উন্নত জীৱনশৈলীৰ প্ৰয়োজনসমূহ (ব্য়ক্তিগত আৰু সামাজীক প্ৰয়োজন)


১। মানুহৰ প্ৰয়োজনসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

1) দুটা

2) তিনিটা

3) ছয় টা

Ans: দুটা


২। মানুহে নিজৰ আৰু পৰিয়ালৰ ব্য়ক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন বোধ কৰে সেইবোৰেই হ'লঃ

1) সামাজিক প্ৰয়োজন

2) ব্য়ক্তিগত প্ৰয়োজন

3) মৌলিক প্ৰয়োজন

Ans: ব্য়ক্তিগত প্ৰয়োজন


৩। এখন সমাজত সুস্থ-সবল আৰু শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্য়ৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰকেঃ

1) মৌলিক প্ৰয়োজন

2) ব্য়ক্তিগত প্ৰয়োজন

3) সামাজিক প্ৰয়োজন

Ans: সামাজিক প্ৰয়োজন


৪। শিক্ষা লাভ কৰিবলৈ কি প্ৰয়োজন ?

1) বিদ্য়ালয়

2) মন্দিৰ

3) গিৰ্জা

Ans: বিদ্য়ালয়


৫। আদিম যুগৰ মানুহে কি খাদ্য় খাইছিল ?

1) ভাত

2) কেঁচা মাংখ

3) ৰুটি

Ans: কেঁচা মাংখ


Type Susmita Kakati