প্ৰাচীন অসমৰ কথা
১। অসমৰ একেবাৰে পুৰণি নাম কি আছিল?
1) পুৰণি কামৰূপ
2) প্ৰাগ্জ্য়োতিষপুৰ
3) অসম
Ans: প্ৰাগ্জ্য়োতিষপুৰ
২। পুৰণি কামৰূপ ৰাজ্য় কেইটা ভাগত ভাগ কৰা হৈছে?
1) ২টা ভাগত
2) ৪টা ভাগত
3) ৮টা ভাগত
Ans: ৪টা ভাগত
৩। কামৰূপত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
1) চন্দ্ৰগুপ্ত মৌৰ্য
2) ভাস্কৰ বৰ্মন
3) পুষ্য় বৰ্মন
Ans: পুষ্য় বৰ্মন
৪। অসমৰ প্ৰাচীনতম ৰজা কোন আছিল?
1) মহীৰংগ দানৱ
2) সম্বাসুৰ
3) ৰত্নাসুৰ
Ans: মহীৰংগ দানৱ
৫। নৰকাসুৰৰ মৃত্য়ুৰ পাছত কোনে প্ৰাগ্জ্য়োতিষপুৰৰ শাসন ভাগ গ্ৰহণ কৰে?
1) মহীৰংগ দানৱ
2) ভগদত্তই
3) হটকাসুৰ
Ans: ভগদত্তই
৬। বান ৰজাৰ জীয়েকৰ নাম কি?
1) ঊষা
2) ৰুক্মিণী
3) ভানুমতীৰ
Ans: ঊষা
৭। ঊষাক কোনে বিয়া কৰাইছিল?
1) ৰামে
2) শিৱই
3) অনিৰুদ্ধই
Ans: অনিৰুদ্ধই
৮। ভীষ্মক ৰজাৰ জীয়ৰী গৰাকিৰ নাম কি?
1) ঊষা
2) ৰুক্মিণী
3) এটাও নহয়
Ans: ৰুক্মিণী
৯। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?
1) চন্দ্ৰগুপ্ত
2) কৌটিল্য়
ভাস্কৰ বৰ্মন
Ans: ভাস্কৰ বৰ্মন
১০। অসমৰ আটাইতকৈ পুৰণি বংশটো নাম কি?
1) পাল বংশ
2) বৰ্মন বংশ
3) মৌৰ্য বংশ
Ans: বৰ্মন বংশ
Type Susmita Kakati
0 Comments