প্ৰাচীন নগৰীয়া সভ্য়তা


 ১। মহেনঞ্জোদাৰো আৰু পাঞ্জাবৰ মন্টেগমাৰী জিলা হৰপ্পা বৰ্তমান কোন দেশত অৱস্থিত?

1) ভাৰত

2) চীন

3) বাংলাদেশ

4) পাকিস্তান

Ans: পাকিস্তান

 

২। সিন্ধু সভ্য়তা কোন নদীৰ পাৰত গঢ়ি উঠিছিল?

1) বহ্মপুত্ৰ

2) বৰাক

3) গংগা

4) সিন্ধু

Ans: সিন্ধু


৩। সিন্ধু সভ্য়তাক আন কি নামেৰে জনা যায় ?

1) সমসাময়িক সভ্য়তা

2) হৰপ্পা সভ্য়তা

3) প্ৰাচীন সভ্য়তা

4) মিছৰীয়া সভ্য়তা

Ans: হৰপ্পা সভ্য়তা


৪। হৰপ্পা সভ্য়তা কিমান খ্ৰীঃ পূঃ ত গঢ়ি উঠিছিল?

1) খ্ৰীঃপূঃ ৩০০০ৰ পৰা খ্ৰীঃপূঃ ১৫০০

2) খ্ৰীঃপূঃ ২০০০ৰ পৰা খ্ৰীঃপূঃ ৪০০০

3) খ্ৰীঃপূঃ ১০০০ৰ পৰা খ্ৰীঃপূঃ ২০০০

4) এটাও নহয়

Ans: খ্ৰীঃপূঃ ৩০০০ৰ পৰা খ্ৰীঃপূঃ ১৫০০


৫। নীল নদীৰ পাৰত গঢ়ি উঠা সভ্য়তাটোৰ নাম কি?

1) মিছৰীয়া সভ্য়তা

2) বেবিলনীয় সভ্য়তা

3) চীনা সভ্য়তা

4) এটাও নহয়

Ans: মিছৰীয়া সভ্য়তা


৬। নদীৰ পাৰৰ মাটি কিহৰ বাবে উপযোগী?

1) মাছ ধৰাৰ বাবে

2) বসবাস কৰিব বাবে

3) যাতায়তৰ বাবে

4) এটাও নহয়

Ans: এটাও নহয়


৭। মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্য়তা গৃহ সমূহ কিহেৰে নিৰ্মাণ কৰিছিল?

1) ইটাৰে

2) কাঠেৰে

3) বাঁহেৰে

4) পোৰা ইটাৰে

Ans: পোৰা ইটাৰে


৮। মহেঞ্জোদাৰোত থকা আটাইতকৈ ডাঙৰ শস্য়ৰ ভঁৰালটোৰ আয়তন কিমান?

1) ৪৬ মিটাৰ দীঘল আৰু ১৫ মিটাৰ বহল

2) ২৫ মিটাৰ দীঘল আৰু ৭ মিটাৰ বহল

3) ৭৫ মিটাৰ দীঘল আৰু ২০ মিটাৰ বহল

4) এটাও নহয়

Ans: ৪৬ মিটাৰ দীঘল আৰু ১৫ মিটাৰ বহল


৯। প্ৰাচীন নগৰীয়া সভ্য়তা ঘাইকৈ ক'ত গঢ় লৈ উঠিছিল?

1) পাহাৰত

2) অৰণ্য়ত

3) সাগৰৰ পাৰত

4) নদীৰ পাৰত

Ans: নদীৰ পাৰত


১০। সিন্ধু সভ্য়তা কিহৰ বাবে পতন হৈছিল?

1) সিন্ধু নদীত হোৱা বানৰ ফলত

2) মহামাৰি ফলত

3) চিপাহী বিদ্ৰহোৰ ফলত

4) এটাও নহয়

Ans: সিন্ধু নদীত হোৱা বানৰ ফলত


Type Susmita Kakati