আমাৰ ভাৰতবৰ্ষ
১। উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ উত্তৰ সীমাৰ পৰা কন্য়কুমাৰীলৈকে ভাৰতবৰ্ষৰ দৈৰ্ঘ কিমান?
1) ১২০ কি. মি.
2) ৩২২৫ কি. মি.
3) ২৯৩৫ কি. মি.
4) এটাও নহয়
Ans: ৩২২৫ কি. মি.
২। দ্বীপৰাষ্ট্ৰ বুলি কোনখন দেশক জনা যায়?
1) নেপাল
2) ভূটান
3) শ্ৰীলংকা
4) বাংলাদেশ
Ans: শ্ৰীলংকা
৩। ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত?
1) দক্ষিণ
2) পশ্চিম
3) পূৱ
4) উত্তৰ
Ans: উত্তৰ
৪। ভাৰবৰ্ষৰ মাজভাগেদিয়েই পাৰ হৈ যোৱা ৰেখা ডালৰ নাম কি?
1) মকৰক্ৰান্তি ৰেখা
2) কৰ্কটক্ৰান্তি ৰেখা
3) বিষুৱ ৰেখা
4) এটাও নহয়
Ans: কৰ্কটক্ৰান্তি ৰেখা
৫। ভাৰতবৰ্ষৰ ভূভাগক কেইটা ভূ-প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে?
1) ৩ টা
2) ৫ টা
3) ৭ টা
4) এটাও নহয়
Ans: ৫ টা
৬। দক্ষিণাত্য়ৰ ক'লা মাটিৰ অঞ্চল কি খেতিৰ বাবে উপযোগী?
1) চাহ খেতি
2) কপাহ খেতি
3) ধান খেতি
4) মৰাপাত খেতি
Ans: কপাহ খেতি
৭। ভাৰতৰ মাটিকালি কিমান?
1) ৩৩৮৭২৬৩
2) ৪৫৬২৭৬৮
3) ২৫৪৫২৪৭
4) এটাও নহয়
Ans: ৩৩৮৭২৬৩
৮। পৃথিৱীৰ জনবহুল দেশৰ ভিতৰত ভাৰতবৰ্ষ কিমান নম্বৰ স্থানৰ ভিৰতৰ আছেঃ-
1) ৫ নম্বৰ
2) ২ নম্বৰ
3) ৭ নম্বৰ
4) ১২ নম্বৰ
Ans: ২ নম্বৰ
৯। ৰাজপুতনা সমতল এলেকাই ভাৰতৰ কিমান শতাংশ ভূমি জুৰি আছে?
1) ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ
2) ৮৫ হাজাৰ বৰ্গ কিলোমিটাৰ
3) ৯৪ হাজাৰ বৰ্গ কিলোমিটাৰ
4) এটাও নহয়
Ans: ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ
১০। ভাৰতৰ অধিকাংশ অঞ্চল কোনটো জলবায়ু অঞ্চলত অৱস্থিত?
1) বিযুৱীয় জলবায়ু
2) মৌচুমি জলবায়ু
3) ক্ৰান্তিয় জলবায়ু
4) এটাও নহয়
Ans: ক্ৰান্তিয় জলবায়ু
Type Susmita Kakati
0 Comments