পুৰণি অসমৰ চিত্ৰকলা
1. চিত্ৰকলা হ'ল ৰং-ৰেখা আৰু কি খেল?
1) লুডু খেল
2) কাবাডি খেল
3) ছাঁ-পোহৰৰ খেল
Ans: ছাঁ-পোহৰৰ খেল
2. মানুহ কি জীৱ?
1) সৌন্দৰ্য্য়পিয়াসী
2) জ্ঞানী
3) মূৰ্খ
Ans: সৌন্দৰ্য্য়পিয়াসী
3. কলাজগতৰ মূল আধাৰই হৈছে কি?
1) কৰ্ম
2) জ্ঞান
3) সৌন্দৰ্য্য়
Ans: সৌন্দৰ্য্য়
4. অসমৰ চিত্ৰকলাৰ ইতিহাস হ'ল এক কি?
1) সুপ্ৰাচীন ইতিহাস
2) প্ৰাচীন ইতিহাস
3) শিলালিপি
Ans: সুপ্ৰাচীন ইতিহাস
5. মহাপুৰুষজনা এজন সুনিপুণ কোন আছিল?
1) গীতিকাৰ
2) প্ৰবন্ধক
3) চিত্ৰশিল্পী
Ans: চিত্ৰশিল্পী
6. অসমৰ পুথি চিত্ৰকলা কেইটা ভাগত ভগোৱা হৈছে?
1) তিনিটা ভাগত
2) চাৰিটা ভাগত
3) দুইটা ভাগত
Ans: দুইটা ভাগত
7. কি পুথিচিত্ৰসমূহ মুলতঃ ধৰ্মনিৰপেক্ষ বিষয়ৰ আছিল?
1) ৰজাঘৰীয়া
2) নামঘোষা
3) ধৰ্মীয়
Ans: ৰজাঘৰীয়া
8. শ্ৰীশংকৰদেৱৰ চিহ্নযাত্ৰ ভাওনাৰ বাবে সাত বৈকুণ্ঠ এখন কি পট আঁকিছিল?
1) ভাল
2) বেয়া
3) সুবৃহৎ
Ans: সুবৃহৎ
9.কোনে পুথি চিত্ৰৰ ধাৰা নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে?
1) ৰচকসকলে
2) গীতিকাৰসকলে
3) অসমৰ চিত্ৰকৰসকলে
Ans: অসমৰ চিত্ৰকৰসকলে
10. হৰ্ষচৰিত কোনে ৰচনা কৰিছিল?
1) বাণভট্টই
2)অসমৰ চিত্ৰকৰসকলে
3) শ্ৰীশংকৰদেৱে
Ans: বাণভট্টই
11. ডাঠ বিপৰীত শব্দ কি?
1) পাতল
2) টান
3) ওপৰৰ এটাও নহয়
Ans: পাতল
12. খ্ৰীষ্টীয় কিমান শ শতিকাত কামৰূপত ৰচিত এখন উপপুৰাণ?
1) ১২শ
2) ১১শ
3) ওপৰৰ দুইটা হয়
Ans: ১১শ
13. কিমান টা অধ্য়ায়ত মুঠতে ৯০০০টা শ্লোক আছে?
1) ০৯টা
2) ৯০টা
3) ওপৰৰ দুইটা হয়
Ans: ৯০টা
14. ওচৰ বিপৰীত শব্দ কি?
1) বাহিৰত
2) দূৰৰ
3) ওপৰৰ এটাও নহয়
Ans: দূৰৰ
15. উজ্জ্বল বিপৰীত শব্দ কি?
1) কামনা
2) অনুজ্জ্বল
3) ওপৰৰ এটাও নহয়
Ans: অনুজ্জ্বল
16. ওখ বিপৰীত শব্দ কি?
1) দীঘল
2) চাপৰ
3) ওপৰৰ এটাও নহয়
Ans: চাপৰ
17. ছাঁ বিপৰীত শব্দ কি?
1) ৰ'দ
2) পোহৰ
3) ওপৰৰ দুইটা হয়
Ans: পোহৰ
18. শ্ৰী শংকৰদেৱে কি ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন সুবৃহৎ পট আঁকিছিল?
1) চিহ্নযাত্ৰা
2) চিহ্নযত্ৰ
3) ওপৰৰ দুইটা হয়
Ans: চিহ্নযাত্ৰা
19. কোন আৰু ৰাজপুত চিত্ৰশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে?
1) মোগল
2) আহোম
3) ওপৰৰ দুইটা হয়
Ans: মোগল
20. মহাপুৰুষজনা এজন সুনিপুণ কি আছিল?
1) নৃত্য়শিল্পী
2) চিত্ৰ শিল্পী
3) ওপৰৰ দুইটা হয়
Ans: চিত্ৰ শিল্পী
21. মানুহ কি জীৱ?
1) ৰূপৱতী জীৱ
2) সৌন্দৰ্য্য়পিয়াসী জীৱ
3) ওপৰৰ এটাও নহয়
Ans: সৌন্দৰ্য্য়পিয়াসী জীৱ
Type Susmita Kakati
0 Comments