তেজীমলা
1. উত্ৰাৱল পানী কি সানি খলকিছে ছুই ভৰি?
1) ক'লা হাঁহি
2) বগা হাঁহি
3) ৰঙা হাঁহি
Ans: ৰঙা হাঁহি
2. ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি কোনে জকমকায়?
1) মইনাই
2) ধনে
3) তেজীমলাই
Ans: তেজীমলাই
3. চৌপাশে বেৰি কিহেৰে পানীৰ লতা বগায়?
1) স্ফূৰ্তিৰে
2) আনন্দৰে
3) মৰমে সাদৰে
Ans: মৰমে সাদৰে
4. হাতো নেমেলিবি আৰু কি নিছিঙিবি কৰে নাৱৰীয়াতই বুলি কৈছে?
1) তামুল নিছিঙিবি
2) পানো নিছিঙিবি
3) ফুলো নিছিঙিবি
Ans: ফুলো নিছিঙিবি
5.কবি চন্দ্ৰকুমাৰ আগৰৱালা জন্ম কিমান চনত হৈছিল?
1) ১৯৩৮
2) ১৯৫৭
3) ১৮৬৭
Ans: ১৮৬৭
6.কবি চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?
1) ১৯৩৮
2) ১৮২৩
3) ১৯০৪
Ans: ১৯৩৮
7.কবি চন্দ্ৰকুমান আগৰৱালা পিতৃৰ নাম কি?
1) হৰিবিলাস আগৰৱালা
2) ভোকেন্দ্ৰ বৰুৱা
3) তৰুণৰাম ফুকন
Ans: হৰিবিলাস আগৰৱালা
8. কবি চন্দ্ৰকুমাৰ আগৰৱালা মাতৃৰ নাম কি?
1) মলমা আগৰৱালা
2) ভোগেশ্বৰী ফুকননি
3) প্ৰেমাৱতী বৰুৱা
Ans: মলমা আগৰৱালা
9. মিতিৰ শব্দ অৰ্থ কি?
1) মিত্ৰৰ, বন্ধু
2) শত্ৰু
3) মিল
Ans: মিত্ৰৰ, বন্ধু
10. ভাও শব্দ অৰ্থ কি?
1) ভাওনা
2) অভিনয়
3) অভিপায়
Ans: অভিনয়
11. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?
1) ১৮৭৬
2) ১৮৬৭
3) ওপৰৰ দুইটা হয়
Ans: ১৮৬৭
12. চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?
1) ১৯৩৮
2) ১৯৮৩
3) ওপৰৰ এটাও নহয়
Ans: ১৯৩৮
13. তেওঁৰ পিতৃৰ নাম কি?
1) হৰিবিলাস আগৰৱালা
2) চন্দধৰ আগৰৱালা
3) ওপৰৰ এটাও নহয়
Ans: হৰিবিলাস আগৰৱালা
14. তেওঁৰ মাতৃৰ নাম কি?
1) নিৰদা দেৱী
2) মলমা আ়গৰৱালা
3) ওপৰৰ দুইটা হয়
Ans: মলমা আ়গৰৱালা
15. বেথা সমাৰ্থক শব্দ কি?
1) সমস্য়া
2) অসুবিধা
3) ওপৰৰ দুইটা হয়
Ans: সমস্য়া
16. বাতৰি সমাৰ্থক শব্দ কি?
1) খবৰ
2) খা-খবৰ
3) ওপৰৰ দুইটা হয়
Ans: খবৰ
17. চকুলো সমাৰ্থক শব্দ কি?
1) অশ্ৰু
2) চকুপানী
3) ওপৰৰ এটাও নহয়
Ans: অশ্ৰু
18. ফুল সমাৰ্থক শব্দ কি?
1) ফুলনি
2) পুষ্প
3) ওপৰৰ দুইটা হয়
Ans: পুষ্প
19. আশা বিপৰীত শব্দ কি?
1) নিৰাশা
2) বিশ্বাস
3) ওপৰৰ দুইটা হয়
Ans: নিৰাশা
20. স্বপ্ন সমাৰ্থক শব্দ কি?
1) দিথক
2) সপোন
3) ওপৰৰ এটাও নহয়
Ans: সপোন
Type Susmita Kakati
0 Comments