পেইণ্ট (paint)
১। (Ctrl - s টিপিলে কি হয় ?
1) save হয়
2) Date হয়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: save হয়
২। Windows ৰ পৰা DOS Kane (open) কৰা ?
1) হয়
2) নহয়
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: হয়
৩। কামাণ্ড সহায়ত নতুন ফাইল বনাব পাৰি ?
1) type (টাইপ)
2) Exit (এক্সিট )
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Exit (এক্সিট )
৪। কামাণ্ড সহায়ত (directory) পাৰি ?
1) MD বা MKDIR ( মেক ডাইৰেক্টৰী )
2) CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )
৫। (DOS) ত বৰ্তমান সময় চাবৰ বাবে কি ব্যৱহাৰ কৰা হয় ?
1) Date
2) time
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: time
৬। অকাঁ ছবিখন ডাঙৰ বা সৰু কৰিব কি ব্যৱহাৰ কৰা হয় ?
1) dialog box ok button click ত
2) Resize button Click ত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: Resize button Click ত
৭। ছবি অকাঁ সম্পূৰ্ণৰ হোৱাৰ পিছত (paint button) ত click কৰিব ?
1) নালাগিব
2) লাগিব
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: লাগিব
৮। পলিগন টুল (Polygon tool) এই টুলৰ সহায়ত আমি কি চিত্ৰ আঁকিব পাৰিম ?
1) আয়ত চিত্ৰ
2) ষড়ভূজৰ চিত্ৰ
3) ৰেখা চিত্ৰ
Ans: ষড়ভূজৰ চিত্ৰ
৯। টেক্স টুল (text tool) ৰ সহায়ত কি পৰ্দাত লিখিব পাৰি ?
1) বেকা ৰেখা পৰ্দাত
2) আখৰ পৰ্দাত
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: আখৰ পৰ্দাত
১০। পিক কালাৰ টুল সহায়ত এটা অংশৰ ৰং কপি কৰি আন এ্ৰটা অংশৰ দিব ?
1) নোৱাৰি
2) পাৰি
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: পাৰি
১১। পেইণ্ট এবিধ কি ?
1) হাৰ্ডৱেৰ
2) চফটৱেৰ
3) ওপৰৰ এটাও নহয়
Ans: চফটৱেৰ
১২। পেইণ্টৰ Window খনক কেইটা ভাগত ভাগ কৰা হৈছে ?
1) চাৰিটা
2) দুটা
3) তিনিটা
Ans: তিনিটা
১৩। ইৰেজাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?
1) ছবি আকিব পাৰি
2) কোনো তথ্য় সংৰক্ষণ কৰিব পাৰি
3) ছবি মচিব পাৰি
Ans: ছবি মচিব পাৰি
১৪। লাইন টুলে কি কৰে ?
1) পৰ্দাত আখৰ লিখিব পাৰি
2) বেকা ৰেখা আঁকিব পাৰি
3) ৰং স্প্ৰে কৰিব পাৰি
Ans: বেকা ৰেখা আঁকিব পাৰি
১৫। গোলাকাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?
1) গোলাকৰ চিত্ৰ আঁকিব পাৰি
2) ত্ৰিভূজ চিত্ৰ আঁকিব পাৰি
3) ওপৰৰ দুয়োটা
Ans: গোলাকৰ চিত্ৰ আঁকিব পাৰি
১৬। Paint Option ত ক্লিক কৰাৰ লগে লগে পেইণ্টত কি হয় ?
1) নতুন ফাইল অপেন হয়
2) ফাইল কটা যায়
3) Window খন Open হয়
Ans: Window খন Open হয়
১৭। Paint ত নতুন ফাইল খোলাৰ Shortcut কি ?
1) Ctrl+I
2) Ctrl+N
3) Ctrl+F
Ans: Ctrl+N
১৮। Paint ত Save কৰাৰ চৰ্টকাট কি ?
1) Ctrl+S
2) Ctrl+V
3) Ctrl+X
Ans: Ctrl+S
১৯। প্ৰয়োজন হ'লে আমি Save কৰা ফাইলটো চাব পাৰোঁ নে ?
1) পাৰোঁ
2) নোৱাৰে
3) ওপৰৰ এটাও নহয়
Ans: পাৰোঁ
২০। ফাইল এটা Open কৰা Shortcut কি ?
1) Ctrl+N
2) Ctrl+P
3) Ctrl+O
0 Comments