স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা
১। গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান কেইটা ?
1) ২ টা
2) ৩ টা
3) ৪ টা
Ans: ৩ টা
২। কিমান চনত গুৱাহাটীত প্ৰথম পৌৰ নিগম গঠন কৰা হৈছিল ?
1) ১৯৫০ চনত
2) ১৯৫২ চনত
3) ১৯৭৪ চনত
Ans: ১৯৭৪ চনত
৩। স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ ?
1) ৩ বছৰ
2) ৫ বছৰ
3) ৬ বছৰ
Ans: ৫ বছৰ
৪। নিগমৰ সদস্য়সকলক কি বুলি কোৱা হয় ?
1) মেয়ৰ
2) পৌৰপতি
3) কাউন্সিল
Ans: কাউন্সিল
৫। গাঁও পঞ্চায়তৰ সদস্য় সংখ্য়া কিমান ?
1) ১০ জন
2) ১২ জন
3) ৩০ জন
Ans: ১০ জন
৬। গাওঁ পঞ্চায়তে কৰিব লগা কাম কি ?
1) হাট- বজাৰ
2) জনস্বাস্থ্য় শিক্ষা সম্প্ৰসাৰণ
3) জব কাৰ্ড
Ans: জব কাৰ্ড
৭। জিলাৰ এখনৰ সামগ্ৰীৰ উন্নয়নৰ দায়িত্ব কাৰ ?
1) জিলা পৰিষদ
2) আঞ্চলিক পঞ্চায়ত
3) গাঁও পঞ্চায়ত
Ans: জিলা পৰিষদ
৮। গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ ব্য়ৱস্থাটো কেই খলপীয়া ?
1) দুইখলপীয়া
2) তিনিখলপীয়া
3) চাৰিখলপীয়া
Ans: তিনিখলপীয়া
৯। প্ৰতিটো উন্নয়ন খণ্ডতে কি গঠন কৰা হয় ?
1) আঞ্চলিক পঞ্চায়ত
2) গাওঁ পঞ্চায়ত
3)জিলা পৰিষদ
Ans: আঞ্চলিক পঞ্চায়ত
১০। পৌৰসভাৰ সদস্য় সংখ্য়া কিমান জন থাকে ?
1) ১০ৰ পৰা ২০ৰ ভিতৰত
2) ১০ৰ পৰা ৩০ৰ ভিতৰত
3) ২০ৰ পৰা ৪০ৰ ভিতৰত
0 Comments