অসমৰ জলবায়ু, উদ্ভিদ, বন্য়প্ৰাণী আৰু কৃষি


১। জলবায়ু কিমান বছৰৰ গড় অৱস্থাঃ-

1) ৪০ বছৰ

2) ২২ বছৰ

3) ৩০ বছৰ

4) ৩৬৫ দিন

Ans: ৩০ বছৰ


২। অসমৰ জলবায়ুক কেইটা ভাগত ভাগ কৰিব পাৰি?

1) ৪ টা

2) ৫ টা

3) ৩ টা

4) ৬ টা

Ans: ৬ টা


৩। ফাকুৱা কোন ঋতুত বা কালত হয়?

1) শৰৎ কালত

2) বসন্ত কালত

3) হেমন্ত কালত

4) এটাও নহয়

Ans: বসন্ত কালত


৪। দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু দীপাৱলী কোনটো ঋতুৰ প্ৰধান উৎসৱ?

1) শৰৎ কালৰ

2) বসন্ত কালৰ

3) হেমন্ত কালৰ

4) শীত কালৰ

Ans: শৰৎ কালৰ


৫। মাঘ আৰু ফাগুনৰ সময়ছোৱাক কি কাল বুলি বুলিব পাৰি?

1) গ্ৰীষ্ম  কাল

2) শীত কাল

3) বৰ্ষা কাল

4) এটাও নহয়

Ans:  শীত কাল


৬। পশ্চিমীয়া দেশত জলবায়ুৰ বৈশিষ্ট্য়ৰ আধাৰত বছৰটোক কেইটা প্ৰধান ঋতুত ভাগ কৰা হৈছে?

1) ৬ টা

2) ৪ টা

3) ৮ টা

4) এটাও নহয়

Ans: ৪ টা


৭। প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক কেইটা ভাগত ভগোৱা হৈছে?

1) ৫ টা

2) ৩ টা

3) ৬ টা

4) এটাও নহয়

Ans: ৩ টা


৮। অসমত ৰাষ্টীয় উদ্যান কেইখন আছে?

1) ৫ খন

2) ৭ খন

3) ২ খন

4) এটাও নহয়

Ans: ৭ খন


৯। অসমত কেইখন বন্যপ্ৰাণী অভয়াৰণ্য আছে?

1) ১০ খন

2) ৫ খন

3) ১২ খন

4) ১৭ খন

Ans: ১৭ খন


১০। দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱৰ ফলত অসমত কি প্ৰচুৰ পৰিমাণে হয়?

1) বৰষুণ

2) ৰ'দ

3) বতাহ

4) এটাও নহয়

Ans: বৰষুণ


Type Susmita Kakati