কম্পিউটাৰৰ প্ৰজন্ম (Generation of Computer)
১। কম্পিউটাৰ কাৰ্যক্ষমতা আৰু নিৰ্মাণ শৈলীৰ ওপৰত ভিত্তি কৰি প্ৰজন্মক কেইভাগত ভাগ কৰা হৈছে ।
1) ৩টা ভাগত
2) ৪ টা ভাগত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ইয়াৰ ভিতৰত এটাও নহয়
২। ট্ৰেনজিষ্টাৰ প্ৰজন্মৰ ক'ত ব্যৱহাৰ কৰা হয় ?
1) কম্পিউতাৰত
2) ' 'ইণ্টিগ্ৰেটেড ত
3) মো'বাইল
Ans: ''ইণ্টিগ্ৰেটেড ত
৩। কম্পিউটাৰ মুঠ প্ৰজন্ম কেই ভাগত ভাগ কৰা হৈছে ?
1) ৪ টা ভাগত
2) ৩ টা ভাগত
3) ৫ টা ভাগত
Ans: ৫ টা ভাগত
৪। চতুৰ্থ প্ৰজন্ম কম্পিউতাৰ কিহত ব্যৱহাৰ কৰা হয় ?
1) কম্পিউটাৰত
2) ইণ্টিগ্ৰেটেত
3) মো বাইলত
Ans: কম্পিউটাৰত
৫। কিমান চনৰ পৰা বৰ্তমানলৈকে ব্যৱহাৰ হোৱা কম্পিউটাৰবোৰক পঞ্চম প্ৰজন্মৰ কম্পিউতাৰ বুলি কোৱা হয়?
1) ১৯৭০ চনত
2) ১৯৯০ চনত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ১৯৭০ চনত
৬। কম্পিউতাৰৰ প্ৰজন্ম কেইটা ?
1) ৫টা
2) ৬টা
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ৫টা
৭। তৃতিয় প্ৰজন্মৰ কম্পিউতাৰৰ কিমান চনত আৱিস্কাৰ হৈছিল ?
1) ১৯৬০ চনত
2) ১৮ ৭০ চনত
3) ১৯৮০ চনত
Ans: ১৯৬০ চনত
৮। পঞ্চম কম্পিউটাৰ কিমান চনৰ পৰা আজি পৰ্যন্ত বোৰ নিৰ্মাণ হৈ আছে ?
1) ১৯৭০ চন
2) ১৯৮০ চন
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ১৯৮০ চন
৯। (UNIVAC - I )কোন টো প্ৰজন্মৰ কম্পিউটাৰ ?
1) প্ৰথম প্ৰজন্ম
2) তৃতীয় প্ৰজন্ম
3) চতুৰ্থ প্ৰজন্ম
Ans: প্ৰথম প্ৰজন্ম
১০। কম্পিউটাৰ লিখিত আকাৰত নিৰ্দেশাৱলীক কি বুলি কোৱা হয় ?
1) Voice recognition
2) Command Instruction
3) Microchip
Ans: Command Instruction
১১। কম্পিউটাৰ প্ৰথম আৰম্ভণি যন্ত্ৰ কি ?
1) CPU
2) এবেকাছ (Abacus)
3) কি বোৰ্ড
Ans: এবেকাছ (Abacus)
১২। কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয় ?
1) টমাছ আলভা এডিছন
2) ব্লেইজ পাচকেল
3) চালৰ্চ বেবেজ
Ans: চালৰ্চ বেবেজ
১৩। ১৯৪৬ আৰু ১৯৫০ চনৰ ভিতৰত যিবোৰ কম্পিউটাৰ আৱিষ্কৃত হৈছিল সেইবোৰ কম্পিউটাৰক কোন প্ৰজন্মৰ বুলি কোৱা হয় ?
1) প্ৰথম প্ৰজন্মৰ
2) দ্বিতীয় প্ৰজন্মৰ
3) তৃতীয় প্ৰজন্মৰ
Ans: প্ৰথম প্ৰজন্মৰ
১৪। প্ৰথম প্ৰজন্মৰ কম্পিউটাৰত কি ব্য়ৱহাৰ কৰা হয় ?
1) ভেকুৱাম টিউৱ
2) ট্ৰেনজিষ্টাৰ
3) ইণ্টিগ্ৰেটেড
Ans: ভেকুৱাম টিউৱ
১৫। 'IBM7090' কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?
1) চতুৰ্থ প্ৰজন্মৰ
2) তৃতীয় প্ৰজন্মৰ
3) দ্বিতীয় প্ৰজন্মৰ
Ans: দ্বিতীয় প্ৰজন্মৰ
১৬। ইণ্টিগ্ৰেটেড চাৰ্কিট"ৰ কৌশল তুলনামূলকভাৱে ট্ৰেনজিষ্টাৰতকৈ ___________
1) পিছপৰা
2) আগবঢ়া
3) ওপৰৰ এটাও নহয়
Ans: আগবঢ়া
১৭। "আই.চি" ৰ সম্পূৰ্ণ নাম কি ?
1) ইণ্টিগ্ৰেটেড চাৰ্কিট
2) মাইক্ৰচিপ
3) ওপৰৰ দুয়োটা
Ans: ইণ্টিগ্ৰেটেড চাৰ্কিট
১৮। 'Cyber' কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?
1) পঞ্চম প্ৰজন্ম
2) চতুৰ্থ প্ৰজন্ম
3) প্ৰথম প্ৰজন্ম
Ans: চতুৰ্থ প্ৰজন্ম
১৯। বৰ্তমান কম্পিউটাৰবোৰত কি ব্য়ৱহাৰ কৰা হয় ?
1) মাইক্ৰপ্ৰচেচৰ
2) মাইক্ৰচিপ
3) ভেৰি লাৰ্জ
Ans: মাইক্ৰচিপ
২০। লিখিত আকাৰৰ নিৰ্দেশাৱলীক কি বোলে ?
1) কামাণ্ড
2) ইনষ্ট্ৰাকশ্য়ন
3) ওপৰৰ দুয়োটা
Ans: ওপৰৰ দুয়োটা
Type Susmita Kakati
0 Comments