পুৰণি অসমৰ চিত্ৰকলা


1. চিত্ৰকলা হ'ল  ৰং-ৰেখা আৰু কি খেল?

1) লুডু খেল

2) কাবাডি খেল

3) ছাঁ-পোহৰৰ খেল

Ans: ছাঁ-পোহৰৰ খেল


2. মানুহ কি জীৱ?

1) সৌন্দৰ্য্য়পিয়াসী

2) জ্ঞানী

3) মূৰ্খ

Ans: সৌন্দৰ্য্য়পিয়াসী


3. কলাজগতৰ মূল আধাৰই হৈছে কি?

1) কৰ্ম

2) জ্ঞান

3) সৌন্দৰ্য্য়

Ans: সৌন্দৰ্য্য়


4. অসমৰ চিত্ৰকলাৰ ইতিহাস হ'ল এক কি?

1) সুপ্ৰাচীন ইতিহাস

2) প্ৰাচীন ইতিহাস

3) শিলালিপি

Ans: সুপ্ৰাচীন ইতিহাস


5. মহাপুৰুষজনা এজন সুনিপুণ কোন আছিল?

1) গীতিকাৰ

2) প্ৰবন্ধক

3) চিত্ৰশিল্পী

Ans: চিত্ৰশিল্পী


6. অসমৰ পুথি চিত্ৰকলা কেইটা ভাগত ভগোৱা হৈছে?  

1) তিনিটা ভাগত

2) চাৰিটা ভাগত

3) দুইটা ভাগত

Ans: দুইটা ভাগত


7. কি পুথিচিত্ৰসমূহ মুলতঃ ধৰ্মনিৰপেক্ষ বিষয়ৰ আছিল?

1) ৰজাঘৰীয়া

2) নামঘোষা

3) ধৰ্মীয়

Ans: ৰজাঘৰীয়া


8. শ্ৰীশংকৰদেৱৰ চিহ্নযাত্ৰ ভাওনাৰ বাবে সাত বৈকুণ্ঠ এখন কি পট আঁকিছিল?

1) ভাল

2) বেয়া

3) সুবৃহৎ

Ans: সুবৃহৎ


9.কোনে পুথি চিত্ৰৰ ধাৰা নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে?

1) ৰচকসকলে

2) গীতিকাৰসকলে

3) অসমৰ চিত্ৰকৰসকলে

Ans: অসমৰ চিত্ৰকৰসকলে


10.  হৰ্ষচৰিত কোনে ৰচনা কৰিছিল?

1) বাণভট্টই

2)অসমৰ চিত্ৰকৰসকলে

3) শ্ৰীশংকৰদেৱে

Ans: বাণভট্টই


11. ডাঠ বিপৰীত শব্দ কি? 

1) পাতল

2) টান

3) ওপৰৰ এটাও নহয়

Ans: পাতল


12. খ্ৰীষ্টীয় কিমান শ শতিকাত কামৰূপত ৰচিত এখন উপপুৰাণ?

1) ১২শ

2) ১১শ

3) ওপৰৰ দুইটা হয়

Ans: ১১শ

13. কিমান টা অধ্য়ায়ত মুঠতে ৯০০০টা শ্লোক আছে?

1) ০৯টা

2) ৯০টা

3) ওপৰৰ দুইটা হয়

Ans: ৯০টা


14. ওচৰ বিপৰীত শব্দ কি?

1) বাহিৰত

2) দূৰৰ

3) ওপৰৰ এটাও নহয়

Ans: দূৰৰ


15. উজ্জ্বল বিপৰীত শব্দ কি?

1) কামনা

2) অনুজ্জ্বল

3) ওপৰৰ এটাও নহয়

Ans: অনুজ্জ্বল


16. ওখ বিপৰীত শব্দ কি?

1) দীঘল

2) চাপৰ

3) ওপৰৰ এটাও নহয়

Ans: চাপৰ


17. ছাঁ বিপৰীত শব্দ কি?

1) ৰ'দ

2) পোহৰ

3) ওপৰৰ দুইটা হয়

Ans: পোহৰ


18. শ্ৰী শংকৰদেৱে কি ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন সুবৃহৎ পট আঁকিছিল?

1) চিহ্নযাত্ৰা

2) চিহ্নযত্ৰ

3) ওপৰৰ দুইটা হয়

Ans: চিহ্নযাত্ৰা


19. কোন আৰু ৰাজপুত চিত্ৰশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে?

1) মোগল

2) আহোম

3) ওপৰৰ দুইটা হয়

Ans: মোগল


20. মহাপুৰুষজনা এজন সুনিপুণ কি আছিল?

1) নৃত্য়শিল্পী

2) চিত্ৰ শিল্পী

3) ওপৰৰ দুইটা হয়

Ans: চিত্ৰ শিল্পী


21. মানুহ কি জীৱ? 

1) ৰূপৱতী জীৱ

2) সৌন্দৰ্য্য়পিয়াসী জীৱ

3) ওপৰৰ এটাও নহয়

Ans: সৌন্দৰ্য্য়পিয়াসী জীৱ


Type Susmita Kakati