কম্পিউটাৰৰ প্ৰকাৰ


১। প্ৰথম প্ৰজন্ম কম্পিউটাৰৰ জনক কি বুলি জনা যায় ?

1) Blaise Pascal

2) john Von Nappier

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Blaise Pascal


২। ''ট্ৰেনজিষ্টাৰ ''(Transister) কোনটো প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয ?

1) পঞ্চম প্ৰজন্ম

2) দ্বিতীয় প্ৰজন্ম

3) (গ) দ্বিতীয় প্ৰজন্ম

Ans: (গ) দ্বিতীয় প্ৰজন্ম


৩। CDC 1604 কোনটো প্ৰজন্ম কম্পিউটাৰ ?

1) প্ৰথম প্ৰজন্ম

2) চতুৰ্থ প্ৰজন্ম

3) দ্বিতীয় প্ৰজন্ম

Ans: দ্বিতীয় প্ৰজন্ম


৪।  প্ৰথম মাইক্ৰ' প্ৰচেচৰ(Microprocessor) কোনটো প্ৰজন্ম কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ?

1) প্ৰথম প্ৰজন্ম

2) চতুৰ্থ প্ৰজন্ম

3) পঞ্চম প্ৰজন্ম

Ans: চতুৰ্থ প্ৰজন্ম


৫। নিতৌ নতুন নতুন উন্নত মানৰ সা - সজুলি সংযোজন কৰি অধিক উন্নত কৰি তুলিছে এই প্ৰজন্মৰ কম্পিউটাৰত কিহত ব্যৱহাৰ কৰা হয় ?

1) Integrated Circuit

2) Computer

3) Microchipon

Ans: Computer


৬। ডিজিটেল কম্পিউটাৰ  কি কি সংখ্যাৰ সহায়ত কাম বোৰ চলি থাকে ?

1) (ক) ২ আৰু ১

2) (খ) ০ আৰু ১

3) (গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: (খ) ০ আৰু ১


৭।  কিমান চনত (IBM) কোম্পানীয়ে প্ৰথম সাজি উলিয়াইছিল ?

1) (ক) ১৮৭০ চনত

2) (খ) ইয়াৰ ভিতৰত এটাও নহয়

3) (গ) ১৯৮১ চনত

Ans: (গ) ১৯৮১ চনত


৮। বৰ্মাতন যুগৰ আটাইতকৈ শক্তি শালী কম্পিউটাৰ কি ?

1) (ক) মিনি কম্পিউটাৰ

2) (খ) ছুপাৰ কম্পিউটাৰ

3) (গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: (খ) ছুপাৰ কম্পিউটাৰ


৯। কম্পিউটাৰ বেছি দামী আৰু বেছি জটিল কাম কৰিব পৰা ৱমজলীয়া আকাৰৰ কম্পিউটাৰ টো কি ?

1) (ক) ছুপাৰ কম্পিউটাৰ

2) (খ) এনালগ কম্পিউটাৰ

3) (গ) মিনি কম্পিউটাৰ

Ans: (গ) মিনি কম্পিউটাৰ


১০।  কম্পিউটাৰৰ দৰেই শক্তি শালী কিন্তু গণনা আৰু বিশ্লেষণ কৰাৰ ক্ষমতা ছুপাৰ কম্পিউটাতো কি ?

1) (ক) মিনি কম্পিউটাৰ

2) (খ) এনালগ কম্পিউটাৰ

3) (গ) মেইনফ্ৰেম কম্পিউটাৰ

Ans: (গ) মেইনফ্ৰেম কম্পিউটাৰ


১১। এনালগ কম্পিউটাৰ কি ভাষাৰ পৰা লোৱা হৈছিল ?

1) (ক) অসমীয়া ভাষাৰ

2) (খ) গ্ৰীক ভাষাৰ

3) (গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: (খ) গ্ৰীক ভাষাৰ


১২। সংখ্যাদৰ্শলনৰ ভিত্তিত চলি থকা কম্পিউটাৰ সমূহক সাধাৰণতে কি নামেৰে জনা যায় ?

1) (ক) এনালগ কম্পিউটাৰ

2) (খ) ডিজিটেল কম্পিউটাৰ

3) (গ) মাইক্ৰ কম্পিউটাৰ

Ans: (খ) ডিজিটেল কম্পিউটাৰ


১৩। আনহাতে বিশেষ শ্ৰেণী ডিজিটেল কম্পউটাৰ সহায়ত বিশেষ ধৰণৰ কাম সম্পন্ন হয় ?

1) (ক) হয়

2) (খ) নহয়

3) (গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: (ক) হয়


১৪। কম্পিউটাৰৰ সৰঞ্জামবোৰ এনালগ কম্পিউটাৰ আৰু কাৰ্যপ্ৰণালী হ'ল ?

1) (ক) মিনি কম্পিউটাৰ

2) (খ) ডিজিটেল কম্পিউটাৰ

3) (গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: (খ) ডিজিটেল কম্পিউটাৰ


১৫।  ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ কৰা হয় ?

1) (ক) নহয়

2) (খ) হয়

3) (গ) ইটাৰ ভিতৰত এটাও

Ans: (খ) হয়


১৬। ৰ্কমশৈলীৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক কেই ভাগত ভাগ কৰা হৈছে ?

1) তিনি ভাগত

2) ছয় ভাগত

3) সাত ভাগত

Ans: তিনি ভাগত


১৭। সংখ্য়াদৰ্শনৰ ভিত্তিত চলিত কম্পিউটাৰ সমূহক সাধাৰণতে কি কম্পিউটাৰ বোলা হয় ?

1) ডিজিটেল কম্পিউটাৰ

2) এনালগ কম্পিউটাৰ

3) হাইব্ৰিড কম্পিউটাৰ

Ans: ডিজিটেল কম্পিউটাৰ


১৮। ডিজিটেল কম্পিউটাৰ কেইপ্ৰকাৰৰ ?

1) তিনি প্ৰকাৰৰ

2) দুই প্ৰকাৰৰ

3) পাঁচ প্ৰকাৰৰ

Ans: তিনি প্ৰকাৰৰ


১৯। হাইব্ৰিড কম্পিউটাৰ কি কামত ব্য়ৱহাৰ কৰা হয় ?

1) দোকানৰ কাম-কাজত

2) বৈজ্ঞানিক কাম-কাজত

3) কাৰ্যালয়ৰ কাম-কাজত

Ans: বৈজ্ঞানিক কাম-কাজত


২০। বৰ্তমান যুগত আটাইতকৈ শক্তিশালী কম্পিউটাৰ কি ?

1) মিনি কম্পিউটাৰ

2) মেইনফ্ৰেম কম্পিউটাৰ

3) ছুপাৰ কম্পিউটাৰ

Ans: ছুপাৰ কম্পিউটাৰ

Type Susmita Kakati