কৃষি, উদ্য়োগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

১। আধুনিক যুগৰ মানুহৰ বিভিন্ন বৃত্তিক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয় ?

1) ৩ টা

2) ৪ টা

3) ৫ টা

 Ans: ৩ টা


২। আগৰ দিনত মানুহে কিহৰে মাটি চহাইছিল ?

1) ট্ৰেক্টৰ

2) পাৱাৰ টিলা

3) গৰু আৰু নাঙল

 Ans: গৰু আৰু নাঙল


৩। কি সাৰ প্ৰয়োগ কৰা ফলত মাটিৰ শস্য় বৃদ্ধি হৈছে ?

1) পচন সাৰ

2) জৈৱিক সাৰ

3) ৰাসায়নিক সাৰ

Ans: ৰাসায়নিক সাৰ


৪। পৰিবহন কেই প্ৰকাৰ ?

1) ৩ টা

2) ৫ টা

3) ৬ টা

Ans: ৩ টা


৫। আগৰ দিনত মানুহে যোগাযোগ কেনেদৰে কৰিছিল

1) টেলিভিছন

2) টেলিফোন

3) চিঠি

Ans: চিঠি


৬। উদ্য়োগ কেই প্ৰকাৰৰ ?

1) ৪ প্ৰকাৰৰ

2) ৫ প্ৰকাৰৰ

3) ৭ প্ৰকাৰৰ

Ans: ৪ প্ৰকাৰৰ


৭। কিহৰ সহায়ত এটা একাউন্টৰ পৰা আন এটা একাউন্টলৈ মুহূৰ্ততে পইচা পঠিয়াব পাৰি ?

1) এ টি এম (Automated Teller Machine)

2) ডেবিট (Debit)

3) এন এ এফ টি (National Electronic Fund Transfer)

Ans: এন এ এফ টি (National Electronic Fund Transfer)


৮। সেৱা খণ্ডৰ আৰু প্ৰযুক্তি মানে কি ?

1) যিবোৰে পোনপটীয়াকৈ কোনো সামগ্ৰী উৎপাদন নকৰে

2) যিবোৰে পোনপটীয়াকৈ কোনো ধৰণৰ সামগ্ৰী উৎপাদন কৰে

3) এটাও নহয়

Ans: যিবোৰে পোনপটীয়াকৈ কোনো সামগ্ৰী উৎপাদন নকৰে


৯। মানুহৰ বৃত্তিসমূহক প্ৰধানকৈ তিনিটা খণ্ডত ভাগ কৰা হৈছে, ইয়াৰ প্ৰথম ভাগটো নাম কি ?

1) সেৱা খণ্ডৰ

2) কৃষি খণ্ডৰ

3) উদ্য়োগ খণ্ডৰ

Ans: কৃষি খণ্ডৰ


১০। উৎপাদনক্ষম বীজৰদ্বাৰা এবছৰত একেখিনি মাটিতে কেইবা খেতি কৰিব পৰা হৈছে ?

1) ২ বাৰ

2) ৩ বাৰ

3) ৪ বাৰ

Ans: ৩ বাৰ

Type Susmita Kakati