তৰুণৰাম ফুকন


1. তৰুণৰাম ফুকনৰ পিতৃৰ নাম কি ?

1) বলৰাম ফুকন

2) চন্দ্ৰধৰ বৰুৱা

3) দুৰ্গাধৰ বৰুৱা

Ans: বলৰাম ফুকন


2. তৰুণৰাম ফুকনৰ মাতৃৰ নাম কি?

1) ভাগীৰথী দেৱী

2) নিৰলাদেৱী

3) প্ৰোমাৱতী দেৱী

Ans: ভাগীৰথী দেৱী


3. কিমান চনত গুৱাহাটীত তৰুণৰাম পিতৃ-মাতৃৰ সপ্তম সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল?

1) ১৯৮৮

2) ১৮৫৬

3) ১৮৭৭

Ans: ১৮৭৭


4. ঐতিহ্য়পূৰ্ণ পৰম্পৰাৰ উত্তৰাধিকাৰী কোন আছিল?

1) মহাত্মা গান্ধী

2) তৰুণৰাম ফুকন

3) আনন্দৰাম বৰুৱা

Ans: তৰুণৰাম ফুকন


5. তৰুণৰাম ফুকনৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ ক'ত হৈছিল?

1) মৰিগাঁওত

2) গুৱাহাটী চেমিনাৰীত

3) যোৰহাটত

Ans: গুৱাহাটী চেমিনাৰীত


6. বিদ্য়ালয় খনে কিমান চনৰ পৰা কটন কলেচিয়েট হাইস্কুল নামেৰে পৰিচিত হয়?

1) ১৯০১

2) ১৯৭৬

3) ১৭৩৯

Ans: ১৯০১


7. কিমান চনত বিদ্য়ালয়ৰ পৰাই তেওঁ তৃতীয় বিভাগত এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

1) ১৮৫৬

2) ১৮৫৩

3) ১৮৯৬

Ans: ১৮৯৬


8. কিমান চনৰ কিমান তাৰিখে বিলাতলৈ বেৰিষ্টাৰ পঢ়াৰ উদ্দেশ্য় যাত্ৰা কৰিছিল?

1) ১৮৬৫ চনৰ ১৫ আগষ্ট

2) ১৯০১ চনৰ ১৯ নৱেম্বৰ

3) ১৮৯১ চনৰ ২০ মাৰ্চ

Ans: ১৯০১ চনৰ ১৯ নৱেম্বৰ


9. কিমান চনত স্তুতি-মালা নামৰ কবিতা পুথিখন প্ৰকাশ পাইছিল?

1) ১৯৮৭

2) ১৮৩৪

3) ১৯২৬

Ans: ১৯২৬


10. স্তুতি-মালা কবিতাপুিথিখন মূলতঃ কি?

1) জ্ঞানমূলীয়

2) শিক্ষামূলীয়

3) ভক্তিমূলীয়

Ans: ভক্তিমূলীয়


11. কিমান চনত তৰুণৰামে স্বদেশলৈ প্ৰত্য়াৱৰ্তন কৰিছিল?

1) ১৯৫০

2) ১৯০৫

3) ওপৰৰ দুইটা হয়

Ans: ১৯০৫


12. কিমান চনত কবিতা পুথিখন প্ৰকাশ পাইছিল?

1) ১৯২৬

2) ১৯৬২

3) ওপৰৰ দুইটা হয়

Ans: ১৯২৬


13. কিমান চনত কবিতা পুথিখন প্ৰকাশ পাইছিল?

1) ১৯০২

2) ১৯২০

3) ওপৰৰ এটাও নহয়

Ans: ১৯২০


14. হেঁপাহ সমাৰ্থক শব্দ কি?

1) আনন্দ

2) হাবিলাস

3) ওপৰৰ দুইটা হয়

Ans: হাবিলাস


15. সুশ্ৰী সমাৰ্থক শব্দ কি?

1) ধুনীয়া

2) বেয়া

3) ওপৰৰ এটাও নহয়

Ans: ধুনীয়া


16. প্ৰখৰ সমাৰ্থক শব্দ কি? 

1) তীক্ষ্ণ

2) চোকা

3) ওপৰৰ দুইটা হয়

Ans: চোকা


17. সম্ৰান্ত সমাৰ্থক শব্দ কি?

1) ধ্বনী

2) চহকী

3) ওপৰৰ দুইটা হয়

Ans: চহকী


18. ৰক্ষণশীল সমাৰ্থক শব্দ কি?

1) ৰক্ষা কৰা

2) গোড়ামি

3) ওপৰৰ এটাও নহয়

Ans: গোড়ামি0


19. কিমান চনৰ পৰা কটন কলেজিয়েট হাইস্কুল নামেৰে পৰিছিত হয় ?

1) ১৯১০

2) ১৯০১

3) ওপৰৰ দুইটা হয়

Ans: ১৯০১


20. ফুকনৰ আনুষ্ঠানিক শিক্ষা ক'ত আৰম্ভ হৈছিল?

1) গুৱাহাটীত

2) মৰিগাঁৱত

3) ওপৰৰ এটাও নহয়

Ans: গুৱাহাটীত

Type Susmita Kakati