বৈদিক সভ্য়তা


১। বৈদিক সভ্য়তা কোনে গঢ় দিছিল?

1) গুপ্ত সকলে

2) মৰান সকলে

3) আৰ্যসকলে

4) এটাও নহয়

Ans: আৰ্যসকলে


২। আৰ্য শব্দৰ অৰ্থ কি?

1) মহান

2) যেষ্ঠ

3) শ্ৰেষ্ঠ

4) এটাও নহয়

Ans: শ্ৰেষ্ঠ


৩। পাৰ্চী, লেটিন, গ্ৰীক আৰু ভাৰতীয় সংস্কৃতি ভাষাৰ সৃষ্টি কালক্ৰমত এই ভাষাবোৰ কি ভাষা বুলি পৰিচিত হৈছিল?

1) বৰ্জাৱলী

2) ইংৰাজী

3) অসমীয়া

4) ইণ্ডো-ইউৰোপীয়

Ans: ইণ্ডো-ইউৰোপীয়


৪। সাতখন নদীৰ সমষ্টিক কি বোলে?

1) সপ্তসিন্ধু

2) সাতনদী

3) সপ্তমনদী

4) এটাও নহয়

Ans: সপ্তসিন্ধু


৫। বেদ শব্দৰ অৰ্থ কি?

1) মতামত

2) জ্ঞান

3) বুদ্ধি

4) মহান

Ans: জ্ঞান


৬। হিন্দু ধৰ্মৰ বেদ কেইখন?

1) ২ খন

2) ৪ খন

3) ৫ খন

4) ৬ খন

Ans: ৪ খন


৭। বৈদিক যুগত গাঁৱৰ মুখিয়াল জনক কি বুলি কোৱা হৈছিল?

1) মুখিয়াল

2) গাঁও বুঢ়া

3) গ্ৰামণী

4) এটাও নহয়

Ans: গ্ৰামণী


৮। আৰ্যসকলৰ পৰিয়ালৰ মুৰব্বীজনক কি বুলি জনা যায়?

1) কুলাপা

2) গ্ৰামণী

3) বিশপতি

4) মুৰব্বী

Ans: কুলাপা

 

৯। আটাইটকৈ পুৰণি বেদখনৰ নাম কি ?

1) ঋকবেদ

2) সামবেদ

3) যৰ্জুবেদ

4) অৰ্থববেদ

Ans: ঋকবেদ


১০। বৈদিক যুগক কেইটাভাগত ভাগ কৰা হৈছে?

1) ৩ টা

2) ৫টা

3) ২ টা

4) ১২ টা

Ans: ২ টা

Type Susmita Kakati