি বুজাই ?

1) ৰেম

2) মেমৰী

3) হাৰ্ড ডিক্স

Ans: হাৰ্ড ডিক্স


১৪। কম্পিউটাৰৰ হাৰ্ড ডিক্সৰ ভাগ কি ?

1) C Drive

2) D Drive

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


১৫। ফ্লপি ডিস্ক কেই প্ৰকাৰৰ ব্য়ৱহাৰ বেছি ?

1) তিনি প্ৰকাৰৰ

2) পাঁচ প্ৰকাৰৰ

3) দুই প্ৰকাৰৰ

Ans; দুই প্ৰকাৰৰ


১৬। তথ্য় সংৰক্ষণ সঁজুলিত কম্পিউটাৰৰ তথ্য়সমূহ কি কৰি ৰাখিব পাৰি ?

1) ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি

2) সংৰক্ষণ কৰি

3) সংৰক্ষণ কৰিব নোৱাৰি

Ans: ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি


১৭। CD Drive দেখাত কেনেকুৱা ?

1) চৰ্তুভূজৰ নিচিনা

2) বৃত্তৰ নিচিনা

3) বৰ্গৰ নিচিনা

Ans: বৃত্তৰ নিচিনা


১৮। CD কেইধৰণৰ আছে ?

1) দুই ধৰণৰ

2) সাত ধৰণৰ

3) পাঁচ ধৰণৰ

Ans: দুই ধৰণৰ


১৯।  CD এখন মাই কম্পিউটাৰৰ জৰিয়তে চলাব পাৰিনে ?

1) পাৰি

2) নোৱাৰি

3) ওপৰৰ এটাও নহয়

 Ans: পাৰি


২০। মাই কম্পিউটাৰ হ'ল কম্পিউটাৰৰ মুখ্য় Folder। হয়নে নহয়

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

Type Susmita kakati