পৃথিৱীৰ আকাৰৰ আৰু আকৃতি


১। পৃথিৱীৰ আকাৰ ধাৰণা কৰিবলৈ কি ব্য়ৱহাৰ কৰা হয়?

1) অক্ষৰেখা

2) কৰ্কটক্ৰান্তি ৰেখা

3) গোলক

Ans: গোলক


২। বিষুৱ ৰেখা পৃথিৱীক কোন কোন গোলাৰ্ধক বিভক্ত কৰি আছে?

1) উত্তৰ আৰু পশ্চিম

2) দক্ষিণ আৰু পূৱ

3) উত্তৰ আৰু দক্ষিণ

Ans: উত্তৰ আৰু দক্ষিণ


৩। বিষুৱ ৰেখা উত্তৰ আৰু দক্ষিণে কল্পনা কৰা ৰেখাদালৰ নাম কি?

1) কৰ্কটক্ৰান্তি ৰেখা

2) অক্ষৰেখা

3) বিষুৱ ৰেখা

Ans: অক্ষৰেখা


৪। বিষুৱ ৰেখাৰ মান কিমান?

1) ০°

2) ৩৬০°

3) ৯০°

Ans: ০°


৫। কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি মাজত থকা অংশটোক কি বোলে?

1) গ্ৰীষ্মমণ্ডল

2) শীতমণ্ডল

3) মেৰু অঞ্চল

Ans: গ্ৰীষ্মমণ্ডল


৬। সুমেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে আৰু এই মণ্ডলটোক কি নামেৰে জনা যায়?

1) গ্ৰীষ্মমণ্ডল

2) শীতমণ্ডল

3) নাতিশীতোষ্ণ মণ্ডল

Ans: নাতিশীতোষ্ণ মণ্ডল


৭। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰি পৃথিৱীৰ মাজেদি কল্পনা কৰা ৰেখাদালৰ হ'লঃ

1) পৃথিৱীৰ মেৰুদণ্ড

2) অক্ষৰেখা

3) কৰ্কটক্ৰান্তি ৰেখা

Ans: পৃথিৱীৰ মেৰুদণ্ড


৮। পৃথিৱীৰ উপৰিভাগৰ সোঁমাজেৰে পূবা-পশ্চিমাকৈ বৃত্তকাৰে যি ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাডালৰ নাম কি?

1) কৰ্কটক্ৰান্তি ৰেখা

2) অক্ষৰেখা

3) বিষুৱৰেখা

Ans:  বিষুৱৰেখা


৯। বিষুৱৰ উত্তৰে থকা গোলাৰ্ধটোৰ নাম কি?

1) উত্তৰ গোলাৰ্ধ

2) দক্ষিণ গোলাৰ্ধ

3) উত্তৰ মেৰু

Ans: উত্তৰ গোলাৰ্ধ


১০। কুমেৰু বৃত্তৰ দক্ষিণৰ তাপমণ্ডলটো নাম কি?

1) দক্ষিণ শীতমণ্ডল।

2) দক্ষিণ তাপমণ্ডল

3) দক্ষিণ মেৰু অঞ্চল

Ans: দক্ষিণ শীতমণ্ডল।


Type Susmita Kakati