মাদাৰ বোৰ্ড
১। ৰেম (RAM) ৰ সম্পূৰ্ণ নাম টো কি ?
1) Graphics Card
2) Random Access Memory
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Random Access Memory
২। বৰ্তমান বজাৰত বিভিন্ন কোম্পানীৰ দ্বাৰা কাম কৰা মাদাৰ বোৰ্ডৰ পৰা কি পোৱা যায় ?
1) Via, Intel , Assus আদি
2) sound Card আদি
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Via, Intel , Assus আদি
৩। কম্পিউটাৰ চি. পি ইউটোৰ ভিতৰত এন কি গি থাকে ?
1) কেমেৰা
2) অডিঅ
3) বোৰ্ড
Ans: বোৰ্ড
৪। মেমৰীয়ে কম্পিউটাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কামটো সমাধা---
1) নকৰে
2) কৰে
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: কৰে
৫। মেমৰী কম্পিউটাৰ কি নামেৰে পৰিচিত ?
1) Bit নামেৰে পৰিচিত
2) প্ৰাইমেৰী ষ্টোৰেজ নামেৰে পৰিচিত
3) ইয়াৰ ভিতৰত এয়াও নহয়
Ans: প্ৰাইমেৰী ষ্টোৰেজ নামেৰে পৰিচিত
৬। কি কাৰ্ডৰ জৰিয়তে কম্পিউটাৰ শব্দ সংয়োজন কৰিব পাৰি ?
1) মেমৰী কাৰ্ড
2) চাউণ্ড কাৰ্ড
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: চাউণ্ড কাৰ্ড
৭। প্ৰাইমাৰী মেমৰী ভাগৰ ইয়াৰ তথ্যসমূহ অস্থায়ীভাৱে কি কৰি ৰাখিব পাৰি ?
1) Copy কৰি ৰাখিব পাৰি
2) Save কৰি ৰাখিব পাৰি
3) Cut কৰি ৰাখিব পাৰি
Ans: Save কৰি ৰাখিব পাৰি
৮। কাৰ্ডখনৰ মাধ্যমেৰে মনিটৰ আৰু চি.পি ইউৰ মাজত সংযোজন ঘটোৱা ?
1) নহয়
2) হয়
3) ইয়াৰ ভিতৰতচ এটাও নহয়
Ans: হয়
৯। কি কম্পিউটাৰৰ বহু পৰিমাণৰ তথ্য জমা কৰি ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে মনিটৰ দেখুৱাব পাৰে ?
1) ৰেম RAM
2) ভি জি. ত্ৰি VGA CARD
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ৰেম RAM
১০। কম্পিউটাৰটো চলি থকা সময়ত ইয়াত তথ্য সমূহ সংৰক্ষিত হৈ ?
1) নাথাকে
2) থাকে
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: থাকে
১১। কম্পিউটাৰ চি.পি.ইউৰ ভিতৰত এখন বোৰ্ড থাকে সেইখনৰ নাম কি ?
1) কি বোৰ্ড
2) মাদাৰ বোৰ্ড
3) ওপৰৰ দুয়োটা
Ans: মাদাৰ বোৰ্ড
১২। কিহৰ ওপৰত নিৰ্ভৰ কৰি মাদাৰ বোৰ্ড এখন বাছনি কৰা হয় ?
1) হাৰ্ডৱেৰ আৰু চফটৱেৰ
2) অপাৰেটিং চিষ্টেমৰ
3) প্ৰচেছৰ আৰু ৰেমৰ
Ans: প্ৰচেছৰ আৰু ৰেমৰ
১৩। প্ৰতিটো কোম্পানীৰ মাদাৰ বোৰ্ডৰ কিছুমান কি থাকে ?
1) সংস্কৰণ
2) মেমৰী
3) ৰেম
Ans: সংস্কৰণ
১৪। কিহৰ দ্বাৰা মাদাৰ বোৰ্ডৰ ক্ষমতা জানিব পাৰি ?
1) চাউণ্ড কাৰ্ডৰ দ্বাৰা
2) বস্তুবোৰ দ্বাৰা
3) সংস্কৰণসমূহৰ নম্বৰৰ দ্বাৰা
Ans: সংস্কৰণসমূহৰ নম্বৰৰ দ্বাৰা
১৫। চাউণ্ড কাৰ্ডৰ দ্বাৰা কি কৰিব পৰা যায় ?
1) বস্তুবোৰ সংৰক্ষণ কৰিব পাৰি
2) কম্পিউটাৰ কোনো এটা শব্দ শুনিব পাৰি
3) ওপৰৰ এটাও নহয়
Ans: কম্পিউটাৰ কোনো এটা শব্দ শুনিব পাৰি
১৬। কম্পিউটাৰত যে বস্তুবোৰ সংৰক্ষণ কৰিব পাৰি তাক কি বুলি কোৱা হয় ?
1) প্ৰাইমেৰী ষ্টোৰেজ
2) ষ্টোৰেজ
3) ৰেম
Ans: প্ৰাইমেৰী ষ্টোৰেজ
১৭। মেমৰীয়ে জমা হোৱা তথ্য়সমূহৰ হিচাপৰ একক কিহত প্ৰকাশ কৰা হয় ?
1) MB
2) GB
3) Bit
Ans: Bit
১৮। কি মেমৰীত তথ্য়সমূহ স্থায়ীভাৱে সংৰক্ষিত কৰি ৰাখিব পাৰি ?
1) চেকেণ্ডেৰী মেমৰীত
2) প্ৰাইমাৰী মেমৰীত
3) মেমৰীত
Ans: চেকেণ্ডেৰী মেমৰীত
১৯। ভি.জি.এ. কাৰ্ডখনৰ মাধ্য়মেৰে মনিটৰ আৰু চি.পি.ইউৰ মাজত কি কৰে ?
1) সংমিশ্ৰণ ঘটাই
2) সংযোজন ঘটাই
3) ওপৰৰ দুয়োটা
Ans: ওপৰৰ দুয়োটা
২০। _______ কাৰ্ডৰ সহায়ত গ্ৰাফিক্সসমূহ স্পষ্টভাৱে মনিটৰত দেখা যায় ?
1) ভি.জি.এ
2) গ্ৰাফিক্স
3) ৰেম
0 Comments