কেলকুলেটৰ (calculator)
১। Windows Operating System ৰ অন্তৰ্গত কিছুমান সৰু অথচ লাগতিয়াল চফটৱেৰ আছে যিবিলাক আমাক বহু ক্ষেত্ৰত বহু ধৰণে সহায় ?
1) নকৰে
2) কৰে
3) ইয়াৰ ভিতৰত এটাও নহয়
Ans: কৰে
২। কেলকুলেটৰতো কেৱল সংখ্যাত্মক বোৰ কি কি?
1) যোগ , বিয়োগ
2) হৰণ ,পূৰণ
3) ইয়াৰ থকা সকলো বোৰ
Ans: ইয়াৰ থকা সকলো বোৰ
৩। কেলকুলেটৰটোৰ সংখ্যাৰ কী সমূহ কিহৰ সহায়ত ক্লিক কৰি কাৰ্য সমাধা কৰিব পাৰি ?
1) কম্পিউটাৰ
2) মাউচ
3) কী - বোৰ্ড
Ans: মাউচ
৪। কেলকুলেটৰ আমি কেই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ?
1) ৩ ধৰণে
2) ২ ধৰণে
3) ৪ ধৰণে
Ans: ২ ধৰণে
৫। ডেস্কটপৰ পৰা কেলকুলেটৰলৈ যোৱা পথটো কি ?
1) Start → Calculator → Accessories → Programs
2) Start → Calculator→ Accessories → Programs
3) Start → Programs → Accessories → Calculator
Ans: Start → Programs → Accessories → Calculator
৬। কেলকুলেটৰ দুই ধৰণ হ'ল---
1) Standard আৰু Scientific
2) Internal আৰু External
3) ওপৰৰ দুয়োটা
Ans: Standard আৰু Scientific
৭। Standard কেলকুলেটৰত কি কি কৰিব পাৰি ?
1) যোগ, বিয়োগ
2) পূৰণ, হৰণ
3) ওপৰৰ দুয়োটা
Ans: ওপৰৰ দুয়োটা
৮। কেলকুলেটৰত সংখ্য়াৰ কী সমূহ কিহৰ সহায়ত সমাধা কৰিব পাৰি ?
1) চি.পি.ইউৰ সহায়ত
2) মাউচৰ সহায়ত
3) মনিটৰৰ সহায়ত
Ans: মাউচৰ সহায়ত
৯। Scientific কেলকুলেটৰত কি কি কৰিব পাৰি ?
1) যোগ, বিয়োগ
2) আভিযান্ত্ৰিক গণনা
3) ওপৰৰ দুয়োটা
Ans: ওপৰৰ দুয়োটা
১০। '÷' এইটো কিহৰ চিন ?
1) পূৰণ
2) হৰণ
3) যোগ
Ans: হৰণ
Type Susmita Kakati