কম্পিউটাৰৰ প্ৰকাৰ
১। প্ৰথম প্ৰজন্ম কম্পিউটাৰৰ জনক কি বুলি জনা যায় ?
1) Blaise Pascal
2) john Von Nappier
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Blaise Pascal
২। ''ট্ৰেনজিষ্টাৰ ''(Transister) কোনটো প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয ?
1) পঞ্চম প্ৰজন্ম
2) দ্বিতীয় প্ৰজন্ম
3) (গ) দ্বিতীয় প্ৰজন্ম
Ans: (গ) দ্বিতীয় প্ৰজন্ম
৩। CDC 1604 কোনটো প্ৰজন্ম কম্পিউটাৰ ?
1) প্ৰথম প্ৰজন্ম
2) চতুৰ্থ প্ৰজন্ম
3) দ্বিতীয় প্ৰজন্ম
Ans: দ্বিতীয় প্ৰজন্ম
৪। প্ৰথম মাইক্ৰ' প্ৰচেচৰ(Microprocessor) কোনটো প্ৰজন্ম কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ?
1) প্ৰথম প্ৰজন্ম
2) চতুৰ্থ প্ৰজন্ম
3) পঞ্চম প্ৰজন্ম
Ans: চতুৰ্থ প্ৰজন্ম
৫। নিতৌ নতুন নতুন উন্নত মানৰ সা - সজুলি সংযোজন কৰি অধিক উন্নত কৰি তুলিছে এই প্ৰজন্মৰ কম্পিউটাৰত কিহত ব্যৱহাৰ কৰা হয় ?
1) Integrated Circuit
2) Computer
3) Microchipon
Ans: Computer
৬। ডিজিটেল কম্পিউটাৰ কি কি সংখ্যাৰ সহায়ত কাম বোৰ চলি থাকে ?
1) (ক) ২ আৰু ১
2) (খ) ০ আৰু ১
3) (গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: (খ) ০ আৰু ১
৭। কিমান চনত (IBM) কোম্পানীয়ে প্ৰথম সাজি উলিয়াইছিল ?
1) (ক) ১৮৭০ চনত
2) (খ) ইয়াৰ ভিতৰত এটাও নহয়
3) (গ) ১৯৮১ চনত
Ans: (গ) ১৯৮১ চনত
৮। বৰ্মাতন যুগৰ আটাইতকৈ শক্তি শালী কম্পিউটাৰ কি ?
1) (ক) মিনি কম্পিউটাৰ
2) (খ) ছুপাৰ কম্পিউটাৰ
3) (গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: (খ) ছুপাৰ কম্পিউটাৰ
৯। কম্পিউটাৰ বেছি দামী আৰু বেছি জটিল কাম কৰিব পৰা ৱমজলীয়া আকাৰৰ কম্পিউটাৰ টো কি ?
1) (ক) ছুপাৰ কম্পিউটাৰ
2) (খ) এনালগ কম্পিউটাৰ
3) (গ) মিনি কম্পিউটাৰ
Ans: (গ) মিনি কম্পিউটাৰ
১০। কম্পিউটাৰৰ দৰেই শক্তি শালী কিন্তু গণনা আৰু বিশ্লেষণ কৰাৰ ক্ষমতা ছুপাৰ কম্পিউটাতো কি ?
1) (ক) মিনি কম্পিউটাৰ
2) (খ) এনালগ কম্পিউটাৰ
3) (গ) মেইনফ্ৰেম কম্পিউটাৰ
Ans: (গ) মেইনফ্ৰেম কম্পিউটাৰ
১১। এনালগ কম্পিউটাৰ কি ভাষাৰ পৰা লোৱা হৈছিল ?
1) (ক) অসমীয়া ভাষাৰ
2) (খ) গ্ৰীক ভাষাৰ
3) (গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: (খ) গ্ৰীক ভাষাৰ
১২। সংখ্যাদৰ্শলনৰ ভিত্তিত চলি থকা কম্পিউটাৰ সমূহক সাধাৰণতে কি নামেৰে জনা যায় ?
1) (ক) এনালগ কম্পিউটাৰ
2) (খ) ডিজিটেল কম্পিউটাৰ
3) (গ) মাইক্ৰ কম্পিউটাৰ
Ans: (খ) ডিজিটেল কম্পিউটাৰ
১৩। আনহাতে বিশেষ শ্ৰেণী ডিজিটেল কম্পউটাৰ সহায়ত বিশেষ ধৰণৰ কাম সম্পন্ন হয় ?
1) (ক) হয়
2) (খ) নহয়
3) (গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: (ক) হয়
১৪। কম্পিউটাৰৰ সৰঞ্জামবোৰ এনালগ কম্পিউটাৰ আৰু কাৰ্যপ্ৰণালী হ'ল ?
1) (ক) মিনি কম্পিউটাৰ
2) (খ) ডিজিটেল কম্পিউটাৰ
3) (গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: (খ) ডিজিটেল কম্পিউটাৰ
১৫। ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ কৰা হয় ?
1) (ক) নহয়
2) (খ) হয়
3) (গ) ইটাৰ ভিতৰত এটাও
Ans: (খ) হয়
১৬। ৰ্কমশৈলীৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক কেই ভাগত ভাগ কৰা হৈছে ?
1) তিনি ভাগত
2) ছয় ভাগত
3) সাত ভাগত
Ans: তিনি ভাগত
১৭। সংখ্য়াদৰ্শনৰ ভিত্তিত চলিত কম্পিউটাৰ সমূহক সাধাৰণতে কি কম্পিউটাৰ বোলা হয় ?
1) ডিজিটেল কম্পিউটাৰ
2) এনালগ কম্পিউটাৰ
3) হাইব্ৰিড কম্পিউটাৰ
Ans: ডিজিটেল কম্পিউটাৰ
১৮। ডিজিটেল কম্পিউটাৰ কেইপ্ৰকাৰৰ ?
1) তিনি প্ৰকাৰৰ
2) দুই প্ৰকাৰৰ
3) পাঁচ প্ৰকাৰৰ
Ans: তিনি প্ৰকাৰৰ
১৯। হাইব্ৰিড কম্পিউটাৰ কি কামত ব্য়ৱহাৰ কৰা হয় ?
1) দোকানৰ কাম-কাজত
2) বৈজ্ঞানিক কাম-কাজত
3) কাৰ্যালয়ৰ কাম-কাজত
Ans: বৈজ্ঞানিক কাম-কাজত
২০। বৰ্তমান যুগত আটাইতকৈ শক্তিশালী কম্পিউটাৰ কি ?
1) মিনি কম্পিউটাৰ
2) মেইনফ্ৰেম কম্পিউটাৰ
3) ছুপাৰ কম্পিউটাৰ
0 Comments