ভাৰতৰ ৰাজনৈতিক দল


 Chapter 1


১। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজনৰ নাম কি?

(ক) সুৰেন্দ্ৰনাথ বেনাৰ্জী

(খ) উমেশ চন্দ্ৰ বেনাৰ্জী

(গ) কাৰ্ল মাৰ্ক্স

(ঘ) ড° ৰাজেন্দ্ৰ প্ৰসাদ

উত্তৰঃ (খ) উমেশ চন্দ্ৰ বেনাৰ্জী

২। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি?

(ক) প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টী

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছ

(গ) ভাৰতীয় জনতা পাৰ্টী

(ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) ভাৰতীয় জাতীয় কংগ্ৰেছ

(ক) মনমোহন সিং

(খ) নৰেন্দ্ৰ মোদী

(গ) মোৰাৰজী দেশাই

(ঘ) কাৰ্ল মাৰ্ক্স

উত্তৰঃ (গ) মোৰাৰজী দেশাই

৪। ভাৰতৰ প্ৰথমটো আঞ্চলিক দলটোৰ নাম কি?

(ক) দ্ৰাবিড় মুন্নেতা কাজাগম

(খ) অসম গণ পৰিষদ

(গ) নেচনেল কনফাৰেঞ্চ

(ঘ) আই. ডি. এম. কে.

উত্তৰঃ (ক) দ্ৰাবিড় মুন্নেতা কাজাগম


৫। কিমান চনৰ পৰা কিমান চনলৈ কেন্দ্ৰ আৰু ৰাজ্য় উভয়তে  ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষত শাসন বৰ্তাই ৰাখিছিল?

(ক) ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ

(খ) ১৯৮৭ চনৰ পৰা ১৯৬৭ চনলৈ

(গ) ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈ

(ঘ) ১৯৫০ চনৰ পৰা ১৬৭৮ লৈ

উত্তৰঃ (গ) ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈ

৬। ১৯৭৯ চনত কাৰ নেতৃত্বত আন এক মৰ্চা চৰকাৰ গঠন হয়?

(ক) এলেন অক্টেভিয়ান হিউম

(খ) উমেশ চন্দ্ৰ বেনাৰ্জী

(গ) চৰণ সিং

(ঘ) ওপৰত উল্লেখ কৰা এজনো নহয়

উত্তৰঃ (গ) চৰণ সিং

৭। ভাৰতীয় জনতা পাৰ্টী কেতিয়া গঠন কৰিছিল?

(ক) ২০১৪ চনত

(খ) ২০১১ চনত

(গ) ২০০৮ চনত

(ঘ) ২০১০ চনত

উত্তৰঃ (ক) ২০১৪ চনত

৮। কাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টী গঠন হৈছিল?

(ক) মনমোহন সিং

(খ) নৰেন্দ্ৰ মোদী

(গ) চৰণ সিং

(ঘ) ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) নৰেন্দ্ৰ মোদী

৯। ভাৰতীয় সাম্য়বাদী দলটোৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯২৭ চনত

(খ) ১৯২০ চনত

(গ) ১৯২৫ চনত

(ঘ) ১৯২৪ চনত

(ঙ) ১৯২১ চনত

উত্তৰঃ (ঘ) ১৯২৪ চনত

১০। ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি?

(ক) সৰ্বভাৰতীয় মুছলীম লীগ

(খ) স্বৰাজ পাৰ্টী

(গ) হিন্দু মহাসভা

(ঘ) ভাৰতীয় জনতা পাৰ্টী

উত্তৰঃ (খ) স্বৰাজ পাৰ্টী

১১) হিন্দু মহাসভা কিমান চনত গঠিত হৈছিল?

(ক) ১৭১৬ চনত

(খ) ১৮১৬ চনত

(গ) ১৯১৬ চনত

উত্তৰঃ (গ) ১৯১৬ চনত

১২) প্ৰথম অভিৱেশন কত হৈছিল?

(ক) বোম্বাই

(খ) ইংলেণ্ড

(গ) গুজৰাট

উত্তৰঃ (ক) বোম্বাই

১৩) আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা?

(ক) ৪ টা

(খ) ৫টা

(গ) ৬টা

উত্তৰঃ (গ) ৬টা

১৪) ভাৰতৰ জাতীয় কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?

(ক) ৪০ খন

(খ) ৫০খন

(গ) ৬০খন

উত্তৰঃ (খ) ৫০খন

১) মৰ্চা চৰকাৰ কিমান চনত গঠন হয়?

(ক) ১৮৭৭ চনত

(খ) ১৭৭৭ চনত

(গ) ১৯৭৭ চনত

উত্তৰঃ (গ) ১৯৭৭ চনত

১৬) কাৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হয়?

(ক) মোৰাৰজী দেশাইৰ নেতৃত্বত

(খ) ইণ্ডিৰা গান্ধীৰ নেতৃত্বত

(গ) উমেশ চন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত

উত্তৰঃ (ক) মোৰাৰজী দেশাইৰ নেতৃত্বত

১৭) UPA ৰ সম্পূৰ্ণ নাম কি?

(ক) United Progressive Alliance

(খ) United Pressive Act

(গ) None for above

উত্তৰঃ (ক) United Progressive Alliance

১৮) NDA ৰ সম্পূৰ্ণ নাম কি? 

(ক) National Democratic Alliance

(খ) Name of Democratic Allince

(গ) None of Above

উত্তৰঃ (ক) National Democratic Alliance

১৯) মৰ্চা চৰকাৰৰ দুখ কেইটা?

(ক) ৬ টা

(খ) ৭ টা

(গ) ১০ টা

উত্তৰঃ (ক) ৬ টা

২০) বিৰোধী দলৰ ভূমিকা পালন কৰা দুখন ৰাষ্ট্ৰ হ’ল –

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড

(খ) লেণ্ড আৰু লণ্ডন

(গ) আমেৰিকা আৰু লণ্ডন 

উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড