ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা


১। চুকাফাই অসমত কিমান খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল?

1) ১২১৫ খ্ৰীষ্টাব্দত

2) ১২২৮ খ্ৰীষ্টাব্দত

3) ১৫২৬ খ্ৰীষ্টাব্দত

4) এটাও নহয়

Ans: ১২২৮ খ্ৰীষ্টাব্দত


২। অনুমানত ইতিহাস কেতিয়াও ......... কৰিব নোৱাৰি

1) ৰচনা

2) বনাব

3) গঠিত

4) এটাও নহয়

Ans: ৰচনা


৩। শিলৰ ওপৰত খেদিত কথাবিলাকক কি বুলি জনা যায়?

1) স্তম্ভলিপি

2) শিলালিপি

3) তামৰ লিপি

4) এটাও নহয়

Ans: শিলালিপি


৪। বৰ্মন বংশৰ এজন ৰজাৰ নাম উল্লেখ কৰা

1) ভাস্কৰ বৰ্মন

2) আকবৰ

3) বিৰবল

4) এটাও নহয়

Ans: ভাস্কৰ বৰ্মন


৫। ডাঙৰ ডাঙৰ শিলৰ গুহাবিলাকতো কিছুমান কথা লিখি থই গৈছে, সেইবোৰক কি বুলে?

1) তাম্ৰলিপি

2) শিলালিপি

3) স্তম্ভলিপি

4) গুহালিপি

Ans: গুহালিপি

Type Susmita Kakati