হাৰ্ডৱেৰ আৰু চফটৱেৰ


১। কাৰ্য প্ৰণালী নিৰ্ভৰশীল বিশেষকৈ কেইটা ?

1) ১ টা

2) ৫টা

3) ২টা

Ans: ২টা


২। অপাৰেটিং চিষ্টেম হ'ল এবিধ ? 

1) এপ্লিকেশ্ব্যন চফটৱেৰ

2) চিষ্টেম চফটৱেৰ

3) ইয়াৰ ভিতৰত এটাীও নহয়

Ans: চিষ্টেম চফটৱেৰ


৩। চিষ্টেম চফটৱেৰ ওপৰত কি থাকে ?

1) ন্যস্ত

2) চিষ্টেম

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ন্যস্ত


৪। নিদেৰ্শাৱলী লিখি কম্পিউটাৰ দিয়াক কি বোলা হয় ? 

1) চিষ্টেম চফটৱেৰ

2) চফটৱেৰ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: চফটৱেৰ


৫। হাৰ্ডৱেৰ আৰু চ়ফটৱেৰ মাজত কি সম্পৰ্ক আছে ?

1) টকা -পইচাৰ লেন দেন বতৰৰ আগজাননী দিয়া

2) মাটি হিচাব নিকাজৰ লেন দেলনৰ আগজৃাননী দিয়া

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: টকা -পইচাৰ লেন দেন বতৰৰ আগজাননী দিয়া


৬। প্ৰয়োজনীয় অপাৰেটিং চিষ্টেমটো বাছিলৈ কোনটো ব্যৱহাৰ কৰিব লাগে ?

1) MS- Dos Windows আদি

2) MS. Windows Linux আদি

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: MS- Dos Windows আদি


৭। চিষ্টেম চফটৱেৰে কম্পিউটাৰৰ তথ্য সমূহ পৰিচালনা ?

1) নকৰে

2) কৰে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কৰে


৮। এপ্লিকেশ্বন চফটৱেৰ কেইৰ প্ৰকাৰ ?

1) ৩ প্ৰকাৰ

2) ২ প্ৰকাৰ

3) ৪ প্ৰকাৰ

Ans: ২ প্ৰকাৰ


৯। এপ্লিকেশ্বন চফটৱেৰ আৰু চিষ্টেম চফটৱেৰক একে লগে কি বুলি জনা যায় ?

1) অপাৰেটিং চিষ্টেম

2) ইউটিলিটি চফটৱেৰ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ইউটিলিটি চফটৱেৰ


১০। কম্পিউটাৰত থকা সকলো ভৌতিক অংগবোৰ কি কি ? 

1) মনিটৰত থকা সকলো

2) ম'বাইলত থকা সকলো

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ম'বাইলত থকা সকলো


১১। এটা কম্পিউটাৰে কেতিয়া সম্পূৰ্ণৰূপে কাম কৰিব পাৰে ?

1) হাৰ্ডৱেৰ আৰু চফটৱেৰ সংমিশ্ৰণত

2) ইণ্টাৰনেটৰ সহায়ত

3) চি.পি.ইউ ৰ সহায়ত

Ans: হাৰ্ডৱেৰ আৰু চফটৱেৰ সংমিশ্ৰণত


১২। হাৰ্ডৱেৰ অবিহনে চফটৱেৰৰ________

1) কাম আছে

2) কোনো মূল্য় নাই

3) অকলশৰীয়া

Ans: কোনো মূল্য় নাই


১৩। চফটৱেৰ বিহীন কম্পিউটাৰ কেনেকুৱা ?

1) এজন মৃত মানুহৰ দৰে

2) এজন বিকলাংগ মানুহৰ দৰে

3) ওপৰৰ এটাও নহয়

Ans: এজন মৃত মানুহৰ দৰে


১৪। হাৰ্ডৱেৰ বিহীন কম্পিউটাৰ কেনেকুৱা ?

1) এজন মৃত মানুহৰ দৰে

2) এজন বিকলাংগ মানুহৰ দৰে

3) ওপৰৰ এটাও নহয়

Ans: দুটা ভাগত


১৫। ব্য়ৱহাৰৰ প্ৰকৃতি আৰু প্ৰয়োজন অনুসৰি চফটৱেৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে ?

1) দুটা ভাগত

2) তিনিটা ভাগত

3) চাৰিটা ভাগত

Ans: বেংকৰ হিচাপ নিকাচ


১৬। এপ্লিকেশ্ব্য়ন চফটৱেৰ কি কামত ব্য়ৱহাৰ কৰে ?

1) দোকানৰ কামত

2) কাৰ্যালয়ত

3) বেংকৰ হিচাপ নিকাচ

Ans: বেংকৰ হিচাপ নিকাচ


১৭। এপ্লিকেশ্ব্য়ন চফটৱেৰ দুই ধৰণৰ সেইকেইটা হ'ল ----

1) ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ পেকেজ

2) চিষ্টেম আৰু এপ্লিকেশ্ব্য়ন চফটৱেৰ

3) ওপৰৰ এটাও নহয়

Ans: ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ পেকেজ


১৮। এপ্লিকেশ্বন আৰু চিষ্টেম চফটৱেৰক একেলগে কি বুলি কোৱা হয় ?

1) ইনপুত

2) ইউটিলিটি

3) ওপৰৰ এটাও নহয়

Ans: ইউটিলিটি


১৯। অপাৰেটিং চিষ্টেমৰ ভিতৰত আটাইতকৈ ব্য়ৱহাৰ কৰা চিষ্টেম বিধ কি ? 

1) UNIX

2) LINUX

3) Ms. Windows, Linux

Ans: Ms. Windows, Linux


২০। কম্পিউটাৰৰ হাৰ্ডৱেৰৰ অংশ আমি হাতেৰে চুব পাৰোঁনে ?

1) পাৰোঁ

2) নোৱাৰোঁ

3) ওপৰৰ এটাও নহয়

Ans: পাৰোঁ

Type Susmita Kakati