গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ


১। কিমান চনত শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছিল ?

1) ২০০২ চনত

2) ২০০৫ চনত

3) ২০১০ চনত

Ans:  ২০১০ চনত

 

২। অধিকাৰ সীমাহীন 

1) হয়

2) নহয়

3) এটাও নহয়

Ans: নহয়


৩। কিমান বছৰৰ পৰা ভোট দিব পাৰে ?

1) ৬ বছৰ

2) ১৪ বছৰ

3) ১৮ বছৰ

Ans: ১৮ বছৰ


৪। শাসন প্ৰণালী কি ?

1) গণতন্ত্ৰ

2) ৰাজতন্ত্ৰ

3) অভিজাততন্ত্ৰ

Ans: গণতন্ত্ৰ


৫। ৰজাৰ শাসনক কি বোলে ?

1) গণতন্ত্ৰ

2) ৰাজতন্ত্ৰ

3) অভিজাততন্ত্ৰ

Ans: ৰাজতন্ত্ৰ


৬। দক্ষিণ আফ্ৰিকাত কিমান চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল ?

1) ১৫২৬ খ্ৰীঃত

2) ১৯৪৭ খ্ৰীঃত

3) ১৯৯৪ খ্ৰীঃত

Ans: ১৯৯৪ খ্ৰীঃত


৭। কিমান চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ?

1) ১৪৪৯ চনত

2) ১৮৪৭ চনত

3) ১৯৪৭ চনত

Ans: ১৯৪৭ চনত


৮। স্বাধীনতা সংগ্ৰামত গুৰি ধৰোতাজনৰ নাম কি ?

1) মহাত্মা গান্ধীৰ

2) জৱাহৰলাল নেহৰু

3) সৰোজিনী নাইডু

Ans: মহাত্মা গান্ধীৰ


৯। গণতন্ত্ৰৰ আন এটা নীতি নাম কি ?

1) শাসন

2) সমতা

3) অধিকাৰ

Ans: সমতা


১০। ভাৰতৰ সংবিধানে সকলো ভাৰতীয় নাগৰিকক কেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে ?

1) ৩ টা

2) ৫ টা

3) ৬ টা

Ans: ৬ টা


Type Susmita Kakati