যাতায়াত – ব্য়ৱস্থা, দৈৰ্ঘ্য়ৰ জোখ আৰু গতি


Chapter-13


১/ মাল-বস্তু কঢ়িয়াবলৈ মানুহে কি জন্তু ব্য়ৱহাৰ কৰিছিল

(ক) বনৰীয়া জন্তু

(খ) ঘৰচীয়া জন্তু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ঘৰচীয়া জন্তু।


২/ কিমান শতিকাৰ প্ৰথমভাগত বাষ্পচালিত ইঞ্জ সাজি উলিওৱা হৈছিল

(ক) ১৮ শতিকা

(খ) ১৯ শতিকা

(গ) ২০ শতিকা

উত্তৰঃ (খ) ১৯ শতিকা


৩/ তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্য়ৰ একক নহয়

(ক) আঙুল

(খ) ছেমি.

(গ) ইঞ্চি

(ঘ) ঘণ্টা

উত্তৰঃ (ঘ) ঘণ্টা।


৪/ তলত দিয়া এককবোৰৰ কোনটো মানক একক

(ক) মিটাৰ

(খ) আঙুল

(গ) বেগেত

উত্তৰঃ (ক) মিটাৰ।


৫/ এছ্ আই একক পদ্ধতিত দৈৰ্ঘ্য়ৰ একক

(ক) কিলোমিটাৰ

(খ) মিটাৰ

(গ) ছেমি.

উত্তৰঃ (খ) মিটাৰ।


৬/ ১০ ছেমি. ৪ মিমি. মানে কি

(ক) ১০.৪ ছেমি.

(খ) ১৪ মিমি.

(গ) ১০৪ মিমি.

(ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰঃ (ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ।


৭/ মিটাৰতকৈ ডাঙৰ একক কি

(ক) কিমি.

(খ) মিমি.

(গ) ছেমি.

উত্তৰঃ (ক) কিমি.।


৮/ তলত দিয়া এককবোৰৰ কোনটো সময়ৰ একক নহয়

(ক) ঘণ্টা

(খ) ছেমি.

(গ) মিনিট

উত্তৰঃ (খ) ছেমি.।


৯/ ফুটতকৈ ডাঙৰ একক কি

(ক) য়াৰ্ড

(খ) ইঞ্চি

(গ) মাইল

(ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰঃ (ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ।


১০/ যিবোৰ বস্তুৱে স্থান সলনি কৰে সেইবোৰক কি বস্তু বোলা হয়

(ক) স্থিতিশীল বস্তু

(খ) গতিশীল বস্তু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গতিশীল বস্তু।


১১/ যিবোৰ বস্তুৱে স্থান সলনি নকৰে সেইবোৰক কি বোলা হয়

(ক) গতিশীল বস্তু

(খ) স্থিতিশীল বস্তু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) স্থিতিশীল বস্তু।


১২/ ১ ইৱাৰ্ডত কিমান ফুট

(ক) ২ ফুট

(খ) ৩ ফুট

(গ) ৪ ফুট

উত্তৰঃ (খ) ৩ ফুট।


১৩/ ১ মাইলত কিমান কিলোমিটাৰ

(ক) ১.৫৮৪ কিলোমিটাৰ

(খ) ১.৫৯৪ কিলোমিটাৰ

(গ) ১.৫৫৪ কিলোমিটাৰ

উত্তৰঃ (ক) ১.৫৮৪ কিলোমিটাৰ।


১৪/ আমাৰ পৃথিৱীখন কি গতিৰে গতিশীল

(ক) পৰ্যাবৃত্ত গতি

(খ) ঘূৰ্ণন গতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰ্যাবৃত্ত গতি।


১৫/ এক ইঞ্চিত ২.৫৪ ছেমি. হলে এক ফুটত কিমান ছেমি. হব

(ক) ৩০.৪৮ ছেমি.

(খ) ৩০.৪৯ ছেমি.

(গ) ৩০.৪৭ ছেমি.

উত্তৰঃ (ক) ৩০.৪৮ ছেমি.।


১৬/ কিমান চনত বিজ্ঞানীসকলে শুদ্ধ জোখ-মাখৰ বাবে এক উমৈহতীয়া একক পদ্ধতি গ্ৰহণ কৰিছিল

(ক) ১৯৬৯ চনত

(খ) ১৯৬৭ চনত

(গ) ১৯৬৬ চনত

উত্তৰঃ (ক) ১৯৬৯ চনত।


১৭/ সকলোৱে মানি লোৱা এককবোৰক কি একক বোলা হয়

(ক) দৈৰ্ঘ্য় একক

(খ) মানক একক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মানক একক।


১৮/ ১০০০ ভাগৰ ১ ভাগক কি বোলা হয়

(ক) কিলোমিটাৰ

(খ) মিলিমিটাৰ

(গ) ছেণ্টিমিটাৰ

উত্তৰঃ (খ) মিলিমিটাৰ।


১৯/ ১০০ ভাগৰ ১ ভাগক কি মিটাৰ বোলা হয়

(ক) মিলিমিটাৰ

(খ) ছেণ্টিমিটাৰ

(গ) কিলোমিটাৰ

উত্তৰঃ (খ) ছেণ্টিমিটাৰ।


২০/ কিমান শতিকাৰ প্ৰথম ভাগত পেট্ৰল আৰু ডিজেলেৰে চলাব পৰা মটৰগাড়ী, জাহাজ আদি নিৰ্মাণ কৰিছিল

(ক) ঊনৈশ শতিকাৰ

(খ) কুৰি শতিকাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কুৰি শতিকাৰ।