পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ


১। পৃথিৱীৰ প্ৰধান মণ্ডলকেইটা?

1) ২ টা

2) ৪ টা

3) ৩ টা

4) এটাও নহয়

Ans: ৩ টা


২। পৃথিৱীৰ শিল, মাটি, বোকাৰে গঠিত কঠিন অংশটোক কি নামেৰে জনা যায়?

1) জলমণ্ডল

2) স্থলমণ্ডল

3) বায়ুমণ্ডল

4) এটাও নহয়

Ans: স্থলমণ্ডল


৩। সাগৰৰ পৃষ্ঠৰ পৰা মাউন্ট এভাৰেষ্টৰ পৰা উচ্চতা কিমান?

1) ৩,৬৭৮ মিঃ

2) ৮,৮৪৮ মিঃ

3) ৭,৮৪৫ মিঃ

4) ৫,২৬৭ মিঃ

Ans: ৮,৮৪৮ মিঃ


৪। জীৱমণ্ডলক কেইটা বহল ভাগত ভাগ কৰা হৈছে ?

1) 2 টা

2) ৩ টা

3) ৫ টা

4) এটাও নহয়

Ans: 2 টা


৫। পৃথিৱীৰ মহাদেশ কেইখন আছে?

1) ৩ খন

2) ৫ খন

3) ৭ খন

4) ৬ খন

Ans: ৭ খন


৬। তৃতীয় বৃহৎ মহাদেশ খনৰ নাম কি?

1) উত্তৰ আমেৰিকা

2) এছিয়া

3) ইউৰোপ

4) আফ্ৰিকা

Ans: উত্তৰ আমেৰিকা


৭। প্ৰথম বৃহৎ মহাদেশখনমৰ নাম কি?

1) দক্ষিণ আমেৰিকা

2) ইউৰোপ

3) ওছেনিয়া

4) এছিয়া

Ans: এছিয়া


৮। আটাইতকৈ ডাঙৰ সাগৰখনৰ নাম কি?

1) আৰৱ সাগৰ

2) প্ৰশান্ত মহাসাগৰ

3) বংগোপ সাগৰ

4) এটাও নহয়

Ans: প্ৰশান্ত মহাসাগৰ


৯। বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছবিধৰ নাম কি?

1) অক্সিজেন

2) কাৰ্ব-ডাই-অক্সাইড

3) হিলিয়াম

4) নাইট্ৰ'জেন

Ans: নাইট্ৰ'জেন

১০। পৃথিৱীত কিমান শতাংশ জলমণ্ডলেৰে আৱৰি আছে?

1) ২৯ শতাংশ

2) ৪৫ শতাংশ

3) ৭১ শতাংশ

4) ৯৯ শতাংশ

Ans: ৭১ শতাংশ

Type Susmita Kakati