কেলকুলেটৰ (calculator)


১। Windows Operating System ৰ অন্তৰ্গত  কিছুমান সৰু অথচ লাগতিয়াল চফটৱেৰ আছে  যিবিলাক আমাক বহু ক্ষেত্ৰত বহু ধৰণে সহায় ? 

1) নকৰে

2) কৰে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কৰে


২। কেলকুলেটৰতো কেৱল সংখ্যাত্মক বোৰ কি কি? 

1) যোগ , বিয়োগ

2) হৰণ ,পূৰণ

3) ইয়াৰ থকা সকলো বোৰ

Ans: ইয়াৰ থকা সকলো বোৰ


৩। কেলকুলেটৰটোৰ সংখ্যাৰ কী সমূহ কিহৰ সহায়ত ক্লিক কৰি কাৰ্য সমাধা কৰিব পাৰি ?

1) কম্পিউটাৰ

2) মাউচ

3) কী - বোৰ্ড

Ans: মাউচ


৪। কেলকুলেটৰ  আমি কেই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ?

1) ৩ ধৰণে

2) ২ ধৰণে

3) ৪ ধৰণে

Ans: ২ ধৰণে


৫। ডেস্কটপৰ পৰা কেলকুলেটৰলৈ যোৱা পথটো কি ?

1) Start → Calculator → Accessories → Programs

2) Start → Calculator→ Accessories → Programs

3) Start → Programs → Accessories → Calculator

Ans: Start → Programs → Accessories → Calculator


৬। কেলকুলেটৰ দুই ধৰণ হ'ল---

1) Standard আৰু Scientific

2) Internal আৰু External

3) ওপৰৰ দুয়োটা

Ans: Standard আৰু Scientific


৭। Standard কেলকুলেটৰত কি কি কৰিব পাৰি ?

1) যোগ, বিয়োগ

2) পূৰণ, হৰণ

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


৮। কেলকুলেটৰত সংখ্য়াৰ কী সমূহ কিহৰ সহায়ত সমাধা কৰিব পাৰি ?

1) চি.পি.ইউৰ সহায়ত

2) মাউচৰ সহায়ত

3) মনিটৰৰ সহায়ত

Ans: মাউচৰ সহায়ত


৯। Scientific কেলকুলেটৰত কি কি কৰিব পাৰি ?

1) যোগ, বিয়োগ

2) আভিযান্ত্ৰিক গণনা

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


১০। '÷' এইটো কিহৰ চিন ?

1) পূৰণ

2) হৰণ

3) যোগ

Ans: হৰণ

Type Susmita Kakati