চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ


১। চৰকাৰৰ গোটেই কামবোৰ কেইটা ভাগত ভাগ কৰা হয় ?

1) ২ টা

2) ৩ টা

3) ৫ টা

Ans: ৩ টা


২। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নাম লিখা ?

1) ইংলেণ্ড

2) থাইলেণ্ড

3) ফ্ৰান্স

Ans: ফ্ৰান্স


৩। আটাইতকৈ পুৰণি শাসন ব্য়ৱস্থা কি ?

1) ৰাজতন্ত্ৰৰ

2) গনতন্ত্ৰৰ

3) এটাও নহয়

Ans: ৰাজতন্ত্ৰৰ


৪। ৰাষ্ট্ৰ হ'বলৈ কি লাগে ?

1) এজন শাসক

2) যাতায়ত

3) চৰকাৰ

Ans: চৰকাৰ


৫। আইনৰ সহায়ত গোচৰ আদি মীমাংসা কৰি জনগণক ন্য়ায় দান কৰা আইনটো কি ?

1) আইন প্ৰণয়ন

2) আইন প্ৰয়োগ

3) আইন বিভাগ

Ans: আইন বিভাগ


৬। আইনৰ মতে শাসন চলোৱা শাখাটোক কি বোলে ?

1) কাৰ্যপালিকা

2) শিক্ষা

3) জনগণ

Ans: কাৰ্যপালিকা


৭। অভিজাততন্ত্ৰ কাক বোলে ?

1) এজনৰ শাসনক

2) জনগণৰ শাসনক

3) কেইজনমান নিৰ্বাচিত ব্য়ক্তিৰ শাসনক

Ans: কেইজনমান নিৰ্বাচিত ব্য়ক্তিৰ শাসনক


৮। আইন সভাত কিমানজন সদস্য় থাকে ?

1) ২ জন

2) ১২ জন

3) কেইবাজনৰো অধিক

Ans: কেইবাজনৰো অধিক


৯। কাৰ্যপালিকা কেই বিধ ?

1) ২ বিধ

2) ৪ বিধ

3) ৬ বিধ

Ans: ২ বিধ


১০। ৰজাই কৰা শাসনক কি বোলে ? 

1) অভিজাততন্ত্ৰৰ

2) ৰাজতন্ত্ৰ

3) গণতন্ত্ৰ

Ans: ৰাজতন্ত্ৰ


Type Susmita Kakati