ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা
১। চুকাফাই অসমত কিমান খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল?
1) ১২১৫ খ্ৰীষ্টাব্দত
2) ১২২৮ খ্ৰীষ্টাব্দত
3) ১৫২৬ খ্ৰীষ্টাব্দত
4) এটাও নহয়
Ans: ১২২৮ খ্ৰীষ্টাব্দত
২। অনুমানত ইতিহাস কেতিয়াও ......... কৰিব নোৱাৰি
1) ৰচনা
2) বনাব
3) গঠিত
4) এটাও নহয়
Ans: ৰচনা
৩। শিলৰ ওপৰত খেদিত কথাবিলাকক কি বুলি জনা যায়?
1) স্তম্ভলিপি
2) শিলালিপি
3) তামৰ লিপি
4) এটাও নহয়
Ans: শিলালিপি
৪। বৰ্মন বংশৰ এজন ৰজাৰ নাম উল্লেখ কৰা
1) ভাস্কৰ বৰ্মন
2) আকবৰ
3) বিৰবল
4) এটাও নহয়
Ans: ভাস্কৰ বৰ্মন
৫। ডাঙৰ ডাঙৰ শিলৰ গুহাবিলাকতো কিছুমান কথা লিখি থই গৈছে, সেইবোৰক কি বুলে?
1) তাম্ৰলিপি
2) শিলালিপি
3) স্তম্ভলিপি
4) গুহালিপি
Ans: গুহালিপি
Type Susmita Kakati
0 Comments