আমাৰ মৌলিক প্ৰয়োজনসমূহ


১। আমাৰ মৌলিক প্ৰয়োজনবোৰ কেইপ্ৰকাৰৰ

1) ৪ প্ৰকাৰৰ

2) ৮ প্ৰকাৰৰ

3) ৩ প্ৰকাৰৰ

Ans: ৩ প্ৰকাৰৰ


২। আহাৰক কেইটা মূল ভাগত ভাগ কৰিব পাৰি?

1) ৪ টা

2) ৭ টা

3) ২ টা

Ans: ২ টা


৩। দিনটোত দুবেলা নিয়মীয়াকী খোৱা ভাত আৰু ৰুটীক আমি কি আহাৰ বুলি কওঁঃ

1) মূল আহাৰ

2) উপ আহাৰ

3) এটাও নহয়

Ans: মূল আহাৰ


৪। অসমৰ মানুহৰ মূল আহাৰ কি?

1) ৰুটী

2) ভাত

3) ফল-মূল

Ans: ভাত


৫। বিহাৰৰ মানুহৰ মূল আহাৰ কি?

1) ভাত

2) ৰুটী

3) মাংস

Ans: ৰুটী


৬। শৰীৰৰ বৃদ্ধি আৰু পুষ্টি সাধনৰ বাবে কি প্ৰয়োজন

1) বাসস্থান

2) আহাৰ

3) এটাও নহয়

Ans: আহাৰ


৭। "অসমীয়া শিপিনীয়ে শালত সপোন ৰচে" এই কথাষাৰ কোনে কৈছিল?

1) ড° ভূপেন হাজৰিকাই

2) মহাত্মা গান্ধীয়ে

3) নৰেন্দ্ৰ মোদীয়ে

Ans: মহাত্মা গান্ধীয়ে


৮। এস্কিম'সকলে কোন অঞ্চলত বাস কৰে?

1) দক্ষিণ মেৰুত

2) উত্তৰ মেৰুত

3) মেৰু দেশত

Ans: মেৰু দেশত


৯। মেৰু অঞ্চলত প্ৰায় সকলো সময়তেঃ

1) পানীৰে আৱৰি থাকে

2) আন্ধাৰ হৈ থাকে

3) বৰফেৰে আৱৰি থাকে

 Ans: বৰফেৰে আৱৰি থাকে


১০। দেখাত উবুৰিয়াই থোৱা বাটি এটাৰ নিচিনা এই ঘৰক কি বুলি কোৱা হয়?

1) চাং ঘৰ

2) মাটিৰ ঘৰ

3) ঈগ্লু

Ans: ঈগ্লু

Type Susmita Kakati