স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা


১। গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান কেইটা ?

1) ২ টা

2) ৩ টা

3) ৪ টা

Ans: ৩ টা


২। কিমান চনত গুৱাহাটীত প্ৰথম পৌৰ নিগম গঠন কৰা হৈছিল ?

1) ১৯৫০ চনত

2) ১৯৫২ চনত

3) ১৯৭৪ চনত

Ans: ১৯৭৪ চনত


৩। স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ ?

1) ৩ বছৰ

2) ৫ বছৰ

3) ৬ বছৰ

Ans: ৫ বছৰ


৪। নিগমৰ সদস্য়সকলক কি বুলি কোৱা হয় ?

1) মেয়ৰ

2) পৌৰপতি

3) কাউন্সিল

Ans: কাউন্সিল


৫। গাঁও পঞ্চায়তৰ সদস্য় সংখ্য়া কিমান ?

1) ১০ জন

2) ১২ জন

3) ৩০ জন

Ans: ১০ জন


৬। গাওঁ পঞ্চায়তে কৰিব লগা কাম কি ?

1) হাট- বজাৰ

2) জনস্বাস্থ্য় শিক্ষা সম্প্ৰসাৰণ

3) জব কাৰ্ড

Ans: জব কাৰ্ড


৭। জিলাৰ এখনৰ সামগ্ৰীৰ উন্নয়নৰ দায়িত্ব কাৰ ?

1) জিলা পৰিষদ

2) আঞ্চলিক পঞ্চায়ত

3) গাঁও পঞ্চায়ত

Ans: জিলা পৰিষদ


৮। গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ ব্য়ৱস্থাটো কেই খলপীয়া ?

1) দুইখলপীয়া

2) তিনিখলপীয়া

3) চাৰিখলপীয়া

Ans: তিনিখলপীয়া


৯। প্ৰতিটো উন্নয়ন খণ্ডতে কি গঠন কৰা হয় ?

1) আঞ্চলিক পঞ্চায়ত

2) গাওঁ পঞ্চায়ত

3)জিলা পৰিষদ

 Ans: আঞ্চলিক পঞ্চায়ত


১০। পৌৰসভাৰ সদস্য় সংখ্য়া কিমান জন থাকে ?

1) ১০ৰ পৰা ২০ৰ ভিতৰত

2) ১০ৰ পৰা ৩০ৰ ভিতৰত

3) ২০ৰ পৰা ৪০ৰ ভিতৰত

Ans: ১০ৰ পৰা ৩০ৰ ভিতৰত

Type Susmita Kakati