হাৰ্ডৱেৰ আৰু চফটৱেৰ
১। কাৰ্য প্ৰণালী নিৰ্ভৰশীল বিশেষকৈ কেইটা ?
1) ১ টা
2) ৫টা
3) ২টা
Ans: ২টা
২। অপাৰেটিং চিষ্টেম হ'ল এবিধ ?
1) এপ্লিকেশ্ব্যন চফটৱেৰ
2) চিষ্টেম চফটৱেৰ
3) ইয়াৰ ভিতৰত এটাীও নহয়
Ans: চিষ্টেম চফটৱেৰ
৩। চিষ্টেম চফটৱেৰ ওপৰত কি থাকে ?
1) ন্যস্ত
2) চিষ্টেম
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ন্যস্ত
৪। নিদেৰ্শাৱলী লিখি কম্পিউটাৰ দিয়াক কি বোলা হয় ?
1) চিষ্টেম চফটৱেৰ
2) চফটৱেৰ
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: চফটৱেৰ
৫। হাৰ্ডৱেৰ আৰু চ়ফটৱেৰ মাজত কি সম্পৰ্ক আছে ?
1) টকা -পইচাৰ লেন দেন বতৰৰ আগজাননী দিয়া
2) মাটি হিচাব নিকাজৰ লেন দেলনৰ আগজৃাননী দিয়া
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: টকা -পইচাৰ লেন দেন বতৰৰ আগজাননী দিয়া
৬। প্ৰয়োজনীয় অপাৰেটিং চিষ্টেমটো বাছিলৈ কোনটো ব্যৱহাৰ কৰিব লাগে ?
1) MS- Dos Windows আদি
2) MS. Windows Linux আদি
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: MS- Dos Windows আদি
৭। চিষ্টেম চফটৱেৰে কম্পিউটাৰৰ তথ্য সমূহ পৰিচালনা ?
1) নকৰে
2) কৰে
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: কৰে
৮। এপ্লিকেশ্বন চফটৱেৰ কেইৰ প্ৰকাৰ ?
1) ৩ প্ৰকাৰ
2) ২ প্ৰকাৰ
3) ৪ প্ৰকাৰ
Ans: ২ প্ৰকাৰ
৯। এপ্লিকেশ্বন চফটৱেৰ আৰু চিষ্টেম চফটৱেৰক একে লগে কি বুলি জনা যায় ?
1) অপাৰেটিং চিষ্টেম
2) ইউটিলিটি চফটৱেৰ
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ইউটিলিটি চফটৱেৰ
১০। কম্পিউটাৰত থকা সকলো ভৌতিক অংগবোৰ কি কি ?
1) মনিটৰত থকা সকলো
2) ম'বাইলত থকা সকলো
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ম'বাইলত থকা সকলো
১১। এটা কম্পিউটাৰে কেতিয়া সম্পূৰ্ণৰূপে কাম কৰিব পাৰে ?
1) হাৰ্ডৱেৰ আৰু চফটৱেৰ সংমিশ্ৰণত
2) ইণ্টাৰনেটৰ সহায়ত
3) চি.পি.ইউ ৰ সহায়ত
Ans: হাৰ্ডৱেৰ আৰু চফটৱেৰ সংমিশ্ৰণত
১২। হাৰ্ডৱেৰ অবিহনে চফটৱেৰৰ________
1) কাম আছে
2) কোনো মূল্য় নাই
3) অকলশৰীয়া
Ans: কোনো মূল্য় নাই
১৩। চফটৱেৰ বিহীন কম্পিউটাৰ কেনেকুৱা ?
1) এজন মৃত মানুহৰ দৰে
2) এজন বিকলাংগ মানুহৰ দৰে
3) ওপৰৰ এটাও নহয়
Ans: এজন মৃত মানুহৰ দৰে
১৪। হাৰ্ডৱেৰ বিহীন কম্পিউটাৰ কেনেকুৱা ?
1) এজন মৃত মানুহৰ দৰে
2) এজন বিকলাংগ মানুহৰ দৰে
3) ওপৰৰ এটাও নহয়
Ans: দুটা ভাগত
১৫। ব্য়ৱহাৰৰ প্ৰকৃতি আৰু প্ৰয়োজন অনুসৰি চফটৱেৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে ?
1) দুটা ভাগত
2) তিনিটা ভাগত
3) চাৰিটা ভাগত
Ans: বেংকৰ হিচাপ নিকাচ
১৬। এপ্লিকেশ্ব্য়ন চফটৱেৰ কি কামত ব্য়ৱহাৰ কৰে ?
1) দোকানৰ কামত
2) কাৰ্যালয়ত
3) বেংকৰ হিচাপ নিকাচ
Ans: বেংকৰ হিচাপ নিকাচ
১৭। এপ্লিকেশ্ব্য়ন চফটৱেৰ দুই ধৰণৰ সেইকেইটা হ'ল ----
1) ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ পেকেজ
2) চিষ্টেম আৰু এপ্লিকেশ্ব্য়ন চফটৱেৰ
3) ওপৰৰ এটাও নহয়
Ans: ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ পেকেজ
১৮। এপ্লিকেশ্বন আৰু চিষ্টেম চফটৱেৰক একেলগে কি বুলি কোৱা হয় ?
1) ইনপুত
2) ইউটিলিটি
3) ওপৰৰ এটাও নহয়
Ans: ইউটিলিটি
১৯। অপাৰেটিং চিষ্টেমৰ ভিতৰত আটাইতকৈ ব্য়ৱহাৰ কৰা চিষ্টেম বিধ কি ?
1) UNIX
2) LINUX
3) Ms. Windows, Linux
Ans: Ms. Windows, Linux
২০। কম্পিউটাৰৰ হাৰ্ডৱেৰৰ অংশ আমি হাতেৰে চুব পাৰোঁনে ?
1) পাৰোঁ
2) নোৱাৰোঁ
3) ওপৰৰ এটাও নহয়