পৃথিৱীৰ গতি


১। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূৱলৈ গতি কৰে আৰু এই গতিক কি নামেৰে জনা যায়?

1) বাৰ্ষিক গতি

2) আৱৰ্তন গতি

3) আহ্নিক গতি

4) বিৱৰ্তন গতি

Ans: আহ্নিক গতি


২। পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা গতিক কি নামেৰে জনা যায়?

1) বিৱৰ্তন গতি

2) আহ্নিক গতি

3) বাৰ্ষিক গতি

4) এটাও নহয়

Ans: বাৰ্ষিক গতি


৩। পৃথিৱীয়ে নিজ অক্ষত এপাক মাৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয়?

1) ১ দিন

2) ২৪ ঘন্টা

3) ৩৬৫ দিন

4) ২৯ দিন

Ans: ৪ ঘন্টা


৪। ভূ-পৃষ্ঠৰ বস্তুবোৰ কাৰ সহায়ত দৃশ্য়মান হয়?

1) চন্দ্ৰৰ সহায়ত

2) সূৰ্যৰ সহায়ত

3) তৰাৰ সহায়ত

4) বায়ুমণ্ডলৰ সহায়ত

Ans: সূৰ্যৰ সহায়ত


৫। পৃথিৱীৰ কোনটো গতিৰ সহায়ত দিন-ৰাতি হয়?

1) বাৰ্ষিক গতিৰ

2) আহ্নিক গতিৰ

3) আৱৰ্তন গতিৰ

4) এটাও নহয়

Ans: আহ্নিক গতিৰ


৬। প্ৰতি চাৰি বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই ২৯ দিন গণণা কৰা সেই সেই বছৰতোক কি নামেৰে জনা যায়?

1) অধিবৰ্ষ

2) ভাগশেষ

3) আহ্নিক বৰ্ষ

4) মৌলিদ বৰ্ষ

Ans: অধিবৰ্ষ


৭। পৃথিৱীয়ে নিজ অক্ষত ঘূৰোঁতে কোন দিশৰ কোন দিশলৈ গতি কৰে?

1) উত্তৰ পৰা দক্ষিণলৈ

2) পশ্চিমৰ পৰা পূৱলৈ

3) দক্ষিণৰ পৰা পূৱলৈ

4) উত্তৰ পৰা পূৱলৈ

Ans: পশ্চিমৰ পৰা পূৱলৈ


৮। ২২ ডিচেম্বৰৰ দিনা দক্ষিণ গোলাৰ্ধত দিন আটাইকৈ চুটি আৰু ৰাতি আটাইতকৈ দীঘল হয়। সেই দিনটোক কি নামেৰে জনা যায়?

1) জলবিষুৱ

2) মকৰ সংক্ৰান্তি

3) কৰ্কট সংক্ৰান্তি

4) এটাও নহয়

Ans: মকৰ সংক্ৰান্তি


৯। উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ দিন দীঘল-চুটি হোৱাৰ মূল কাৰণ হ'ল -

1) পৃথিৱীৰ বাৰ্ষিক গতি

2) পৃথিৱীৰ আহ্নিক গতি

3) বিষুৱ ৰেখা

4) এটাও নহয়

Ans: পৃথিৱীৰ আহ্নিক গতি


১০। কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কমে?

1) ৩ জানুৱাৰী

2) ২২ ডিচেম্বৰ

3) ২৩ ছেপ্টেম্বৰ

4) এটাও নহয়

Ans: ২৩ ছেপ্টেম্বৰ


Type Susmita Kakati