কেন্দ্ৰীয় আৰু ৰাজ্য়িক চৰকাৰ


১। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?

1) ডঃ ৰাজেন্দ্ৰ প্ৰসাদ

2) জৱাহৰলাল নেহৰু

3) গোপীনাথ বৰদলৈ

Ans: ডঃ ৰাজেন্দ্ৰ প্ৰসাদ


২। ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন ?

1) ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণ

2) নেতাজী সুভাষ চন্দ্ৰ বসু

3) জৱাহৰলাল নেহৰু

Ans: জৱাহৰলাল নেহৰু


৩। ভাৰতবৰ্ষত কেই প্ৰকাৰৰ চৰকাৰ আছে ?

1) ২ প্ৰকাৰৰ

2) ৩ প্ৰকাৰৰ

3) ৫ প্ৰকাৰৰ

Ans: ৩ প্ৰকাৰৰ


৪। লোকসভাৰ আৰু বিধানসভাৰ কাৰ্যকাল কেইবছৰ ?

1) ৫ বছৰ

2) ১০ বছৰ

3) ১৫ বছৰ

Ans: ৫ বছৰ


৫। ৰাজভৱন, সংসদ আৰু উচ্চতম ন্য়ায়ালয় ক'ত আছে ?

1) যোৰহাট

2) দিল্লী

3) গুজৰাট

Ans: দিল্লী


৬। ৰাজ্য়সভাক কি বুলি কোৱা হয় ?

1) উচ্চ সদন

2) নিম্ন সদন

3) এটাও নহয়

Ans: উচ্চ সদন


৭। বৰ্তমান ভাৰতবৰ্ষত কিমান খন ৰাজ্য় আছে ?

1) ২৮ খন

2) ২৯ খন

3) ৩০ খন

Ans: ২৯ খন


৮। ৰাজ্য়পালক কোনে নিযুক্তি দিয়ে ?

1) ৰাষ্ট্ৰপতি

2) উপ-ৰাষ্ট্ৰপতি

3) প্ৰধান মন্ত্ৰী

Ans: ৰাষ্ট্ৰপতি


৯। ৰাজ্য়সভাৰ সদস্য়ৰ সংখ্য়া কিমান জন থাকে  ?

1) ২০০ জন

2) ২৫০ জন

3) ২৭৫ জন

Ans: ২৫০ জন


১০। ৰাজ্য়সভাত ২৫০ জন সদস্য়ৰ ভিতৰত কিমানজন সদস্য়ক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে ?

1) ৫ জন

2) ৭ জন

3) ১২ জন

Ans: ১২ জন


Type Susmita Kakati