পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ


১। পৃথিৱীৰ উপৰিভাগবোৰ কিহেৰে গঠিত?

1) মাটিৰে

2) পানীৰে

3) ফলকেৰে

4) এটাও নহয়

Ans: ফলকেৰে


২। উৎপত্তি অনুসৰি পৰ্বতবোৰ কেইটা ভাগত ভাগ কৰিব পাৰি।

1) ২ টা

2) ৪ টা

3) ৬ টা

4) ৭ টা

Ans: ৪ টা


৩। পৰ্বতীয়া অঞ্চলতকৈ সমতল অঞ্চলত জনবসতি কেনেকুৱা।

1) কম

2) ঘন

3) অতি কম

4) সকলোতকৈ বেছি

Ans: ঘন


৪। উত্তৰ ভাৰতৰ শীতকালি প্ৰচণ্ড শীতল বতাহৰ প্ৰভাৱৰপৰা কিহে ৰক্ষা কৰিছে।

1) হিমালয় পৰ্বত থকাৰ বাবে

2) সমভূমি হোৱাৰ বাবে

3) জনবসতি বেছি হোৱা কাৰণে

4) এটাও নহয়

Ans: হিমালয় পৰ্বত থকাৰ বাবে


৫। হিমালয় পৰ্বত সৃষ্টিহোৱাৰ আগতে কি সাগৰ আছিল।

1) ভংগিল পৰ্বত

2) সঞ্চয়জাত পৰ্বত

3) স্তুপ পৰ্বত

4) এটাও নহয়

Ans: সঞ্চয়জাত পৰ্বত


Type Susmita Kakati