সৌৰজগতত আমাৰ পৃথিৱী

১। আকাশত দেখা সকলোবোৰ জ্য়োতিস্কক কি বোলে?

1) গ্ৰহ

2) উৰগ্ৰহ

3) তৰা বা নক্ষত্ৰ

Ans: তৰা বা নক্ষত্ৰ

২। সূৰ্য পৃষ্ঠভাগৰ উত্তাপ কিমান?

1) ৫০০০° চেলছিয়াছ

2) ১০০০০° চেলছিয়াছ

3) ৬০০০° চেলছিয়াছ

Ans: ৬০০০° চেলছিয়াছ

৩। সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে?

1) ৭ টা

2) ৯ টা

3) ৮ টা

Ans: ৮ টা

৪। পৃথিৱীৰ উগ্ৰহটোৰ নাম কি?

1) বুধ

2) শুক্ৰ

3) চন্দ্ৰ

Ans: চন্দ্ৰ

৫। সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটোৰ মান কি ?

1) বুধ

2) পৃথিৱী

3) চন্দ্ৰ

Ans: বুধ


৬। পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?

1) বুধ

2) শনি

3) শুক্ৰ

Ans: শুক্ৰ


৭। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

1) শনি

2) ইউৰেনাছ

3) বৃহস্পতি

Ans: বৃহস্পতি


৮। কোনটো গ্ৰহক 'বাওনা গ্ৰহ' বুলি কোৱা হয়?

1) প্লুটো

2) চন্দ্ৰ

3) বুধ

Ans: প্লুটো


৯। পপীয়া তৰা আন এটা কি নামেৰে জনা যায়?

1) ধূমকেতু

2) উপগ্ৰহ

3) উল্কা

Ans: উল্কা


১০। পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ চন্দ্ৰ কিমান সময় লাগে?

1) ২৯ ১/২ দিন

2) ৩১ ১/২ দিন

3) ২৮ ১/২ দিন

Ans: ২৯ ১/২ দিন


১১। সূৰ্য এটা কি ?

1) গ্ৰহ

2) নক্ষত্ৰ

3) উপগ্ৰহ

Ans: নক্ষত্ৰ


১২। পৃথিৱীয়ে কিমান ঘণ্টাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে ?

1) ১৬৭২ কিঃ মিঃ বেগেৰে

2) ১৬৭১ কিঃ মিঃ বেগেৰে

3) ১৬৭০ কিঃ মিঃ বেগেৰে

Ans: ১৬৭০ কিঃ মিঃ বেগেৰে


১৩| পৃথিৱীৰপৰা সূৰ্যৰ গড় দূৰত্ব কিমান কিলোমিটাৰ ?

1) ১৪,৯৬,৯৮,৯০১ কিলোমিটাৰ

2) ১৪,৯৭,৯৯,৯০২ কিলোমিটাৰ

3) ১৪,৯৫,৯৭,৯০০ কিলোমিটাৰ

Ans: ১৪,৯৫,৯৭,৯০০ কিলোমিটাৰ


১৪| পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক মাৰিবলৈ কিমান দিন, ঘণ্টা, মিনিট, ছেকেণ্ড লয় ?

1) ৩৬৫ দিন, ৬ ঘণ্টা, ৪৬ মিনিট,  ৪৭-৪৫ ছেকেণ্ড লয়

2) ৩৬৫ দিন, ৫ ঘণ্টা, ৪৮ মিনিট, ৪৫-৪৭ ছেকেণ্ড লয়

3) ৩৬৫ দিন, ৭ ঘণ্টা, ৪৭ মিনিট, ৪৪-৪৮ ছেকেণ্ড লয়

Ans: ৩৬৫ দিন, ৫ ঘণ্টা, ৪৮ মিনিট, ৪৫-৪৭ ছেকেণ্ড লয়


১৫| বৃহস্পতিৰ আয়তন পৃথিৱীতকৈ কিমান গুণ বেছি ?

1) ১৩১৭ গুণ

2) ১৩২৭ গুণ

3) ১৩৩৭ গুণ

Ans: ১৩১৭ গুণ


১৬| পৃথিৱীৰপৰা চন্দ্ৰলৈ দূৰত্ব কিমান ?

1) ৩,৮৪,৬৫৪ কিঃ মিঃ

2) ৩,৮৬,৯৮৭ কিঃ মিঃ

3) ৩,৮৬,০০০ কিঃ মিঃ

Ans: ৩,৮৬,০০০ কিঃ মিঃ


১৭| চন্দ্ৰৰ ব্য়াস কিমান কিঃ মিঃ ?

1) ৪৩৫৬ কিঃ মিঃ

2) ৩৪৮০ কিঃ মিঃ

3) ৪৫৪৬ কিঃ মিঃ

Ans: ৩৪৮০ কিঃ মিঃ


১৮| নীল আমষ্ট্ৰংএ কিমান চনৰ কিমান মাহৰ কোন তাৰিখে চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰিছিল ?

1) ১৯৬৫ চনৰ ২৯ জুলাইত

2) ১৯৬২ চনৰ ২৫ জুলাইত

3) ১৯৬৭ চনৰ ২৯ জুলাইত

Ans: ১৯৬৭ চনৰ ২৯ জুলাইত


১৯| কিমান চনত প্লুটোক এটা 'বাওনা গ্ৰহ' আখ্য়া দিয়া হৈছে ?

1) ২০০৬ চনত

2) ২০০৪ চনত

3) ২০০৫ চনত

Ans: ২০০৬ চনত


২০| ____ হ'ল  এক তাৰকাপু্ঞ্জ ?

1) গ্ৰহ

2) নক্ষত্ৰপুঞ্জ

3) হাতীপটি

Ans: হাতীপটি


Type Susmita Kakati