মৌৰ্য সাম্ৰাজ্য়ঃ মহামতি অশোক আৰু কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ


১। মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

1) চন্দ্ৰগুপ্ত মৌৰ্য

2) অশোক

3) কৌটিল্য়

4) এটাও নহয়

Ans: চন্দ্ৰগুপ্ত মৌৰ্য


২। মৌৰ্য সাম্ৰাজ্য়ৰ ৰাজধানী নাম কি আছিল?

1) দিল্লী

2) এলেহাবাদ

3) দিছপুৰ

4) পাটলিপুত্ৰ

Ans: পাটলিপুত্ৰ


৩। চন্দ্ৰগুপ্তৰ মৃত্য়ুৰ পাছত কোন মৌৰ্য সম্ৰাট হয়?

1) চক্ৰধজ সিংহ

2) বিন্দুসাৰ

3) কৌটিল্য়

4) এটাও নহয়

Ans: বিন্দুসাৰ


৪। চন্দ্ৰগুপ্তই কিমান চনৰ পৰা কিমান চনলৈ শাসন চলাইছিল

1) খিঃপূঃ ৩০০ৰ পৰা খিঃপূঃ ৩২৪ৰ লৈ

2) খিঃপূঃ ৪০০ৰ পৰা খিঃপূঃ ৪২০ৰ লৈ

3) খিঃপূঃ ২১৩ৰ পৰা খিঃপূঃ ২৬৭ৰ লৈ

4) এটাও নহয়

Ans: খিঃপূঃ ৩০০ৰ পৰা খিঃপূঃ ৩২৪ৰ লৈ


৫। কলিংগ ৰাজ্য় ভাৰতৰ কোন উপকূলত অৱস্থিত?

1) দক্ষিণ ভাৰতৰ পূৱ উপকূলত

2) উত্তৰ ভাৰতৰ পূৱ উপকূলত

3) দক্ষিণ ভাৰতৰ পশ্চিম উপকূলত

4) এটাও নহয়

Ans: দক্ষিণ ভাৰতৰ পূৱ উপকূলত


৬। অশোকে কোনজন সন্ন্য়াসী ওচৰত দীক্ষা লয় আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে?

1) বিন্দুসাৰ

2) উপগুপ্ত

3) চন্দ্ৰগুপ্ত

Ans: উপগুপ্ত


৭। অশোকে সন্ন্য়াক্ষী জীৱন-জাপন কৰা বাবে তেওঁক কি নামেৰে জনা যায়?

1) ৰাজৰ্ষি অশোক

2) চন্দ্ৰ গুপ্ত

3) কৌটিল্য়

4) এটাও নহয়

Ans: ৰাজৰ্ষি অশোক


৮। অশোকৰ জন্মৰ ক'ত হৈছিল?

1) অসমত

2) দিল্লীত

3) পঞ্জাবৰ তক্ষশীলাত

4) জয়পুৰত

Ans: পঞ্জাবৰ তক্ষশীলাত


৯। বিন্দুসাৰ পৰৱৰ্তী ৰজাজনৰ নাম কি ? 

1) অশোক

2) উপগুপ্ত

3) মহীৰংগ

4) ঘটকাসুৰ

Ans: অশোক


১০। চন্দ্ৰগুপ্তই আলেকজেন্দাৰক ক'ত লগ পাইছিল?

1) অসমত

2) পঞ্জাবত

3) বিহাৰত

4) তক্ষশীলাত

Ans: তক্ষশীলাত


Type Susmita Kakati