এম. এচ. ডচ. (MS-DOS)


১। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?

1) বিভিন্ন কামত

2) এটা কামত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বিভিন্ন কামত


২। (space Bar) কি কামত ব্যৱহাৰ কৰোঁ ?

1) কোনো আখৰ কলা কৰা

2) কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ


৩। key ৰ জৰিয়তে পূৰ্বৰ কোনো কামাণ্ড নাচক (cancel )কৰিব 

1) পাৰোঁ

2) নোৱাৰোঁ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: পাৰোঁ


৪। কী- বোৰ্ডৰ জৰিয়তে কম্পিউটাৰ তথ্য যোগান ধৰা ?

1) হয়

2) নহয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: হয়


৫। (Home key ) এই কীৰ জৰিয়তে কোনো এটা পৃষ্ঠা দফা শাৰী বা বাক্যৰ আৰম্ভণিলৈ কাৰ্চাৰ (cursor) আনিব ?  

1) পাৰি

2) নোৱাৰি

3) এয়াৰ ভিতৰত এটাও নহয়

Ans: পাৰি


৬। (DOS ) ৰকেইটামান ইণ্টাৰনেল কামাণ্ড হ'ল ?

1) DIR  (ডি.আই. আৰ )

2) CLS (চি. এল. এচ )

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: CLS (চি. এল. এচ )


৭। OS ৰ সম্পূণৰ্ণ নামটো লিখা ?

1) DOS (Disk Operating System )

2) internal command

3) ইয়াৰ ভিতৰত ওটাও নহয়

Ans: DOS (Disk Operating System )


৮। এম. এচ. ডচ. ৰ কামাণ্ড সমূহ সাধাৰণতকে কেই প্ৰকাৰৰ?

1) ৩ প্ৰকাৰৰ

2) ১ প্ৰকাৰৰ

3) ২ প্ৰকাৰৰ

Ans: ২ প্ৰকাৰৰ


৯। কামাণ্ড সহায়ত MS- DOS বন্ধ কৰি প্ৰগ্ৰেমৰ পৰা ওলাই আহিব ?

1) পাৰি

2) নোৱাৰি

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: পাৰি


১০। MS - DOS ৰ সহায়ত কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ কম্পিউটাৰক একো আদেস বা নিদেৰ্শ দিয়া ?

1) হয়

2) নহয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: হয়


১১। অপাৰেটিং চিষ্টেমক সংক্ষেপত কি বুলি কোৱা হয় ?

1) DOS

2) OS

3) ওপৰৰ এটাও নহয়

Ans: OS


১২। কম্পিউটাৰৰ মূল চালিকা শক্তি কি ?

1) Mouse

2) CPU

3) OS

Ans: CPU


১৩। কোন দেশৰ মাইক্ৰচফট কোম্পানীয়ে যোগান ধৰা বাবে অপাৰেটিং চিষ্টেমটোক -এম.এচ.ডচ বুলি জনা যায় ?

1) আমেৰিকাৰ

2) ইংলেণ্ডৰ

3) ভাৰতৰ

Ans: আমেৰিকাৰ


১৪। এম.এচ.ডচ ৰ সহায়ত কোনো এটা কাম সম্পাদন কৰিবলৈ কম্পিউটাৰক কি কৰে ? 

1) অনুৰোধ কৰা হয়

2) আদেশ দিয়া হয়

3) ওপৰৰ এটাও নহয়

Ans: আদেশ দিয়া হয়


১৫। এই আদেশ দিয়াটোক কি বুলি জনা যায় ?

1) ইণ্টাৰনেল কামাণ্ড

2) এক্সটাৰনেল কামাণ্ড

3) কামাণ্ড

Ans: কামাণ্ড


১৬। DOS ৰ CLS কিহৰ কামাণ্ড ?

1) ইণ্টাৰনেল কামাণ্ড

2) এস্কটাৰনেল কামাণ্ড

3) ওপৰৰ এটাও নহয়

Ans: ইণ্টাৰনেল কামাণ্ড


১৭। DIR কামাণ্ডৰ সহায়ত কি কৰা হয় ?

1) অন (On) কৰা হয়

2) পৰ্দাখন লেতেৰা কৰে

3) Directory ভিতৰতৰ তথ্য় চাব পাৰি

Ans: Directory ভিতৰতৰ তথ্য় চাব পাৰি


১৮। Type কামাণ্ডৰ সহায়ত কি কৰা হয় ?

1) আখৰ লিখিব পাৰি

2) কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি

3) আখৰ কাটিব পাৰি

Ans: কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি


১৯। Copy Con ৰ দ্বাৰা কি কৰিব পাৰি ?

1) নতুন ফাইন বনাব পাৰি

2) বৰ্তমানৰ তাৰিখ চাব পাৰি

3) বৰ্তমানৰ সময় চাব পাৰি

Ans: নতুন ফাইন বনাব পাৰি


২০। DEL কামাণ্ডৰ দ্বাৰা কি কৰা হয় ?

1) কপি কৰিব পাৰি

2) ফাইল মচিব পাৰি

3) ওপৰৰ এটাও নহয়

Ans: ফাইল মচিব পাৰি

Type Susmita Kakati