(খ) আদি প্ৰস্তৰ যুগ
১। মানৱ সভ্য়তাৰ একেবাৰে আদিম স্তৰটোক কি বুলি কোৱা হয়?
1) নৱপ্ৰস্তৰ যুগ
2) আদিপ্ৰস্তৰ যুগ
3) মধ্য়প্ৰস্তৰ যুগ
4) এটাও নহয়
Ans: আদিপ্ৰস্তৰ যুগ
২। প্ৰস্তৰ যুগৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ আকৃতি আৰু নিৰ্মাণ কৌশলৰ প্ৰতি লক্ষ্য় কৰি এই যুগক কেইটা ভাগত ভাগ কৰা হৈছে?
1) ৩ টা
2) ২ টা
3) ৬ টা
4) ৮ টা
Ans: ২ টা
৩। যি কালত মানুহে শিলৰ সঁজুলি ব্য়ৱহাৰ কৰিছিল সেই কালটোক কি বুলি জনা যায়?
1) নৱপ্ৰস্তৰ যুগ
2) প্ৰস্তৰ যুগ
3) মধ্য়প্ৰস্তৰ যুগ
4) এটাও নহয়
Ans: নৱপ্ৰস্তৰ যুগ
৪। আদিম যুগৰ মানুহে ক'ত বাস কৰিছিল?
1) ঘৰত
2) নদীৰ পাৰত
3) গুহাৰ ভিতৰত
4) এটাও নহয়
Ans: গুহাৰ ভিতৰত
৫। আদি প্ৰস্তৰ যুগৰ মানুহে জুইৰ ব্য়ৱহাৰ বিষয়ে
1) জানিছিল
2) নাজানিছিল
3) খাদ্য় কেচাই খাইছিল
4) এটাও নহয়
Ans: নাজানিছিল
Type Susmita Kakati
0 Comments