তেজীমলা


1. উত্ৰাৱল পানী কি সানি খলকিছে ছুই ভৰি?

1) ক'লা হাঁহি

2) বগা হাঁহি

3) ৰঙা হাঁহি

Ans: ৰঙা হাঁহি


2. ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি কোনে জকমকায়?

1) মইনাই

2) ধনে

3) তেজীমলাই

Ans: তেজীমলাই


3. চৌপাশে বেৰি কিহেৰে পানীৰ লতা বগায়?

1) স্ফূৰ্তিৰে

2) আনন্দৰে

3) মৰমে সাদৰে

Ans: মৰমে সাদৰে


4. হাতো নেমেলিবি আৰু কি নিছিঙিবি কৰে নাৱৰীয়াতই বুলি কৈছে?

1) তামুল নিছিঙিবি

2) পানো নিছিঙিবি

3) ফুলো নিছিঙিবি

Ans: ফুলো নিছিঙিবি


5.কবি চন্দ্ৰকুমাৰ আগৰৱালা জন্ম কিমান চনত হৈছিল?

1) ১৯৩৮

2) ১৯৫৭

3) ১৮৬৭

Ans: ১৮৬৭


6.কবি চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?

1) ১৯৩৮

2) ১৮২৩

3) ১৯০৪

Ans: ১৯৩৮


7.কবি চন্দ্ৰকুমান আগৰৱালা পিতৃৰ নাম কি?

1) হৰিবিলাস আগৰৱালা

2) ভোকেন্দ্ৰ বৰুৱা

3) তৰুণৰাম ফুকন

Ans: হৰিবিলাস আগৰৱালা


8.  কবি চন্দ্ৰকুমাৰ আগৰৱালা মাতৃৰ নাম কি?

1) মলমা আগৰৱালা

2) ভোগেশ্বৰী ফুকননি

3) প্ৰেমাৱতী বৰুৱা

Ans: মলমা আগৰৱালা


9. মিতিৰ শব্দ অৰ্থ কি?

1) মিত্ৰৰ, বন্ধু

2) শত্ৰু

3) মিল

Ans: মিত্ৰৰ, বন্ধু


10. ভাও শব্দ অৰ্থ কি?

1) ভাওনা

2) অভিনয়

3) অভিপায়

Ans: অভিনয়


11. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?

1) ১৮৭৬

2) ১৮৬৭

3) ওপৰৰ দুইটা হয়

Ans: ১৮৬৭


12. চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?

1) ১৯৩৮

2) ১৯৮৩

3) ওপৰৰ এটাও নহয়

Ans: ১৯৩৮


13. তেওঁৰ পিতৃৰ নাম কি?

1) হৰিবিলাস আগৰৱালা

2) চন্দধৰ আগৰৱালা

3) ওপৰৰ এটাও নহয়

Ans: হৰিবিলাস আগৰৱালা


14. তেওঁৰ মাতৃৰ নাম কি?

1) নিৰদা দেৱী

2) মলমা আ়গৰৱালা

3) ওপৰৰ দুইটা হয়

Ans: মলমা আ়গৰৱালা


15. বেথা সমাৰ্থক শব্দ কি?

1) সমস্য়া

2) অসুবিধা

3) ওপৰৰ দুইটা হয়

Ans: সমস্য়া


16. বাতৰি সমাৰ্থক শব্দ কি? 

1) খবৰ

2) খা-খবৰ

3) ওপৰৰ দুইটা হয়

Ans: খবৰ


17. চকুলো সমাৰ্থক শব্দ কি?

1) অশ্ৰু

2) চকুপানী

3) ওপৰৰ এটাও নহয়

Ans: অশ্ৰু


18. ফুল সমাৰ্থক শব্দ কি?

1) ফুলনি

2) পুষ্প

3) ওপৰৰ দুইটা হয়

Ans: পুষ্প


19. আশা বিপৰীত শব্দ কি?

1) নিৰাশা

2) বিশ্বাস

3) ওপৰৰ দুইটা হয়

Ans: নিৰাশা


20. স্বপ্ন সমাৰ্থক শব্দ কি? 

1) দিথক

2) সপোন

3) ওপৰৰ এটাও নহয়

Ans: সপোন

Type Susmita Kakati