আমাৰ ভাৰতবৰ্ষ


১। উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ উত্তৰ সীমাৰ পৰা কন্য়কুমাৰীলৈকে ভাৰতবৰ্ষৰ দৈৰ্ঘ কিমান?

1) ১২০ কি. মি.

2) ৩২২৫ কি. মি.

3) ২৯৩৫ কি. মি.

4) এটাও নহয়

Ans: ৩২২৫ কি. মি.


২। দ্বীপৰাষ্ট্ৰ বুলি কোনখন দেশক জনা যায়?

1) নেপাল

2) ভূটান

3) শ্ৰীলংকা

4) বাংলাদেশ

Ans: শ্ৰীলংকা


৩। ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত?

1) দক্ষিণ

2) পশ্চিম

3) পূৱ

4) উত্তৰ

Ans: উত্তৰ


৪। ভাৰবৰ্ষৰ মাজভাগেদিয়েই পাৰ হৈ যোৱা ৰেখা ডালৰ নাম কি?

1) মকৰক্ৰান্তি ৰেখা

2) কৰ্কটক্ৰান্তি ৰেখা

3) বিষুৱ ৰেখা

4) এটাও নহয়

Ans: কৰ্কটক্ৰান্তি ৰেখা


৫। ভাৰতবৰ্ষৰ ভূভাগক কেইটা ভূ-প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে?

1) ৩ টা

2) ৫ টা

3) ৭ টা

4) এটাও নহয়

Ans: ৫ টা


৬। দক্ষিণাত্য়ৰ ক'লা মাটিৰ অঞ্চল কি খেতিৰ বাবে উপযোগী?

1) চাহ খেতি

2) কপাহ খেতি

3) ধান খেতি

4) মৰাপাত খেতি

Ans: কপাহ খেতি


৭। ভাৰতৰ মাটিকালি কিমান?

1) ৩৩৮৭২৬৩

2) ৪৫৬২৭৬৮

3) ২৫৪৫২৪৭

4) এটাও নহয়

Ans: ৩৩৮৭২৬৩


৮। পৃথিৱীৰ জনবহুল দেশৰ ভিতৰত ভাৰতবৰ্ষ কিমান নম্বৰ স্থানৰ ভিৰতৰ আছেঃ-

1) ৫ নম্বৰ

2) ২ নম্বৰ

3) ৭ নম্বৰ

4) ১২ নম্বৰ

Ans: ২ নম্বৰ


৯। ৰাজপুতনা সমতল এলেকাই ভাৰতৰ কিমান শতাংশ ভূমি জুৰি আছে?

1) ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ

2) ৮৫ হাজাৰ বৰ্গ কিলোমিটাৰ

3) ৯৪ হাজাৰ বৰ্গ কিলোমিটাৰ

4) এটাও নহয়

Ans: ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ

 

১০। ভাৰতৰ অধিকাংশ অঞ্চল কোনটো জলবায়ু অঞ্চলত অৱস্থিত?

1) বিযুৱীয় জলবায়ু

2) মৌচুমি জলবায়ু

3) ক্ৰান্তিয় জলবায়ু

4) এটাও নহয়

Ans: ক্ৰান্তিয় জলবায়ু


Type Susmita Kakati