পৃথিৱীৰ আকাৰৰ আৰু আকৃতি
১। পৃথিৱীৰ আকাৰ ধাৰণা কৰিবলৈ কি ব্য়ৱহাৰ কৰা হয়?
1) অক্ষৰেখা
2) কৰ্কটক্ৰান্তি ৰেখা
3) গোলক
Ans: গোলক
২। বিষুৱ ৰেখা পৃথিৱীক কোন কোন গোলাৰ্ধক বিভক্ত কৰি আছে?
1) উত্তৰ আৰু পশ্চিম
2) দক্ষিণ আৰু পূৱ
3) উত্তৰ আৰু দক্ষিণ
Ans: উত্তৰ আৰু দক্ষিণ
৩। বিষুৱ ৰেখা উত্তৰ আৰু দক্ষিণে কল্পনা কৰা ৰেখাদালৰ নাম কি?
1) কৰ্কটক্ৰান্তি ৰেখা
2) অক্ষৰেখা
3) বিষুৱ ৰেখা
Ans: অক্ষৰেখা
৪। বিষুৱ ৰেখাৰ মান কিমান?
1) ০°
2) ৩৬০°
3) ৯০°
Ans: ০°
৫। কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি মাজত থকা অংশটোক কি বোলে?
1) গ্ৰীষ্মমণ্ডল
2) শীতমণ্ডল
3) মেৰু অঞ্চল
Ans: গ্ৰীষ্মমণ্ডল
৬। সুমেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে আৰু এই মণ্ডলটোক কি নামেৰে জনা যায়?
1) গ্ৰীষ্মমণ্ডল
2) শীতমণ্ডল
3) নাতিশীতোষ্ণ মণ্ডল
Ans: নাতিশীতোষ্ণ মণ্ডল
৭। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰি পৃথিৱীৰ মাজেদি কল্পনা কৰা ৰেখাদালৰ হ'লঃ
1) পৃথিৱীৰ মেৰুদণ্ড
2) অক্ষৰেখা
3) কৰ্কটক্ৰান্তি ৰেখা
Ans: পৃথিৱীৰ মেৰুদণ্ড
৮। পৃথিৱীৰ উপৰিভাগৰ সোঁমাজেৰে পূবা-পশ্চিমাকৈ বৃত্তকাৰে যি ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাডালৰ নাম কি?
1) কৰ্কটক্ৰান্তি ৰেখা
2) অক্ষৰেখা
3) বিষুৱৰেখা
Ans: বিষুৱৰেখা
৯। বিষুৱৰ উত্তৰে থকা গোলাৰ্ধটোৰ নাম কি?
1) উত্তৰ গোলাৰ্ধ
2) দক্ষিণ গোলাৰ্ধ
3) উত্তৰ মেৰু
Ans: উত্তৰ গোলাৰ্ধ
১০। কুমেৰু বৃত্তৰ দক্ষিণৰ তাপমণ্ডলটো নাম কি?
1) দক্ষিণ শীতমণ্ডল।
2) দক্ষিণ তাপমণ্ডল
3) দক্ষিণ মেৰু অঞ্চল
Ans: দক্ষিণ শীতমণ্ডল।
Type Susmita Kakati
0 Comments