চুম্বক

Chapter-15


১/ সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্য়ৱহাৰ কৰা আহিলাবিধ হল

(ক) দূৰবীন

(খ) কম্পাছ

(গ) পেৰিস্কপ

উত্তৰঃ (খ) কম্পাছ।


২/ কম্পাছৰ শলাডাল হল

(ক) চুম্বক

(খ) দণ্ড চুম্বক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চুম্বক।


৩/ চুম্বকৰ ইংৰাজী নামটো কি

(ক) মেগ্ নেছ (Magnes)

(খ) মেগ্ নেটাইট (Magnetire)

( গ) মেগ্ নেট (Magnet)

উত্তৰঃ ( গ) মেগ্ নেট (Magnet)


৪/ প্ৰকৃতিত পোৱা চুম্বকবিধক কি চুম্বক বোলা হয়

(ক) প্ৰাকৃতিক চুম্বক

(খ) কৃত্ৰিম চুম্বক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰাকৃতিক চুম্বক


৫/ চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবিধে হল

(ক) চুম্বকীয় পদাৰ্থ

(খ) অচুম্বকীয় পদাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চুম্বকীয় পদাৰ্থ।


৬/ চুম্বকে আকৰ্ষণো নকৰে বা বিকৰ্ষণো নকৰে তেনে পদাৰ্থয়ে হল

(ক) চুম্বকীয় পদাৰ্থ

(খ) অচুম্বয়ীক পদাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অচুম্বয়ীক পদাৰ্থ


৭/ তলত দিয়া কোনবিধ অচুম্বকীয় পদাৰ্থ

(ক) লো

(খ) নিকেল

(গ) আইনা

উত্তৰঃ (গ) আইনা।


৮/ চুম্বকীয় উদাহৰণ কি

(ক) কাঠ

(খ) কবাল্ট

(গ) ৰবৰ

উত্তৰঃ (খ) কবাল্ট।


৯/ তলৰ কোনবিধ প্ৰাকৃতিক চুম্বক

(ক) নিকেল

(খ) লডষ্টন

(গ) পাৰা

উত্তৰঃ (খ) লডষ্টন।


১০/ চুম্বকৰ একেজাতীয় মেৰুৰ মাজত

(ক) আকৰ্ষণ হয়

(খ) বিকৰ্ষণ হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিকৰ্ষণ হয়।


১১/ ভূ-চুম্বকৰ উত্তৰ মেৰু থাকে

(ক) পূব দিশত

(খ) দক্ষিণ দিশত

(গ) উত্তৰ দিশত

উত্তৰঃ (খ) দক্ষিণ দিশত।


১২/ তলৰ কোনটো চুম্বকীয় পদাৰ্থৰ শুদ্ধ

(ক) লো, নিকেল, প্লাষ্টিক

(খ) লো, নিকেল, কবাল্ট

(গ) নিকেল, কাঠ, প্লাষ্টিক

উত্তৰঃ (খ) লো, নিকেল, কবাল্ট।


১৩/ চুম্বক এডাল মুক্তভাৱে ওলোমাই থলে ই কোন দিশত স্থিৰ হৈ ৰব

(ক) উত্তৰ-দক্ষিণ

(খ) পূব-পশ্চিম

(গ) উত্তৰ-পূব

উত্তৰঃ (ক) উত্তৰ-দক্ষিণ।


১৪/ চুম্বক এডালৰ কোনটো অংশত আকৰ্ষণ ঘটিব

(ক) মূৰত

(খ) মাজত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মূৰত।


১৫/ তলৰ কোনবিধ কৃত্ৰিম চুম্বক

(ক) লডষ্টন

(খ) অশ্বখুৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অশ্বখুৰা।


১৬/ চুম্বকডালৰ দুয়োৰ মূৰত আকৰ্ষণ বল বেছি। এই মূৰ দুটাক কি বোলা হয়

(ক) ভূ-চুম্বক

(খ) চুম্বকৰ মেৰু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চুম্বকৰ মেৰু।


১৭/ চুম্বকৰ আৱিষ্কাৰ কোন দেশত হৈছিল

(ক) গ্ৰীচ দেশত

(খ) আমেৰিকাত

(গ) ৰাছিয়াত

উত্তৰঃ (ক) গ্ৰীচ দেশত।


১৮/ প্ৰাকৃতিক চুম্বক কি ৰঙৰ হয়

(ক) ৰঙা

(খ) কলা

(গ) হালধীয়া

উত্তৰঃ (খ) কলা।


১৯/ চুম্বকডাল যদি উত্তৰা-দক্ষিণা হৈ ৰয় ইয়াক কি চুম্বক বোলা হয়

(ক) মেৰু চুম্বক

(খ) ভূ-চুম্বক 

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ভূ-চুম্বক।


২০/ তলৰ কোনটো বিকৰ্ষণ কাৰক

(ক) উত্তৰ মেৰুৰ ওচৰলৈ উত্তৰ মেৰু আহিলে

(খ) উত্তৰ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উত্তৰ মেৰুৰ ওচৰলৈ উত্তৰ মেৰু আহিলে।