ভূগোলৰ অধ্য়য়ন-আহিলা


১। মাপনি বা স্কেলক কেইটাভাগত ভাগ কৰিব পাৰি?

1) ৩ টা

2) ১ টা

3) ২ টা

4) ৬ টা

Ans: ২ টা


২। সৰু মাপনী কেনেকুৱা মানচিত্ৰত ব্যৱহাৰ হয়?

1) ডাঙৰ চিত্ৰত

2) মধ্য়মিয়া চিত্ৰত

3) সৰু চিত্ৰত

4) এটাও নহয়

Ans: সৰু চিত্ৰত


৩। মানচিত্ৰত বিভিন্ন ভৌগোলিক তথ্য় দেখুৱাবলৈ ব্য়ৱহাৰ কৰা বিশেষ চিহ্নবোৰক কি বোলে?

1) মানচিত্ৰ

2) সাংকেতিক চিহ্ন

3) মাপনি

4) এটাও নহয়

Ans: সাংকেতিক চিহ্ন


৪। নদী বা জলভাগ দেখুৱাবলৈ মানচিত্ৰ কি ৰং ব্য়ৱহাৰ কৰা হয়।

1) ৰঙা

2) নীলা

3) হালধীয়া

4) সেউজীয়া

Ans: নীলা


৫। তলৰ কোনটো মাপনিত প্ৰয়োজন নাই?

1) মানচিত্ৰত

2) নক্সাত

3) আৰ্হিচিত্ৰত

Ans: আৰ্হিচিত্ৰত


৬। মানচিত্ৰ কোনটো দিশ সদায় ওপৰ ফালে থাকে।

1) দক্ষিণ

2) পূৱ

3) উত্তৰ

4) পশ্চিম

Ans: উত্তৰ


৭। মানচিত্ৰত ডাঙৰ মাপনী ব্য়ৱহাৰ কৰি অংকন কৰা সৰু ঠাই খন হ'লঃ-

1) নক্সা বা প্লেন

2) আৰ্হিচিত্ৰ

3) মানচিত্ৰ

4) সাংকেতি চিহ্ন

Ans: নক্সা বা প্লেন


৮। যাতায়াত দেখুওৱা মানচিত্ৰ কোনবিধৰ?

1) ৰাজনৈতিক

2) বিষয়ভিত্তিক

3) প্ৰাকৃতিক

4) এটাও নহয়

Ans: বিষয়ভিত্তিক


৯। বহুতো মানচিত্ৰ সমষ্টিক কি বুলি জনা যায়?

1) মানচিত্ৰ

2) আৰ্হিচিত্ৰ

3) ভূচিত্ৰাৱলী

4) সাংকেতিক চিহ্ন

Ans: ভূচিত্ৰাৱলী


১০। আৰ্হিচিত্ৰত কোনটো জোখ ব্য়ৱহাৰ কৰা নহয়?

1) মাপনী

2) সাংকেতিক চিহ্ন

3) ভূ-চিত্ৰাৱলী

4) এটাও নহয়

Ans: মাপনী

Type Susmita Kakati