কম্পিউটাৰৰ প্ৰজন্ম (Generation of Computer)


১। কম্পিউটাৰ কাৰ্যক্ষমতা আৰু নিৰ্মাণ শৈলীৰ ওপৰত ভিত্তি কৰি প্ৰজন্মক কেইভাগত ভাগ কৰা হৈছে ।

1) ৩টা ভাগত

2) ৪ টা ভাগত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ইয়াৰ ভিতৰত এটাও নহয়


২। ট্ৰেনজিষ্টাৰ প্ৰজন্মৰ ক'ত ব্যৱহাৰ কৰা হয় ?

1) কম্পিউতাৰত

2) ' 'ইণ্টিগ্ৰেটেড ত

3) মো'বাইল

Ans: ''ইণ্টিগ্ৰেটেড ত


৩। কম্পিউটাৰ মুঠ প্ৰজন্ম কেই ভাগত ভাগ কৰা হৈছে ?

1) ৪ টা ভাগত

2) ৩ টা ভাগত

3) ৫ টা ভাগত

Ans: ৫ টা ভাগত


৪।  চতুৰ্থ প্ৰজন্ম কম্পিউতাৰ কিহত ব্যৱহাৰ কৰা হয় ?

1) কম্পিউটাৰত

2) ইণ্টিগ্ৰেটেত

3) মো বাইলত

Ans: কম্পিউটাৰত


৫। কিমান চনৰ পৰা বৰ্তমানলৈকে ব্যৱহাৰ হোৱা কম্পিউটাৰবোৰক পঞ্চম প্ৰজন্মৰ কম্পিউতাৰ বুলি কোৱা হয়?

1) ১৯৭০ চনত

2) ১৯৯০  চনত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ১৯৭০ চনত


৬।  কম্পিউতাৰৰ প্ৰজন্ম কেইটা ?

1) ৫টা

2) ৬টা

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ৫টা


৭।  তৃতিয় প্ৰজন্মৰ কম্পিউতাৰৰ কিমান চনত আৱিস্কাৰ হৈছিল ?

1) ১৯৬০ চনত

2) ১৮ ৭০ চনত

3) ১৯৮০ চনত

Ans: ১৯৬০ চনত


৮।  পঞ্চম কম্পিউটাৰ কিমান চনৰ পৰা আজি পৰ্যন্ত বোৰ নিৰ্মাণ হৈ আছে ?    

1) ১৯৭০ চন

2) ১৯৮০ চন

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ১৯৮০ চন


৯। (UNIVAC - I )কোন টো প্ৰজন্মৰ কম্পিউটাৰ ?

1) প্ৰথম প্ৰজন্ম

2) তৃতীয় প্ৰজন্ম

3) চতুৰ্থ প্ৰজন্ম

Ans: প্ৰথম প্ৰজন্ম


১০। কম্পিউটাৰ লিখিত আকাৰত নিৰ্দেশাৱলীক কি বুলি কোৱা হয় ?

1) Voice recognition

2) Command  Instruction

3) Microchip

Ans: Command  Instruction


১১। কম্পিউটাৰ প্ৰথম আৰম্ভণি যন্ত্ৰ কি ?

1) CPU

2) এবেকাছ (Abacus)

3) কি বোৰ্ড

Ans: এবেকাছ (Abacus)


১২। কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয় ?

1) টমাছ আলভা এডিছন

2) ব্লেইজ পাচকেল

3) চালৰ্চ বেবেজ

Ans: চালৰ্চ বেবেজ


১৩। ১৯৪৬ আৰু ১৯৫০ চনৰ ভিতৰত যিবোৰ কম্পিউটাৰ আৱিষ্কৃত হৈছিল সেইবোৰ কম্পিউটাৰক কোন প্ৰজন্মৰ বুলি কোৱা হয় ?

1) প্ৰথম প্ৰজন্মৰ

2) দ্বিতীয় প্ৰজন্মৰ

3) তৃতীয় প্ৰজন্মৰ

Ans: প্ৰথম প্ৰজন্মৰ


১৪। প্ৰথম প্ৰজন্মৰ কম্পিউটাৰত কি ব্য়ৱহাৰ কৰা হয় ?

1) ভেকুৱাম টিউৱ

2) ট্ৰেনজিষ্টাৰ

3) ইণ্টিগ্ৰেটেড

Ans: ভেকুৱাম টিউৱ


১৫। 'IBM7090' কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?

1) চতুৰ্থ প্ৰজন্মৰ

2) তৃতীয় প্ৰজন্মৰ

3) দ্বিতীয় প্ৰজন্মৰ

Ans: দ্বিতীয় প্ৰজন্মৰ


১৬। ইণ্টিগ্ৰেটেড চাৰ্কিট"ৰ কৌশল তুলনামূলকভাৱে ট্ৰেনজিষ্টাৰতকৈ ___________

1) পিছপৰা

2) আগবঢ়া

3) ওপৰৰ এটাও নহয়

Ans: আগবঢ়া


১৭। "আই.চি" ৰ সম্পূৰ্ণ নাম কি ?

1) ইণ্টিগ্ৰেটেড চাৰ্কিট

2) মাইক্ৰচিপ

3) ওপৰৰ দুয়োটা

Ans: ইণ্টিগ্ৰেটেড চাৰ্কিট


১৮। 'Cyber' কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?

1) পঞ্চম প্ৰজন্ম

2) চতুৰ্থ প্ৰজন্ম

3) প্ৰথম প্ৰজন্ম

Ans: চতুৰ্থ প্ৰজন্ম


১৯। বৰ্তমান কম্পিউটাৰবোৰত কি ব্য়ৱহাৰ কৰা হয় ?

1) মাইক্ৰপ্ৰচেচৰ

2) মাইক্ৰচিপ

3) ভেৰি লাৰ্জ

Ans: মাইক্ৰচিপ


২০। লিখিত আকাৰৰ নিৰ্দেশাৱলীক কি বোলে ?

1) কামাণ্ড

2) ইনষ্ট্ৰাকশ্য়ন

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা

Type Susmita Kakati