তাম্ৰ যুগ


১। অঘৰী অৱস্থাৰ পৰা নিগাজীকৈ বসবাস কৰিবলৈ মানুহক কিমান বছৰ লাগিছিল ?

1) বহুত হাজাৰ বছৰ

2) ২০ হাজাৰ

3) অতি কম সময়

Ans: বহুত হাজাৰ বছৰ


২। তাম্ৰ যুগত মানুহে কি  খেতি কৰিছিল?

1) কপাহ

2) ধান

3) শস্য়ৰ

Ans: ধান


৩। তাম্ৰ যুগৰ মানুহসকলৰ আ-অলংকাৰ কিহৰ আছিল ?

1) সোণ

2) তাম

3) ৰূপ

Ans: তাম


৪। তাম্ৰ যুগত মানুহে কি কি জীৱ-জন্তু পুহিছিল?

1) গৰু-ছাগলী

2) হাতী

3) উট

 Ans: গৰু-ছাগলী


৫। তামেৰে তেওঁলোকে কি সা-সঁজুলি নিৰ্মাণ কৰিছিল ?

1) তৰোৱাল

 2) দা

3) কটাৰী

Ans: তৰোৱাল


Type Susmita Kakati