মাদাৰ বোৰ্ড

 

১। ৰেম (RAM) ৰ সম্পূৰ্ণ নাম টো কি ? 

1) Graphics Card

2) Random Access Memory

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Random Access Memory


২। বৰ্তমান বজাৰত বিভিন্ন কোম্পানীৰ দ্বাৰা কাম কৰা মাদাৰ বোৰ্ডৰ পৰা  কি পোৱা যায় ?

1) Via, Intel , Assus আদি

2) sound Card আদি

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Via, Intel , Assus আদি


৩। কম্পিউটাৰ চি. পি ইউটোৰ ভিতৰত এন কি গি থাকে ?

1) কেমেৰা

2) অডিঅ

3) বোৰ্ড

Ans: বোৰ্ড


৪। মেমৰীয়ে কম্পিউটাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কামটো সমাধা---

1) নকৰে

2) কৰে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কৰে


৫। মেমৰী কম্পিউটাৰ কি নামেৰে পৰিচিত ? 

1) Bit নামেৰে পৰিচিত

2) প্ৰাইমেৰী ষ্টোৰেজ নামেৰে পৰিচিত

3) ইয়াৰ ভিতৰত এয়াও নহয়

Ans: প্ৰাইমেৰী ষ্টোৰেজ নামেৰে পৰিচিত


৬। কি কাৰ্ডৰ জৰিয়তে কম্পিউটাৰ শব্দ সংয়োজন কৰিব পাৰি ?

1) মেমৰী কাৰ্ড

2) চাউণ্ড কাৰ্ড

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: চাউণ্ড কাৰ্ড


৭। প্ৰাইমাৰী মেমৰী ভাগৰ ইয়াৰ তথ্যসমূহ অস্থায়ীভাৱে কি কৰি ৰাখিব পাৰি ?

1) Copy কৰি ৰাখিব পাৰি

2) Save কৰি ৰাখিব পাৰি

3) Cut কৰি ৰাখিব পাৰি

Ans: Save কৰি ৰাখিব পাৰি


৮। কাৰ্ডখনৰ মাধ্যমেৰে মনিটৰ আৰু চি.পি ইউৰ মাজত সংযোজন ঘটোৱা ?

1) নহয়

2) হয়

3) ইয়াৰ ভিতৰতচ এটাও নহয়

Ans: হয়


৯। কি কম্পিউটাৰৰ বহু পৰিমাণৰ তথ্য জমা কৰি ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে মনিটৰ দেখুৱাব পাৰে ?

1) ৰেম RAM

2) ভি জি.  ত্ৰি  VGA CARD

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ৰেম RAM


১০। কম্পিউটাৰটো চলি থকা সময়ত ইয়াত তথ্য সমূহ সংৰক্ষিত হৈ ?

1) নাথাকে

2) থাকে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: থাকে


১১। কম্পিউটাৰ চি.পি.ইউৰ ভিতৰত এখন বোৰ্ড থাকে সেইখনৰ নাম কি ?

1) কি বোৰ্ড

2) মাদাৰ বোৰ্ড

3) ওপৰৰ দুয়োটা

Ans: মাদাৰ বোৰ্ড


১২। কিহৰ ওপৰত নিৰ্ভৰ কৰি মাদাৰ বোৰ্ড এখন বাছনি কৰা হয় ?

1) হাৰ্ডৱেৰ আৰু চফটৱেৰ

2) অপাৰেটিং চিষ্টেমৰ

3) প্ৰচেছৰ আৰু ৰেমৰ

Ans: প্ৰচেছৰ আৰু ৰেমৰ


১৩। প্ৰতিটো কোম্পানীৰ মাদাৰ বোৰ্ডৰ কিছুমান কি থাকে ?

1) সংস্কৰণ

2) মেমৰী

3) ৰেম

Ans: সংস্কৰণ


১৪। কিহৰ দ্বাৰা মাদাৰ বোৰ্ডৰ ক্ষমতা জানিব পাৰি ?

1) চাউণ্ড কাৰ্ডৰ দ্বাৰা

2) বস্তুবোৰ দ্বাৰা

3) সংস্কৰণসমূহৰ নম্বৰৰ দ্বাৰা

Ans: সংস্কৰণসমূহৰ নম্বৰৰ দ্বাৰা


১৫। চাউণ্ড কাৰ্ডৰ দ্বাৰা কি কৰিব পৰা যায় ?

1) বস্তুবোৰ সংৰক্ষণ কৰিব পাৰি

2) কম্পিউটাৰ কোনো এটা শব্দ শুনিব পাৰি

3) ওপৰৰ এটাও নহয়

Ans: কম্পিউটাৰ কোনো এটা শব্দ শুনিব পাৰি


১৬। কম্পিউটাৰত যে বস্তুবোৰ সংৰক্ষণ কৰিব পাৰি তাক কি বুলি কোৱা হয় ?

1) প্ৰাইমেৰী ষ্টোৰেজ

2) ষ্টোৰেজ

3) ৰেম

Ans: প্ৰাইমেৰী ষ্টোৰেজ


১৭। মেমৰীয়ে জমা হোৱা তথ্য়সমূহৰ হিচাপৰ একক কিহত প্ৰকাশ কৰা হয় ?

1) MB

2) GB

3) Bit

Ans: Bit


১৮। কি মেমৰীত তথ্য়সমূহ স্থায়ীভাৱে সংৰক্ষিত কৰি ৰাখিব পাৰি ?

1) চেকেণ্ডেৰী মেমৰীত

2) প্ৰাইমাৰী মেমৰীত

3) মেমৰীত

Ans: চেকেণ্ডেৰী মেমৰীত


১৯। ভি.জি.এ. কাৰ্ডখনৰ মাধ্য়মেৰে মনিটৰ আৰু চি.পি.ইউৰ মাজত কি কৰে ?

1) সংমিশ্ৰণ ঘটাই

2) সংযোজন ঘটাই

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


২০। _______ কাৰ্ডৰ সহায়ত গ্ৰাফিক্সসমূহ স্পষ্টভাৱে মনিটৰত দেখা যায় ?

1) ভি.জি.এ

2) গ্ৰাফিক্স

3) ৰেম

Ans: ভি.জি.এ

Type Susmita Kakati