(খ) আদি প্ৰস্তৰ যুগ


১। মানৱ সভ্য়তাৰ একেবাৰে আদিম স্তৰটোক কি বুলি কোৱা হয়?

1) নৱপ্ৰস্তৰ যুগ

2) আদিপ্ৰস্তৰ যুগ

3) মধ্য়প্ৰস্তৰ যুগ

4) এটাও নহয়

Ans: আদিপ্ৰস্তৰ যুগ


২। প্ৰস্তৰ যুগৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ আকৃতি আৰু নিৰ্মাণ কৌশলৰ প্ৰতি লক্ষ্য় কৰি এই যুগক কেইটা ভাগত ভাগ কৰা হৈছে?

1) ৩ টা

2) ২ টা

3) ৬ টা

4) ৮ টা

Ans: ২ টা


৩। যি কালত মানুহে শিলৰ সঁজুলি ব্য়ৱহাৰ কৰিছিল সেই কালটোক কি বুলি জনা যায়?

1) নৱপ্ৰস্তৰ যুগ

2) প্ৰস্তৰ যুগ

3) মধ্য়প্ৰস্তৰ যুগ

4) এটাও নহয়

Ans: নৱপ্ৰস্তৰ যুগ


৪। আদিম যুগৰ মানুহে ক'ত বাস কৰিছিল?

1) ঘৰত

2) নদীৰ পাৰত

3) গুহাৰ ভিতৰত

4) এটাও নহয়

Ans: গুহাৰ ভিতৰত


৫। আদি প্ৰস্তৰ যুগৰ মানুহে জুইৰ ব্য়ৱহাৰ বিষয়ে

1) জানিছিল

2) নাজানিছিল

3) খাদ্য় কেচাই খাইছিল

4) এটাও নহয়

Ans: নাজানিছিল

Type Susmita Kakati