এম. এচ. ডচ. (MS-DOS)
১। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?
1) বিভিন্ন কামত
2) এটা কামত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: বিভিন্ন কামত
২। (space Bar) কি কামত ব্যৱহাৰ কৰোঁ ?
1) কোনো আখৰ কলা কৰা
2) কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ
৩। key ৰ জৰিয়তে পূৰ্বৰ কোনো কামাণ্ড নাচক (cancel )কৰিব
1) পাৰোঁ
2) নোৱাৰোঁ
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: পাৰোঁ
৪। কী- বোৰ্ডৰ জৰিয়তে কম্পিউটাৰ তথ্য যোগান ধৰা ?
1) হয়
2) নহয়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: হয়
৫। (Home key ) এই কীৰ জৰিয়তে কোনো এটা পৃষ্ঠা দফা শাৰী বা বাক্যৰ আৰম্ভণিলৈ কাৰ্চাৰ (cursor) আনিব ?
1) পাৰি
2) নোৱাৰি
3) এয়াৰ ভিতৰত এটাও নহয়
Ans: পাৰি
৬। (DOS ) ৰকেইটামান ইণ্টাৰনেল কামাণ্ড হ'ল ?
1) DIR (ডি.আই. আৰ )
2) CLS (চি. এল. এচ )
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: CLS (চি. এল. এচ )
৭। OS ৰ সম্পূণৰ্ণ নামটো লিখা ?
1) DOS (Disk Operating System )
2) internal command
3) ইয়াৰ ভিতৰত ওটাও নহয়
Ans: DOS (Disk Operating System )
৮। এম. এচ. ডচ. ৰ কামাণ্ড সমূহ সাধাৰণতকে কেই প্ৰকাৰৰ?
1) ৩ প্ৰকাৰৰ
2) ১ প্ৰকাৰৰ
3) ২ প্ৰকাৰৰ
Ans: ২ প্ৰকাৰৰ
৯। কামাণ্ড সহায়ত MS- DOS বন্ধ কৰি প্ৰগ্ৰেমৰ পৰা ওলাই আহিব ?
1) পাৰি
2) নোৱাৰি
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: পাৰি
১০। MS - DOS ৰ সহায়ত কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ কম্পিউটাৰক একো আদেস বা নিদেৰ্শ দিয়া ?
1) হয়
2) নহয়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: হয়
১১। অপাৰেটিং চিষ্টেমক সংক্ষেপত কি বুলি কোৱা হয় ?
1) DOS
2) OS
3) ওপৰৰ এটাও নহয়
Ans: OS
১২। কম্পিউটাৰৰ মূল চালিকা শক্তি কি ?
1) Mouse
2) CPU
3) OS
Ans: CPU
১৩। কোন দেশৰ মাইক্ৰচফট কোম্পানীয়ে যোগান ধৰা বাবে অপাৰেটিং চিষ্টেমটোক -এম.এচ.ডচ বুলি জনা যায় ?
1) আমেৰিকাৰ
2) ইংলেণ্ডৰ
3) ভাৰতৰ
Ans: আমেৰিকাৰ
১৪। এম.এচ.ডচ ৰ সহায়ত কোনো এটা কাম সম্পাদন কৰিবলৈ কম্পিউটাৰক কি কৰে ?
1) অনুৰোধ কৰা হয়
2) আদেশ দিয়া হয়
3) ওপৰৰ এটাও নহয়
Ans: আদেশ দিয়া হয়
১৫। এই আদেশ দিয়াটোক কি বুলি জনা যায় ?
1) ইণ্টাৰনেল কামাণ্ড
2) এক্সটাৰনেল কামাণ্ড
3) কামাণ্ড
Ans: কামাণ্ড
১৬। DOS ৰ CLS কিহৰ কামাণ্ড ?
1) ইণ্টাৰনেল কামাণ্ড
2) এস্কটাৰনেল কামাণ্ড
3) ওপৰৰ এটাও নহয়
Ans: ইণ্টাৰনেল কামাণ্ড
১৭। DIR কামাণ্ডৰ সহায়ত কি কৰা হয় ?
1) অন (On) কৰা হয়
2) পৰ্দাখন লেতেৰা কৰে
3) Directory ভিতৰতৰ তথ্য় চাব পাৰি
Ans: Directory ভিতৰতৰ তথ্য় চাব পাৰি
১৮। Type কামাণ্ডৰ সহায়ত কি কৰা হয় ?
1) আখৰ লিখিব পাৰি
2) কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি
3) আখৰ কাটিব পাৰি
Ans: কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি
১৯। Copy Con ৰ দ্বাৰা কি কৰিব পাৰি ?
1) নতুন ফাইন বনাব পাৰি
2) বৰ্তমানৰ তাৰিখ চাব পাৰি
3) বৰ্তমানৰ সময় চাব পাৰি
Ans: নতুন ফাইন বনাব পাৰি
২০। DEL কামাণ্ডৰ দ্বাৰা কি কৰা হয় ?
1) কপি কৰিব পাৰি
2) ফাইল মচিব পাৰি
3) ওপৰৰ এটাও নহয়
0 Comments