পেইণ্ট (paint)


১। (Ctrl - s  টিপিলে কি হয় ?

1) save হয়

2) Date হয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: save হয়


২। Windows ৰ পৰা DOS Kane (open) কৰা ? 

1) হয়

2) নহয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: হয়


৩। কামাণ্ড সহায়ত নতুন ফাইল বনাব পাৰি ?

1) type (টাইপ)

2) Exit (এক্সিট )

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Exit (এক্সিট )


৪। কামাণ্ড সহায়ত (directory) পাৰি ?

1) MD বা  MKDIR ( মেক ডাইৰেক্টৰী )

2) CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )


৫। (DOS) ত বৰ্তমান সময় চাবৰ বাবে কি ব্যৱহাৰ কৰা হয় ? 

1) Date

2) time

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: time


৬। অকাঁ ছবিখন ডাঙৰ বা সৰু কৰিব কি ব্যৱহাৰ কৰা হয় ?

1) dialog box  ok button click ত

2) Resize button Click ত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: Resize button Click ত


৭। ছবি অকাঁ সম্পূৰ্ণৰ হোৱাৰ পিছত (paint button) ত click কৰিব ?

1) নালাগিব

2) লাগিব

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: লাগিব


৮। পলিগন টুল (Polygon tool) এই টুলৰ সহায়ত আমি কি চিত্ৰ আঁকিব পাৰিম ?

1) আয়ত চিত্ৰ

2) ষড়ভূজৰ চিত্ৰ

3) ৰেখা চিত্ৰ

Ans: ষড়ভূজৰ চিত্ৰ


৯। টেক্স টুল (text tool) ৰ সহায়ত কি পৰ্দাত লিখিব পাৰি ?

1) বেকা ৰেখা পৰ্দাত

2) আখৰ পৰ্দাত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: আখৰ পৰ্দাত


১০। পিক কালাৰ টুল সহায়ত এটা অংশৰ ৰং কপি কৰি আন এ্ৰটা অংশৰ  দিব  ?

1) নোৱাৰি

2) পাৰি

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: পাৰি


১১। পেইণ্ট এবিধ কি ?

1) হাৰ্ডৱেৰ

2) চফটৱেৰ

3) ওপৰৰ এটাও নহয়

Ans: চফটৱেৰ


১২। পেইণ্টৰ Window খনক কেইটা ভাগত ভাগ কৰা হৈছে ?

1) চাৰিটা

2) দুটা

3) তিনিটা

Ans: তিনিটা


১৩। ইৰেজাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?

1) ছবি আকিব পাৰি

2) কোনো তথ্য় সংৰক্ষণ কৰিব পাৰি

3) ছবি মচিব পাৰি

Ans: ছবি মচিব পাৰি


১৪। লাইন টুলে কি কৰে ?

1) পৰ্দাত আখৰ লিখিব পাৰি

2) বেকা ৰেখা আঁকিব পাৰি

3) ৰং স্প্ৰে কৰিব পাৰি

Ans: বেকা ৰেখা আঁকিব পাৰি


১৫।  গোলাকাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?

1) গোলাকৰ চিত্ৰ আঁকিব পাৰি

2) ত্ৰিভূজ চিত্ৰ আঁকিব পাৰি

3) ওপৰৰ দুয়োটা

Ans: গোলাকৰ চিত্ৰ আঁকিব পাৰি


১৬। Paint Option ত ক্লিক কৰাৰ লগে লগে পেইণ্টত কি হয় ?

1) নতুন ফাইল অপেন হয়

2) ফাইল কটা যায়

3) Window খন Open হয়

Ans: Window খন Open হয়


১৭। Paint ত নতুন ফাইল খোলাৰ Shortcut কি ?

1) Ctrl+I

2) Ctrl+N

3) Ctrl+F

Ans: Ctrl+N


১৮। Paint ত Save কৰাৰ চৰ্টকাট কি ?

1) Ctrl+S

2) Ctrl+V

3) Ctrl+X

Ans: Ctrl+S


১৯। প্ৰয়োজন হ'লে আমি Save কৰা ফাইলটো চাব পাৰোঁ নে ?

1) পাৰোঁ

2) নোৱাৰে

3) ওপৰৰ এটাও নহয়

Ans: পাৰোঁ


২০। ফাইল এটা Open কৰা Shortcut কি ?

1) Ctrl+N

2) Ctrl+P

3) Ctrl+O

Ans: Ctrl+O

Type Susmita Kakati