প্ৰাচীন অসমৰ কথা


১। অসমৰ একেবাৰে পুৰণি নাম কি আছিল?

1) পুৰণি কামৰূপ

2) প্ৰাগ্জ্য়োতিষপুৰ

3) অসম

Ans: প্ৰাগ্জ্য়োতিষপুৰ


২। পুৰণি কামৰূপ ৰাজ্য় কেইটা ভাগত ভাগ কৰা হৈছে?

1) ২টা ভাগত

2) ৪টা ভাগত

3) ৮টা ভাগত

Ans: ৪টা ভাগত


৩। কামৰূপত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

1) চন্দ্ৰগুপ্ত মৌৰ্য

2) ভাস্কৰ বৰ্মন

3) পুষ্য় বৰ্মন

Ans: পুষ্য় বৰ্মন


৪। অসমৰ প্ৰাচীনতম ৰজা কোন আছিল?

1) মহীৰংগ দানৱ

2) সম্বাসুৰ

3) ৰত্নাসুৰ

Ans: মহীৰংগ দানৱ


৫। নৰকাসুৰৰ মৃত্য়ুৰ পাছত কোনে প্ৰাগ্জ্য়োতিষপুৰৰ শাসন ভাগ গ্ৰহণ কৰে?

1) মহীৰংগ দানৱ

2) ভগদত্তই

3) হটকাসুৰ

Ans: ভগদত্তই


৬। বান ৰজাৰ জীয়েকৰ নাম কি?

1) ঊষা

2) ৰুক্মিণী

3) ভানুমতীৰ

Ans: ঊষা


৭। ঊষাক কোনে বিয়া কৰাইছিল?

1) ৰামে

2) শিৱই

3) অনিৰুদ্ধই

Ans: অনিৰুদ্ধই


৮। ভীষ্মক ৰজাৰ জীয়ৰী গৰাকিৰ নাম কি?

1) ঊষা

2) ৰুক্মিণী

3) এটাও নহয়

Ans: ৰুক্মিণী


৯। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?

1) চন্দ্ৰগুপ্ত

2) কৌটিল্য়

ভাস্কৰ বৰ্মন

Ans: ভাস্কৰ বৰ্মন


১০। অসমৰ আটাইতকৈ পুৰণি বংশটো নাম কি?

1) পাল বংশ

2) বৰ্মন বংশ

3) মৌৰ্য বংশ

Ans: বৰ্মন বংশ

Type Susmita Kakati