নতুন ভাবধাৰৰ উদ্ভৱ


১। বৌদ্ধ আৰু জৈন ধৰ্ম কেতিয়া আৱিৰ্ভাৱ হৈছিল?

1) খ্ৰীঃপূঃ ষষ্ঠ শতিকাত

2) খ্ৰীঃপূঃ পঞ্চম শতিকাত

3) খ্ৰীঃপূঃ সপ্তম শতিকাত

4) এটাও নহয়

Ans: খ্ৰীঃপূঃ ষষ্ঠ শতিকাত


২। বৌদ্ধ ধৰ্ম প্ৰৱৰ্তক কোন?

1) শংকৰদেৱ

2) মাধৱদেৱ

3) গৌতম বুদ্ধ

4) মহাবীৰ

Ans: গৌতম বুদ্ধ


৩। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

1) মহাবীৰ

2) গৌতম বুদ্ধ

3) মহাত্মা গান্ধী

4) এটাও নহয়

Ans: মহাবীৰ


৪। জৈন সাহিত্য়ত কেইজন ধৰ্মগুৰুৰ নাম পোৱা যায় ?

1) ১২ জন

2) ২৩ জন

3) ২৪ জন

4) ৩০ জন

Ans: ২৪ জন


৫। মহাবীৰ প্ৰকৃত নামটো কি আছিল?

1) ঋষভ

2) বৰ্দ্ধমান

3) পাৰ্শ্বনাথ

4) এটাও নহয়

Ans: বৰ্দ্ধমান


৬। বৰ্দ্ধমানে কিমান বছৰৰ বয়সত সংসাৰ ত্য়াগ কৰিছিল?

1) ১২ বছৰ

2) ১৫ বছৰ

3) ৩০ বছৰ

4) ১৮ বছৰ

Ans: ৩০ বছৰ


৭। জৈন ধৰ্মৰ মূলত কেইটা নীতি আছেঃ-

1) ৩ টা

2) ৫ টা

3) ৭ টা

4) ২৪৫ টা

Ans: ৫ টা


৮। বৰ্দ্ধমানে কিমান বছৰ কঠোৰ তপস্য়া কৰিছিল?

1) ১২ বছৰ

2) ১৫ বছৰ

3) ৯ বছৰ

4) এটাও নহয়

Ans: ১২ বছৰ


৯। মানুহে কু-কৰ্মৰ পৰা ৰক্ষা কৰিবলৈ কেইটা নীতিৰ মানি চলিব লাগে ? 

1) ২ টা

2) ৩ টা

3) ৪ টা

4) ৫ টা

Ans: ৩ টা


১০। কেইটা নীতিৰ আধাৰ কৰি জৈন ধৰ্মমত গঢ় লৈ উঠিছিল ?

1) ৫ টা

2) ৭ টা

3) ৮ টা

4) এটাও নহয়

Ans: ৫ টা


Type Susmita Kakati